সদস্য বাৰ্তা:Ani ttbr

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:05, 6 জুন 2012 (UTC)

বৰ ভালদৰে আপুনি কামত লাগিছে| দেখি ভাল লাগিল| লাগি থাকক এনেদৰেই| কিবা অসুবিধা পালে জনাব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:41, 7 জুন 2012 (UTC)

ইঞ্জিনিয়াৰিং[সম্পাদনা কৰক]

আপুনি কামত লগা দেখি ভাল লাগিছে, ইঞ্জিনিয়াৰিঙ(ইঞ্জীনিয়াৰিং)ৰ অসমীয়া প্ৰতিশব্দ আছে আভিযান্ত্ৰীকি বা অভিযান্ত্ৰীক বিদ্যা পৃষ্ঠাখন অসমীয়া নামলৈ স্থানান্তৰ কৰাতো উচিত হ’বদীপাংকৰ চেতিয়া বাৰ্তা 16:41, 8 জুন 2012 (UTC)

আপুনি একেলগে বহুবোৰ প্ৰবন্ধ আৰম্ভ কৰিছে, এনেকৈ সৰু সৰু প্ৰবন্ধ সৃষ্টি নকৰি এতিমধ্যে সৃষ্টি কৰা প্ৰৱন্ধসমূহ সমূহ সম্পূৰ্ণ কৰক (যেনে আপোনাৰ টাইটানিক বা অভিযান্ত্ৰিক বিদ্যা প্ৰবন্ধ দূটা সমূৰ্ণকৈ অনুবাদ কৰক তাৰ পাছত নতুন আৰম্ভ কৰক ), (অতি সৰু প্ৰৱন্ধসমূহ দৃষ্টিকূত হয়, আৰু এনেদৰে থাকি গ’লে পাছত আমাৰ বাবে সমস্যাৰ সৃষ্টি হয়), এনে অতি সৰু প্ৰবন্ধ মোহাৰিও পেলোৱা হ’ব পাৰে, দীপাংকৰ চেতিয়া বাৰ্তা 08:01, 10 জুন 2012 (UTC)

টাইটানিক[সম্পাদনা কৰক]

ম‍ই আপোনাৰ টাইটানিক প্ৰৱন্ধটোৰ info box টো মেৰামতি কৰি দিলো চাবচোন, প্ৰৱন্ধটো আপুনি এতিয়া বহলাব পাৰে দীপাংকৰ চেতিয়া বাৰ্তা 09:53, 10 জুন 2012 (UTC)

প্ৰতিভাবান নবাগত লেখক পদক
আৰ. এম. এছ. টাইটানিক , চুম্বক‎, জিমেইল ‎ শীৰ্ষক প্ৰবন্ধকেইটা চকু ফুৰোৱাৰ পিছত আপোনাৰ এই অৱদানৰ প্ৰতিদান স্বৰূপে এই পদক যাচিলো, আশাকৰো আপুনি এনেদৰেই অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ থাকি অৱদান আগঢ়াই যাব। বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:47, 11 জুন 2012 (UTC)|}


বঢ়িয়া[সম্পাদনা কৰক]

আপোনাৰ কামবোৰ পকা হৈ উঠিছে দেই, টাইটানিক সুন্দৰ হৈছে (পাৰিলে ইংৰাজী খনৰ পৰা Referenceখিনিও দি দিব), বঢ়িয়া লাগি থাকক দীপাংকৰ চেতিয়া বাৰ্তা 14:17, 12 জুন 2012 (UTC)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

আপুনি ইংৰাজী প্ৰবন্ধৰ সহায় লওঁতে তাত থকা ref টেগ্‌বোৰো অসমীয়া প্ৰবন্ধটোত ৰাখি থ'ব। তেতিয়া প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বাঢ়ে। কিবা বুজি নাপালে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই যোৰহাটৰে। — গীতাৰ্থ বৰদলৈ (talk) 17:15, 12 জুন 2012 (UTC)

চিত্ৰ সংযোগ[সম্পাদনা কৰক]

