সদস্য বাৰ্তা:Dwijenmahanta

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
Wikipedia-logo-v2-as.svg
Assamese Jaapi.png
নমস্কাৰ, Dwijen Mahanta,

অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম!

অসমীয়া ৱিকিপিডিয়ালৈ আদৰিছোঁ। আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী:

ৱিকিপিডিয়াৰ বিষয়ে অলপ
প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব?
সম্পাদনাৰ থুলমুল আভাষ
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
ৱিকিপিডিয়াৰ পঞ্চশীল নীতি
ৱিকিপিডিয়া কি নহয়

ইয়াৰ উপৰিও ফেচবুক-অত আমাৰ 👍Assamese Wikipedia Community বুলি এটা আলোচনা গোট আছে। বিকিপিডিয়ান সকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে।

আশা কৰোঁ সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব।

--অম্লান 15:57, 26 নভেম্বৰ 2011 (UTC)

ধন্যবাদ। সকলোৰে সহায়ত কাম কৰি যোৱাৰ প্রতিশ্রুতিৰে
আপোনালোকৰ--Dwijenmahanta 13:04, 28 নভেম্বৰ 2011 (UTC)



সূচী

[সম্পাদনা কৰক] আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1

আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 19:51, 22 জানুৱাৰী 2012 (UTC)

[সম্পাদনা কৰক] পুৰস্কাৰ

Tireless Contributor Barnstar.gif অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ ধন্যবাদ হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:32, 14 ফেব্ৰুৱাৰী 2012 (UTC)

এই সন্মান পাই নিজকে ধন্য মানিলো।পদকৰ সন্মান অক্ষুন্ন ৰাখিবলৈ সদায় চেষ্টা কৰিম। দ্বিজেন মহন্ত 10:46, 14 ফেব্ৰুৱাৰী 2012 (UTC)

ভাল| আশা কৰিলো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:50, 14 ফেব্ৰুৱাৰী 2012 (UTC)

[সম্পাদনা কৰক] উপহাৰ

Working Man's Barnstar.png The Working Man's Barnstar
বন্ধুবৰ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC)

ধন্যবাদ Jyoti Prakash Nath। পদকৰ সন্মান অক্ষুন্ন ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ।দ্বিজেন মহন্ত 11:56, 22 ফেব্ৰুৱাৰী 2012 (UTC)

[সম্পাদনা কৰক] সহায়

দাদা, আপুনি সহায় বিচৰাৰ পাছটো সহায় নাপালে| এই বিষয়টো দৃষ্টিগোচৰ নোহোৱা বাবে বেয়া নাপাব| বস্তুবোৰ এতিয়া আহে লাহে গতি লৈছে| আপোনাৰ অসুবিধাবোৰ এতিয়া কমিছে চাগৈ| প্ৰয়োজন আছে যদি ক’ব| যদি প্ৰয়োজন নাই "সহায় কৰক" সাঁচটো উঠাই দিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:59, 28 ফেব্ৰুৱাৰী 2012 (UTC)

একো নাই বিষ্ণু,মই আক' মোৰহে কিবা গন্ডগোল বুলি ভাবি আছিলো।দ্বিজেন মহন্ত বাৰ্তা


যদি এতিয়া সহায়ৰ প্ৰয়োজন নাই ওপৰৰ "সহায় কৰক" (Help me) সাঁচটো উঠাই দিব পাৰে|বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:04, 4 মাৰ্চ 2012 (UTC)

বিষ্ণু শ‍ইকীয়াউঠালো।দ্বিজেন মহন্ত বাৰ্তা

অতি উত্তম|

[সম্পাদনা কৰক] স্বাক্ষৰ

আপুনি স্বাক্ষৰৰ ক্ষেত্ৰত অসুবিধা পাই আছে হ’বলা, এইখন চাবচোন| কিবা নোৱাৰিলে স্বাক্ষৰৰ সহায় পৃষ্ঠাটো চাব| মোক এটা ফোন কৰিব| বাৰ্তা:অৰ্থনীতি অন্য এটা প্ৰশ্নৰ উত্তৰ দিছো| চাব বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:56, 4 মাৰ্চ 2012 (UTC)


ভাল, কিন্তু একেবাৰে সৰু অৱস্থাত নাৰাকিব দেই| ইংৰাজীখনৰো অলপ অলপ সহায় ল’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 09:28, 4 মাৰ্চ 2012 (UTC)

বিষ্ণু শ‍ইকীয়া

আজি অলপ কৰিলো।চাইছা নেকি ?স্বাক্ষৰ কৰাত অসুবিধা নাই পোৱা।এই বিলাক অলপ পৰীক্ষা কৰি চাইছোহে।--দ্বিজেন মহন্ত 09:36, 4 মাৰ্চ 2012 (UTC)


