সদস্য বাৰ্তা:JBDVIJASDVI

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

— গীতাৰ্থ বৰদলৈ (talk) 04:41, 18 ফেব্ৰুৱাৰী 2014 (UTC)

টিউৰিং পৰীক্ষা[সম্পাদনা কৰক]

ৱিকিপিডিয়াত লিখাৰ বাবে ধন্যবাদ। প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত বাৰ্তা দিছোঁ, চাব। প্রভাকৰ শৰ্মা নেওগ (talk) 02:20, 25 জুন 2014 (UTC)

বিভ্ৰাটসমূহৰ তালিকা[সম্পাদনা কৰক]

প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত (বাৰ্তা:বিভ্ৰাটসমূহৰ তালিকা) বাৰ্তা এটা দিছোঁ, চাবচোন। প্রভাকৰ শৰ্মা নেওগ (talk) 08:10, 24 আগষ্ট 2014 (UTC)

হোজাৰ সত্যনিষ্ঠা আৰু বিভ্ৰাটৰ তালিকাত থকা এনেকুৱা নামবোৰ অসমীয়াত আছেনে (পাঠ্যপুথি, আন মান্য কিতাপ)? অনুগ্ৰহ কৰি উৎসবোৰ প্ৰবন্ধত লিখি দিব, তেহে পাঠকৰ সুবিধা হয়। — গীতাৰ্থ বৰদলৈ (talk) 20:43, 29 আগষ্ট 2014 (UTC)

বিভ্ৰাটসমূহৰ তালিকা[সম্পাদনা কৰক]

উক্ত প্ৰবন্ধটো আৰু তাৰ আলোচনাখিনি চাবচোন। প্রভাকৰ শৰ্মা নেওগ (talk) 06:01, 31 আগষ্ট 2014 (UTC)

অনুবাদ সম্পৰ্কীয় আলোচনা[সম্পাদনা কৰক]

ইয়াৰ - ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (নীতি) আলোচনাখিনি চাবচোন। প্রভাকৰ শৰ্মা নেওগ (talk) 04:19, 13 ছেপ্টেম্বৰ 2014 (UTC)

Thanks for your valuable contribution to Assamese wikipedia. Hope, you are now an experineced user. So, please try to give references to the articles you created. And also to take importance to the length of the article. For help, please click সহায়:পাদটীকা . বিষ্ণু শইকীয়া 10:39, 25 ছেপ্টেম্বৰ 2014 (UTC)

তৰ্কশাস্ত্ৰ সম্পৰ্কীয় প্ৰবন্ধসমূহ[সম্পাদনা কৰক]

আপুনি সৃষ্টি কৰা তৰ্কশাস্ত্ৰ সম্পৰ্কীয় প্ৰবন্ধ কেইটা আপোনাৰ ইউজাৰ এৰিয়ালৈ কপি কৰি সুমুৱাই দিয়া হ'ল। প্ৰবন্ধকেইটা চাবলৈ সদস্য:JBDVIJASDVI/অদৃষ্ট দৰ্শন এনেকৈ চালেই হ'ল।

অনুগ্ৰহ কৰি ৱিকিপিডিয়াৰ বাবে উপযুক্ত কৰি নুলিওৱালৈকে প্ৰবন্ধ কেইটা আকৌ ৱিকিপিডিয়াৰ মূল ভাগলৈ নানে যেন।

প্রভাকৰ শৰ্মা নেওগ (talk) 20:34, 28 অক্টোবৰ 2014 (UTC)

The Current Events Barnstar
আপুনি অসমীয়া ৱিকিপিডিয়াত সৃ্ষ্টি কৰা হালধীয়া চোলাবোৰৰ আন্দোলন, জামাল আহমেদ ষাশ্বকজী আদি শেহতীয়া তথ্য সম্বলিত মূল্যৱান প্ৰবন্ধৰ বাবে ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ কৃতজ্ঞতাৰ চিন স্বৰূপে এই পদক আগবঢ়ালো৷ আগলৈকো একেদৰেই ৱিকিলৈ অৱদান আগবঢ়াই যাব বুলি আশা ৰাখিছোঁ৷ ধন্যবাদ৷ জলি বৰা (talk) 12:05, 22 December 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Thank you JBDVIJASDVI (talk) 14:39, 23 December 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শুভ নৱবৰ্ষ![সম্পাদনা কৰক]

Send New Year cheer by adding {{subst:Happy New Year}} to user talk pages.


২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় JBDVIJASDVI,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.