আপুনি দাৰ্জিলিং প্ৰবন্ধটো লিখোঁতে ফটোবোৰ নতুনকৈ আপল'ড কৰিছে নেকি? তেনে কৰিব নালাগে। ইংৰাজী প্ৰবন্ধটোত থকা ছবিখনৰ নামটো কপী কৰি আনি যথাস্থানত ভৰাই দিলেই হ'ব। — গীতাৰ্থ বৰদলৈ (talk) 17:52, 14 জুন 2012 (UTC)

ইংৰাজী প্ৰবন্ধটোৰ পৰা চিত্ৰৰ লিংকবোৰ কপি কৰাৰ পিছত দুখনমান চিত্ৰৰ লিংকসমূহ অস্তীত্বহীন বুলি দেখুৱাইছিল। সেয়ে সেই দুখন চিত্ৰ নতুনকৈ আপল'ড কৰিছিলো। — অনিমেষ বৰা

সাঁচ প্ৰতিলেপন[সম্পাদনা কৰক]

তোমাৰ আগ্ৰহ দেখি ভাল লাগিছে| তুমি আজি প্ৰতিলিপি কৰা সাঁচ কিছুমানত অলপ সমস্যা আছিল| বিশেষকৈ ইংৰাজী সাঁচৰ লিংকৰ লগত| ইংৰাজী লিংকবোৰ কিছুমান সাঁচত থাকে আনহাতে কিছুমানত ডক ফাইলত| আগলৈ লক্ষ্য কৰিবা| লগতে /doc নথিখনো দুখনমানত অনা নাছিলা| ম‍ই চাই মেলি এতিয়া ঠিক কৰি দিলো| কিন্তু আগলৈ এই কামৰ পুনৰাবৃত্তি নহবৰ বাবে ম‍ই কৰা সংশোধনসমূহ ভালদৰে লক্ষ্য কৰিবা| আৰু শেষত ইয়াকৈ কৈ সামৰো "Be bold", আজি হোৱা ভুল সমূহ নগন্য| চিন্তাৰ কাৰণ নাই| কিবা প্ৰশ্ন থাকিলে নিসংকোচে জনাবা| লগতে কোকোৰাঝাৰ জিলাখনো আৰম্ভ কৰিয়েই এৰিলা কিয়? হিমালয় প্ৰবন্ধটো তুমি লিখিবা বুলি বাট চালো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 11:52, 26 জুন 2012 (UTC)

ছাইনা নেহৱাল শেষ হোৱাৰ পাছতেই কোকৰাঝাৰ জিলা টো লিখিম বুলি ভাবিছোঁ। হিমালয়টো লিখিবলৈ চেষ্টা কৰিম বাৰু। — অনিমেষ বৰা

পুৰস্কাৰ[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত তোমাৰ মূল্যবান অৱদানৰ বাবে ম‍ই ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ তোমাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ তুমি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিবা।

বিষ্ণু শ‍ইকীয়া বাৰ্তা 09:58, 8 জুলাই 2012 (UTC))

তথ্যসূত্ৰ[সম্পাদনা কৰক]

তুমি ProveIt সঁজুলিটোৰে তথ্যসূত্ৰ দিওঁতে দুটামান কথাত চকু দিবা। তুমি কেৱল URL আৰু TITLE লিখি থোৱা। কিন্তু সম্পূৰ্ণ তথ্যসূত্ৰৰ বাবে Publisher, Publication date, Author (যদি এইবোৰ থাকে) আদিও লিখা উচিত। গোটেইবোৰ লিখাৰ লাভ এয়াই যে পিছলৈ ৱেব লিংকটোৱে কাম নকৰা হ'লে সম্পূৰ্ণ তথ্যসূত্ৰখিনি বিশ্বাসযোগ্যতাৰ বাবে যথেষ্ট হ'ব। হেপ্পী ৱিকিং! :) — গীতাৰ্থ বৰদলৈ (talk) 18:25, 20 আগষ্ট 2012 (UTC)

হ'ব বাৰু। কথাষাৰ মনত ৰাখিম। Ani ttbr (talk) 01:35, 21 আগষ্ট 2012 (UTC)

ৰাষ্ট্ৰীয় তথ্যৰ সাঁচ কেইটা সৰল যদিও অলপ গণ্ডগোলীয়া| তুমি অনা কেইখনমানত অলপ ত্ৰুটি চকুত পৰিছে| ভালদৰে চাবাচোন| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:29, 24 আগষ্ট 2012 (UTC)

থিক আছে। Ani ttbr (talk) 14:37, 24 আগষ্ট 2012 (UTC)

The Resilient Barnstar[সম্পাদনা কৰক]

ৱিকি উদ্যোগীৰ পদক
আপোনাৰ নেৰা নেপেৰা চেষ্টাৰ বলত এজন ভাল ৱিকিপিডিয়ান হৈ উঠা দেখি ভাল লাগিছে। লাগি থাকে যেন, এই কামনাৰে - প্রভাকৰ শৰ্মা নেওগ (talk) 16:08, 29 আগষ্ট 2012 (UTC)

ধন্যবাদ। Ani ttbr (talk) 17:02, 29 আগষ্ট 2012 (UTC)

ঠিক কৰিলোঁ। Infobox university -ৰ আলোচনা চাব। প্রভাকৰ শৰ্মা নেওগ (talk) 12:17, 2 ছেপ্টেম্বৰ 2012 (UTC)

পেঁপাৰ থুৰি[সম্পাদনা কৰক]

"থুৰি" কোন অংশটোক কয়? সেইটোও "পেঁপাৰ অংশবোৰ" ভাগটোত লিখি দিয়াঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 15:52, 9 অক্টোবৰ 2012 (UTC)

"মাও জে দঙ"ৰ নিচিনা প্ৰবন্ধত পোখালি টেগ্ নলগালেও হয়। অসমীয়া ৱিকিপিডিয়াত পোখালি বুলিলে অতিমাত্ৰা চুটি বা এটাও স্বয়ংসম্পূৰ্ণ পৰিচ্ছেদ নথকা প্ৰবন্ধ বুলি ধৰা হয়। পোখালিৰ বিষয়ে এবাৰ কৰা আলোচনা ইয়াত পাবা। — গীতাৰ্থ বৰদলৈ (talk) 15:18, 30 অক্টোবৰ 2012 (UTC)

চিত্ৰ যোগ[সম্পাদনা কৰক]

অনিমেষ, তুমি এইখন এবাৰ থুলমূলভাৱে পঢ়ি চোৱাচোন| তুমি আজি আপল’ড কৰা চিত্ৰ দুখনমান মুক্ত নহয়আৰু অমুক্ত সমলৰ আওতাটো নপৰে| কোনোৱে পাছত আপত্তি কৰাৰ থল আছে| বিষ্ণু শইকীয়া 20:35, 2 নৱেম্বৰ 2012 (UTC)

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:20, 17 নৱেম্বৰ 2012 (UTC)

ইংরেজি প্রবন্ধ[সম্পাদনা কৰক]

অনুগ্রহপূর্বক ইংরেজি প্রবন্ধ টি বর্ধিত করুন। (please expand the English article)--Titodutta (talk) 02:21, 18 ডিচেম্বৰ 2012 (UTC)

প্ৰবন্ধকাৰ পদক[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ প্ৰবন্ধকাৰ পদক
১০০ + প্ৰবন্ধ অসমীয়া ৱিকিপিডিয়াত লিখি এইখন সমৄদ্ধিশালী কৰি তোলাৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়াবলৈ পাই ম‍ই অত্যন্ত সুখী আৰু গৌৰৱবোধ কৰিছো। আশাকৰোঁ তুমি এনেদৰেই তোমাৰ বলিষ্ঠ সম্পাদনাৰে ৱিকিপিডিয়াৰ লগত জড়িত হৈ ৰ’বা। বিষ্ণু শইকীয়া 15:16, 18 ডিচেম্বৰ 2012 (UTC)

এটা অনুৰোধ[সম্পাদনা কৰক]