আপোনাৰ গবেষণাগাৰটো এবাৰ হাত ফুৰাই দিলো| অলপ খেলেমেলি হৈ আছিল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:11, 8 মাৰ্চ 2012 (UTC)
ধন্যবাদ বিষ্ণু। দ্বিজেন মহন্ত

দ্বিজেন মহন্ত 06:09, 9 মাৰ্চ 2012 (UTC)

[সম্পাদনা কৰক] সম্পাদনা

সম্পাদনা চলি থকা অৱস্থাত আপুনি যদি আন কোনোৱে সেইটো সম্পাদনা কৰাটো নিবিচাৰে তেন্তে {{সম্পাদনা দ্বন্দ}} বুলি লিখিব| যদি অন্য সদস্যৰ সৈতে মিলিজুলি কৰিব বিচাৰে তেন্তে {{under construction}} বুলি লিখি ৰাখক| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:40, 9 মাৰ্চ 2012 (UTC)

[সম্পাদনা কৰক] মূকাভিনয়

পৃষ্ঠাটোৰ কাম শেষ হ’ল নেকি? বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:14, 11 মাৰ্চ 2012 (UTC)

নাইহোৱা বিষ্ণু।অলপ আছে।এই সপ্তাহতে শেষ কৰিম ৰবা।--দ্বিজেন মহন্ত 09:33, 12 মাৰ্চ 2012 (UTC)

অভিনন্দন| এতিয়াহে প্ৰবন্ধটো ধুনীয়া হৈছে| অ’ কাম শেষ কৰাৰ পাছত {{under construction}} সাঁচটো উঠাই দিব লাগে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:37, 14 মাৰ্চ 2012 (UTC)
চাইছো দাদা, ভাল হৈছে এতিয়া| সম্পাদনা শেষ কৰি বেনাৰখন আতৰাই দিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:02, 12 মাৰ্চ 2012 (UTC)

[সম্পাদনা কৰক] ক্লিনআপ টেগ

উত্তৰ দিয়াত দেৰি হোৱা বাবে বেয়া নাপাব| আপুনি লিখা বিশ্বনাথ চাৰিআলি প্ৰবন্ধটোত প্ৰ্ভাকৰ দাদাই এই টেগটো লগাইছিল| তেতিয়া প্ৰবন্ধটো বৰ চালুকীয়া অৱস্থাত আছিল| ইতিহাস চালে সকলোবোৰ গম পাব| এতিয়া আপুনি যঠেষ্ঠ বিকাশ কৰিলে| গতিকে সেই সাঁচ বোৰ উঠাই দিব পাৰে| লগতে আলোচনা পৃষ্ঠাত আপোনাৰ অভিমত ব্যক্ত কৰিলে ভাল হয়| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:43, 18 মাৰ্চ 2012 (UTC)

ধন্যবাদ বিষ্ণু।তোমালৈ ব্যক্তিগত বাৰ্তা এটাও দিছিলো এই বিষয়ে।উত্তৰ নোপোৱাত FBত লিখিলো।তেতিয়াহলে টেগ কেইটা উঠাই দিও। :--দ্বিজেন মহন্ত (talk) 16:49, 18 মাৰ্চ 2012 (UTC)

দিনত ম‍ই ব্যস্ত আছিলো| ওপৰত কোৱাৰ দৰে টেগবোৰ উঠাই দিব পাৰে| বিষ্ণু শ‍ইকীয়া বাৰ্তা

[সম্পাদনা কৰক] অনুৰোধ

এইখনৰ কিবা এটা গতি লগাই দিয়ক দাদা|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 09:57, 9 এপ্ৰিল 2012 (UTC)

 বিষ্ণু শ‍ইকীয়াবাৰ্তাএই মানুজনৰ ওছৰলৈ কেবাদিনো গ'লো।তেখেতে সময় দিব পৰা নাই।বৰ মুডি মানুহ।ময়ো এৰা নাই, লাগি আছো।সময় লাগিব।

দ্বিজেন মহন্ত (talk) 17:56, 10 এপ্ৰিল 2012 (UTC)


ঠিক আছে দাদা, ম‍ই তেন্তে under construction বেনাৰখন লগাই থওঁ| নাইবা বেয়া দেখাই|
ঠিক আছে লগাই দিয়া।মই বিহুৰ মাজতে শেষ কৰিম।অ' ওপৰত অনুৰোধৰ ঠাইত অনুৰুধ হৈ আছিল।শুদ্ধ কৰি দিলো দেই।দ্বিজেন মহন্ত (talk) 08:45, 11 এপ্ৰিল 2012 (UTC)

[সম্পাদনা কৰক] The Teamwork Barnstar

Team Barnstar.png The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ।  বিষ্ণু শ‍ইকীয়াবাৰ্তা 11:16, 12 এপ্ৰিল 2012 (UTC)
ব্যক্তিগত সৰঞ্জাম

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি