সদস্য বাৰ্তা:হীৰক নয়ন ভূঞা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

দীপাংকৰ চেতিয়া? 15:27, 22 অক্টোবৰ 2014 (UTC)

ৱিকি উদ্যোগী ৱিকিপদক[সম্পাদনা কৰক]

তৃতীয় অসমীয়া ৱিকিসন্মিলন (গুৱাহাটী) ৰ ৱিকিপদক
(২৫ অক্টোবৰ, ২০১৪, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটী)
বন্ধুবৰ,

উক্ত ৱিকিসন্মিলনত আপোনাৰ অৱদানৰ বাবে এই সামান্যতম সন্মান জনালোঁ। আপুনি তথা আপোনাৰ সীমিত সহযোগীৰ আপোনালোকৰ ক্লাৱৰ সৌজন্যত নিস্বাৰ্থ প্ৰয়াসৰে যেনেদৰে এই ৱিকিসন্মিলন সাফল্যমণ্ডিত কৰি তুলিলে তাৰ বাবে আমি সকলো অসমীয়া ৱিকিপিডিয়ান অত্যন্ত কৃতজ্ঞ। আশাকৰো অসমীয়া ৱিকিপিডিয়াৰ লগত এনেদৰেই জড়িত হৈ থাকি ইয়াক সমৃদ্ধিশালী কৰি তুলিব। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ বিষ্ণু শইকীয়া 11:35, 5 নৱেম্বৰ 2014 (UTC)|}


এই মাহৰ ৱিকিপিডিয়ান[সম্পাদনা কৰক]

এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

প্রভাকৰ শৰ্মা নেওগ (talk) 12:28, 1 জানুৱাৰী 2015 (UTC)

বেলেগ পৃষ্ঠালৈ দিয়া লিংক[সম্পাদনা কৰক]

পৃষ্ঠাটোৰ নাম সলাই লিংক দিয়াতো তোমাৰ ওলোটা হৈছে। এনেকৈ দিবা--

(ব্ৰেকেটৰ ভিতৰত) পৃষ্ঠাখনৰ ৱিকিপিডিয়াত থকা শিৰোনাম|তুমি লিখিব লোৱা নাম

উদাহৰণ- ৰংমন (অসমীয়া কমিক্‌চ)|ৰংমন

- Manjil Konwar (talk) 17:58, 10 ফেব্ৰুৱাৰী 2015 (UTC)

ঠিক আছে আগলৈ ধ্যান ৰাখিম....

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় হীৰক নয়ন ভূঞা,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.