বি:দ্ৰ: বহুদিনৰ পাছত তোমালৈ এই পদকটো আগবঢ়ালো। কিন্তু দৰাচলতে আন কেইবাটাও পদক তোমাৰ প্ৰাপ্য আছিল। ৱিকিপিডিয়াৰ প্ৰায়বোৰ দিশ চকু ফুৰোৱাৰ পাছত এই কামটো বাকীয়েই থাকি যায়, গতিকে বেয়া নাপাবা। ৱিকিপ্ৰকল্প ৱিকিপিডিয়া বঁটাপ্ৰদান প্ৰকল্পৰ তুমিও এজন সক্ৰিয় অংশীদাৰ হ’বৰ বাবে আমন্ত্ৰন জনাইছো আৰু নবাগত আৰু আন সদস্যসকলক ৱিকিপিডিয়াৰ বিভিন্ন পদক প্ৰদানেৰে উত্‍সাহিত কৰিবা বুলি আশা কৰিছো। আমাৰ অৱসৰ লোৱাৰ সময় আহিল। গতিকে এতিয়া ৱিকিখন আগুৱাই নিয়াৰ দায়িত্ব তোমালোকৰ দৰে নিষ্ঠাবান ৱিকিপিডিয়ানসকলৰ ওপৰতেই নিৰ্ভৰশীল। পুণৰ ধন্যবাদেৰে। বিষ্ণু শইকীয়া 15:16, 18 ডিচেম্বৰ 2012 (UTC)

লোকসভাৰ সমষ্টি[সম্পাদনা কৰক]

লোকসভা সমষ্টিবোৰৰ বিষয়ে লিখাৰ বাবে আপোনালৈ বহু ধন্যবাদ। এই সংক্ৰান্তত মোৰ অলপ কবলগীয়া - ১) 'Assembly segments' ৰ অনুবাদ 'গোটসমূহ' বুলি কৰাতকৈ 'বিধানসভাৰ সমষ্টিসমূহ' বুলি কৰিলে বেছি ভাল হয় নেকি? ২। প্ৰবন্ধবোৰ পোখালি শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰাৰ সলনি পোনেপোনে অসম আৰু ৰাজনীতি শ্ৰেণীভূক্ত কৰা ভাল হব নেকি? প্ৰবন্ধবোৰ চমু হব পাৰে, কিন্তু তথ্যৰ দিশৰ পৰা পৰ্যাপ্ত। ইংৰাজী প্ৰবন্ধকেইটাকো পোখালি শ্ৰেণীভূক্ত কৰা হোৱা নাই।

বাবুল বৈশ্য 04:32, 24 ডিচেম্বৰ 2012 (UTC)

কথাটো থিকেই। বিধানসভা সমষ্টি বুলি লিখিলেহে ভাল হ'ব। থিক কৰি দিম বাৰু। Ani ttbr (talk) 04:46, 24 ডিচেম্বৰ 2012 (UTC)

অমূল্য অৱদান পদক[সম্পাদনা কৰক]

অমূল্য অৱদান পদক
অসমীয়া ৱিকিপিডিয়াত ২০০ টা প্ৰবন্ধ লিখি ইয়াক সমৃদ্ধিশালী কৰি তোলাৰ বাবে কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়ালোঁ। আশা কৰোঁ তুমি এনেদৰেই অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাবা। — গীতাৰ্থ বৰদলৈ (talk) 09:35, 14 জানুৱাৰী 2013 (UTC)
ধন্যবাদ। Ani ttbr (talk) 12:51, 14 জানুৱাৰী 2013 (UTC)

আপুনি জানেনে[সম্পাদনা কৰক]

বেটুপাতৰ আপুনি জানেনে শিতানটোৰ বাবে চাৰিটা বা পাঁচটা তথ্য উলিয়াব পাৰিবানে? বেলেগ বেলেগ বিষয় ল'বা আৰু মন কৰিবা যাতে বাক্যটোত অন্ততঃ এটা নীলা লিংক থাকে। লগতে সামঞ্জস্য থকা সৰু ছবি এখন দিবা। আপডে'টৰ কাৰণে সাঁচ এইটো: সাঁচ:আজিৰ আপুনি জানেনে— গীতাৰ্থ বৰদলৈ (talk) 18:54, 16 জানুৱাৰী 2013 (UTC)

হ'ব বাৰু। কাইলৈ লিখিম। Ani ttbr (talk) 18:58, 16 জানুৱাৰী 2013 (UTC)

সোণাৰাম চুতীয়া[সম্পাদনা কৰক]

সোণাৰাম চুতীয়া প্ৰৱন্ধটোৰ "ধৰ্মান্তৰিত হোৱাৰ সিদ্ধান্ত" উপ-শীৰ্ষৰ অন্তৰ্ভাগত কিবা এটা গোলমাল হৈছে। বাক্য এটা অৰ্ধসমাপ্ত হৈ আছে যেন লাগিছে। আপুনি আৰম্ভ কৰিছিল নেকি? "ড০ বেণু গগৈ, ড০ গৌতম গগৈ (২০০৫). তিমিৰ ফাৰিয়া বাজ" প্ৰসঙ্গ পুথিৰ নাম আছে৷ এবাৰ মন কৰিবচোন৷

