সদস্য বাৰ্তা:ছাকিউল ইছলাম

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

- Manjil Konwar (talk) 06:56, 4 ফেব্ৰুৱাৰী 2015 (UTC)

আৰ-ৰাহমান[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ উপযুক্ত নাছিল বাবে "আৰ-ৰাহমান" পৃষ্টাটো মচি পেলোৱা হৈছিল। বিশ্বকোষত কেৱল কোৰাণৰ ছূৰাৰ অনুবাদ থাকিব নোৱাৰে। মুক্ত উৎসৰ অনুবাদ "অসমীয়া ৱিকিউৎস"তহে অন্তৰ্ভুক্ত কৰিব লাগে। সঠিক শৈলীৰ বাবে অনুগ্ৰহ কৰি ইংৰাজী ৱিকিপিডিয়াৰ এই প্ৰবন্ধটো চাওক। — গীতাৰ্থ বৰদলৈ (talk) 18:53, 7 October 2015 (UTC)

চুৰা ইখলাছ।আল ইখলাছ[সম্পাদনা কৰক]

উপৰোক্ত শিৰোনামেৰে আপুনি অন্য এটা পৃষ্ঠা সৃষ্টি কৰিছে। মন কৰিব যে ৱিকিপিডিয়াৰ প্ৰবন্ধত কোৰাণৰ কেৱল অনুবাদ থাকিব নোৱাৰে— গীতাৰ্থ বৰদলৈ (talk) 18:57, 7 October 2015 (UTC)

আল ইখলাছ প্ৰৱন্ধটো চাব চোন। আপুনি লিখা চুৰা ইখলাছ।আল ইখলাছ প্ৰৱন্ধটোৰ শিৰোনামটোও ভুল যেন লাগিছে বাবে এনেকৈ লিখিলোঁ। এই প্ৰৱন্ধটোৰ পৰা বাকী অংশ অনুবাদ কৰি আল ইখলাছ প্ৰৱন্ধটো বহলাব বুলি আশা কৰিলোঁ। ৱিকিপিডিয়াৰ নিৰ্দিষ্ট শৈলী ব্যৱহাৰ কৰি আপোনাৰ বৰঙণি আগবঢ়াই যায় যেন।- দিব্য দত্ত (talk) 19:44, 7 October 2015 (UTC)