সদস্য বাৰ্তা:Aashaa

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


নমস্কাৰ, অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম!

অসমীয়া ৱিকিপিডিয়ালৈ আদৰিছো। আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় জড়িত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:

ইয়াৰ উপৰিও ফেচবুক-অত আমাৰ Assamese Wikipedia Community বুলি এটা আলোচনা গ্ৰুপ আছে। বিকিপিডিয়ান সকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে।

আশা কৰোঁ সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্ৰহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড "~~~~" ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}} সুমুৱাই দিয়ক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব।

প্রভাকৰ শৰ্মা নেওগ 07:31, 11 ডিচেম্বৰ 2011 (UTC)

২০১৩ ক্ষিপ্ৰ বিলোপন[সম্পাদনা কৰক]

২০১৩ নামৰ এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী অনুসৰি ক্ষিপ্ৰ বিলোপনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। কাৰণ এইটো এটা উকা পৃষ্ঠা বা এই প্ৰবন্ধত পৰ্যাপ্ত বাক্য নাই, অৰ্থাৎ এইটো ৱিকিপিডিয়াৰ প্ৰবন্ধৰ ন্যূনতম দৈৰ্ঘ্য অতিক্ৰম কৰা নাই। অনুগ্ৰহ কৰি প্ৰবন্ধটোত পৰ্যাপ্ত পৰিমানে (সাধাৰণতে মূল প্ৰবন্ধত দুই অনুচ্ছেদবিশিষ্ট বা ১৫০ শব্দ, বা ১,২০০ আখৰ বিশিষ্ট লিখনিক পোখালি হিচাপে গ্ৰহণ কৰা হয়) তথ্য যোগ কৰি এইটোৰ বিকাশ কৰক। নহ’লে বিলোপ বাৰ্তা সংযোজন কৰাৰ ১০ দিন পাছত এই পৃষ্ঠাটো বিলোপ বা আন প্ৰবন্ধৰ সৈতে একত্ৰীকৰণ কৰা হ’ব।

ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী অনুসৰি, প্ৰবন্ধটো ৱিকিপিডিয়াৰ নীতি অনুসাৰে হোৱা নাই। অনুগ্ৰহ কৰি ৱিকিপিডিয়াৰ প্ৰবন্ধৰ বাবে প্ৰণীত সাধাৰণভাৱে গ্ৰহণযোগ্য নিৰ্দেশনা চাওক, আৰু আপুনি ইচ্ছা কৰিলে আপোনাৰ যুক্তি দেখাই এই বিলোপ জাননীৰ প্ৰতি আপত্তি দৰ্শাৱ পাৰে। লগতে আপুনি ব্যাখ্যা কৰক কিয় আপুনি বিশ্বাস কৰে যে, এই প্ৰবন্ধ অপসাৰণ কৰা উচিত নহয়। ইয়াৰ বাবে আপুনি {{আপত্তি}} টেগ দি প্ৰবন্ধ পৃষ্ঠাত যুক্ত কৰক আৰু প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত আপোনাৰ যুক্তি প্ৰদান কৰাৰ অনুৰোধ কৰা হ’ল। তাৰপিছত অনুগ্ৰহ কৰি আপোনাৰ নিজে তৈয়াৰ কৰা প্ৰবন্ধৰ পৰা জাননীখন আতৰাই নিদিব।

অনুগ্ৰহ কৰি লক্ষ্য কৰক যে, অপসাৰণৰ প্ৰস্তাৱনা কোনো ব্যক্তিগত আক্ৰমণ নহয়। এইখন মাত্ৰ এখন জাননী যি ৱিকিপিডিয়াৰ নীতি নিৰ্দেশনা অনুসাৰে আপোনাক প্ৰদান কৰা হৈছে। ৱিকিপিডিয়াত অৱদান দিয়াৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ আৰু কোনো প্ৰশ্ন থাকিলে আপুনি নিসংকোচে মোৰ আলোচনা পৃষ্ঠাত বাৰ্তা পঠিয়াব পাৰে। চন্দন চিৰিং ফুকন ✉️ 16:54, 23 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]