Anjal Borah (talk) 06:10, 1 ফেব্ৰুৱাৰী 2013 (UTC)

হয়। ময়েই আৰম্ভ কৰিছিলোঁ। বৰ্তমান কিতাপখন ঘৰতহে আছে। পাছতহে ঠিক কৰিব লাগিব। Ani ttbr (talk) 14:08, 1 ফেব্ৰুৱাৰী 2013 (UTC)


গৱেষণাধৰ্মী/বিশ্লেষণাত্মক প্ৰবন্ধ[সম্পাদনা কৰক]

অনিমেষ ভূপেন হাজৰিকাৰ সাহিত্য প্ৰবন্ধটোৰ লিখন শৈলীটো অলপ গৱেষণা ধৰ্মী হৈছে নেকি বাৰু, ৱিকিফাই কৰিব লাগিব নেকি? দীপাংকৰ চেতিয়া? 10:49, 11 জুলাই 2013 (UTC)

গীতাৰ্থ দাই মোক এই কথাটো কৈছিল। এই প্ৰবন্ধটো ৱিকিফাই কৰিব লাগিব। লগতে ভূপেন হাজৰিকাৰ গীত প্ৰবন্ধটো ভূপেন্দ্ৰ সংগীতৰ লগত একেলগ কৰি দিলে ভাল হব চাগে। Ani ttbr (talk) 17:26, 11 জুলাই 2013 (UTC)

নিৰ্বাচিত প্ৰবন্ধ/আগষ্ট[সম্পাদনা কৰক]

চাবাচোন: ৱিকিপিডিয়া বাৰ্তা:নিৰ্বাচিত প্ৰবন্ধ/প্ৰস্তাৱ — গীতাৰ্থ বৰদলৈ (talk) 18:12, 23 জুলাই 2013 (UTC)

নিকাকৰণ[সম্পাদনা কৰক]

ভাৰতীয় চলচ্চিত্ৰ প্ৰবন্ধটো নিৰ্বাচিত প্ৰবন্ধৰ শাৰীলৈ নিবলৈ কিবা কিবি কৰাচোন। প্ৰবন্ধটোৰ লিংকবোৰ ৰঙা হৈ আছে। চব অসমীয়া কৰাটো টান হ'ব। ইংৰাজীয়েই ভৰাব পাৰা। বানান, তথ্যসূত্ৰ, ভাষা অলপ চাবাচোন। ম‌ই কেইদিনমান অলপ ব্যস্ত। — গীতাৰ্থ বৰদলৈ (talk) 13:50, 29 জুলাই 2013 (UTC)

চাম বাৰু। Ani ttbr (talk) 13:54, 29 জুলাই 2013 (UTC)

বিলোপন নকৰা সম্পৰ্কত[সম্পাদনা কৰক]

মহাশয়, নমস্কাৰ ল’ব। মই নতুনকৈ অসমীয়া ৱিকিপেডিয়াৰ সদস্য হৈছো। মই মাখিবাহা, প্ৰচেষ্টা আদি বিষয় সম্পাদনা কৰি আছো। প্ৰচেষ্টা নামৰ বিষয়টো বিলোপনৰ মাপকাঠিৰ যোগ্য বুলি অভিহিত হৈছে। অনুগ্ৰহ কৰি ইয়াক বিলোপন নকৰাকৈ কেনেকৈ ৰাখিব পাৰিম জনাব। কাৰণ এই বিষয়টোত ইতিমধ্যে নতুন কথা সংযোগ কৰিছো। লগতে কোনো বিষয়ৰ উদ্ধৃতি কেনেদৰে দিয়ে জনাব।

ধন্যবাদ সহকাৰে।

আপোনাৰ বিশ্বাসী।

ৰঞ্জিত শৰ্মা ০৬-০৯-২০১৩

যোগদান কৰা দেখি ভাল পাইছোঁ

ইং প্ৰবন্ধটোও সঘনে সাল সলনি কৰি থকা যেন লাগিছে। আমি অলপ অপেক্ষা কৰোঁ নেকি?


প্রভাকৰ শৰ্মা নেওগ (talk) 09:26, 17 নৱেম্বৰ 2013 (UTC)

ৱিকিপিডিয়া লক্ষীমপুৰ মিটআপ[সম্পাদনা কৰক]

অনিমেষ বিহুৰ পাছতে (১৫-২০ জানুৱাৰী) এখন ৱিকি মিটআপ উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ত আয়োজন কৰিবলৈ মহাবিদ্যালয়ৰ কিছু লোকে মোক কৈছে, ম‍ই পৰা পক্ষত থাকিম তুমি পাৰিবানে থাকিব? এই পৃষ্ঠাটো চাবাচোন ৱিকি মীট মতামত দিবা দীপাংকৰ চেতিয়া? 09:56, 16 ডিচেম্বৰ 2013 (UTC)

ম‍ই তোমাক তাৰিখটো জনাম সোণকালেই ৰ’বা, তোমাৰ ফোন নম্বৰটো দিবা, ইয়াত দিব নিবিছাৰিলে এইটোত দি দিবা, deep.jeet333@hotmail.com দীপাংকৰ চেতিয়া? 11:23, 26 ডিচেম্বৰ 2013 (UTC)

সাঁচ:অসমৰ প্ৰসিদ্ধ ব্যক্তি‎‎[সম্পাদনা কৰক]

সাঁচ:অসমৰ প্ৰসিদ্ধ ব্যক্তি‎‎ কাম নাইকৰা - মানে বিস্তাৰ/সংকোচ নোহোৱা হ'ল দেখোন। চাবাচোন। প্রভাকৰ শৰ্মা নেওগ (talk) 10:39, 4 জানুৱাৰী 2014 (UTC)

See bug report https://bugzilla.wikimedia.org/show_bug.cgi?id=59778. discuss in Fb প্রভাকৰ শৰ্মা নেওগ (talk) 22:50, 7 জানুৱাৰী 2014 (UTC)

এই মাহৰ ৱিকিপিডিয়ান: জানুৱাৰী[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


07:50, 1 ফেব্ৰুৱাৰী 2014 (UTC)

অভিনন্দন, অনিমেষ। প্রভাকৰ শৰ্মা নেওগ (talk) 11:32, 1 ফেব্ৰুৱাৰী 2014 (UTC)

অভিনন্দন! - উদ্দীপ117.198.62.130 14:27, 1 ফেব্ৰুৱাৰী 2014 (UTC)

অভিনন্দন,অনিমেষ৷ Rumi Borah (talk) 05:41, 3 ফেব্ৰুৱাৰী 2014 (UTC)

ধন্যবাদ। Ani ttbr (talk) 13:26, 13 ফেব্ৰুৱাৰী 2014 (UTC)

অক্লান্ত কৰ্মী পদক'[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। বিষ্ণু শইকীয়া 11:22, 5 নৱেম্বৰ 2014 (UTC)

প্ৰজেক্ট টাইগাৰ ২.০ | ধন্যবাদ[সম্পাদনা কৰক]

ধন্যবাদ
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮ জন অংশগ্ৰহণকাৰীয়ে ২০৫ টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 11:12, 21 January 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আয়োজক পদক[সম্পাদনা কৰক]

আয়োজক পদক
অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহলৈ নিৰলসভাৱে আপুনি আগবঢ়াই যোৱা অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা এই পদকটি আগবঢ়ালো। আশাকৰোঁ আপোনাৰ এই গতি ভৱিষ্যতেও একেদৰেই ৰ’ৱ৷

দিব্য দত্ত (বাৰ্তা) 18:06, 24 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients[সম্পাদনা কৰক]

tiger face
tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC)

REMINDER - Feedback from writing contest jury of Project Tiger 2.0[সম্পাদনা কৰক]

tiger face
tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the article writing jury process.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 06:24, 13 June 2020 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Ani ttbr,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:26, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

WikiConference India 2023: Program submissions and Scholarships form are now open[সম্পাদনা কৰক]

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) 11:24, 16 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline[সম্পাদনা কৰক]

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 16:20, 2 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

On Behalf of, WCI 2023 Core organizing team.