সদস্য বাৰ্তা:Kandarpajit Kallol

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিয়ৰপৰশ (talk) 07:46, 8 মে' 2013 (UTC)

হিৰণ্য ডেকা[সম্পাদনা কৰক]

আপুনি অধিক তথ্য পায় যদি "হিৰণ্য ডেকা" প্ৰবন্ধটো অন্ততঃ এটা পৰিচ্ছেদৰ কৰি তুলিবচোন। মাত্ৰ এশাৰী-দুশাৰী থাকিলে বেয়া দেখি। — গীতাৰ্থ বৰদলৈ (talk) 07:17, 11 মে' 2013 (UTC)

ধন্যবাদ, গীতাৰ্থদা, নতুন আৰু তাতে ম'বাইলেৰে লিখা কাৰণে অলপ পলম হৈছে, কৰিম বাৰু ~~~~

(মই প্রভাকৰ শৰ্মা নেওগ (talk) -এ হে লিখিছোঁ, কন্দৰ্পক দেখুৱাবলৈ, কন্দৰ্প ~ চাৰিটা nowiki নোহোৱাকৈ লিখিবাঁ)

অক্লান্ত কৰ্মী পদক'[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। বিষ্ণু শইকীয়া 11:43, 5 নৱেম্বৰ 2014 (UTC)

শেহতীয়া সম্পাদনা[সম্পাদনা কৰক]

নমস্কাৰ কন্দৰ্প দা, যদি কেতিয়াবা প্ৰবন্ধ সৃষ্টি কৰোঁতে শিৰোনামা ভুল থাকে, শুদ্ধ নামলৈ স্থানান্তৰ কৰি দিব পাৰি। তেনে কৰিলে শুদ্ধ নামেৰে আকৌ এটা প্ৰবন্ধ সৃষ্টি নকৰিলেও হয়। ভুল নাম আৰু শুদ্ধ নামেৰে দুটা প্ৰবন্ধ হলে হয়তো এটা প্ৰশাসকে delete কৰিব লাগিব বা দুয়োটাকে merge কৰিব লাগিব। শুভেচ্ছাৰে....-অজয় দাস (বাৰ্তা) 03:12, 15 December 2016 (ইউ.টি.চি.) ধন্যবাদ । প্ৰবন্ধ দুটা একেই আছে । অনুগ্ৰহ কৰি এটা ডিলিট কৰি দিয়ক । আৰু শিৰোনামটো "কোংকণী" হ'ব । কন্দৰ্পজিৎ কল্লোল 19:25, 4 February 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিপিডিয়ান: মে' ২০২১[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


Nayan j Nath (বাৰ্তা)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

@Kandarpajit Kallol:, আজিৰ তাৰিখলৈ ৭৬টা প্ৰবন্ধৰে আপুনি অসমীয়া ৱিকিপিডিয়ালৈ অমূল্য বৰঙণি আগবঢ়াইছে। তাৰবাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰ-কৃতজ্ঞ। আপুনি সৃষ্টি কৰা বহু প্ৰবন্ধত, যেনে ৰাজস্থানী ভাষা, বৎচোৱানা, নামিবিয়া, পল ভেৰ্লেন, আনন্দ বক্সী, ২৯ ফেব্ৰুৱাৰী আদিত কোনো তথ্যসূত্ৰ উল্লেখ কৰা হোৱা নাই। কিছুমান প্ৰবন্ধ চাৰি-পাঁচটা বাক্যৰে লিখা তেনেই চুটি প্ৰবন্ধ। কোনো তথ্যসূ্ত্ৰৰ উল্লেখ নথকা চাৰি-পাঁচশৰীয়া প্ৰবন্ধবোৰত ‘ডিলিট টেগ’ লগোৱা হ’ব পাৰে।

অসমীয়া ৱিকিপিডিয়া বা ৱিকিউৎসত সক্ৰিয় সদস্যৰ সংখ্যা তেনেই সীমিত। এতেকে একেজন সদস্যই প্ৰবন্ধ লিখাৰ উপৰিও তথ্যসূত্ৰ, শ্ৰেণী, ইনফোবক্স, সজ্জা, ৱিকিডাটা সংযোগ আদি সকলো কাম কৰিবলগীয়া হয়। সেয়েহে আপোনাক দুটা অনুৰোধ কৰিব বিচাৰিছো। অনুৰোধ ১, প্ৰতিটো প্ৰবন্ধ লিখাৰ সমান্তৰালকৈ তথ্যসূত্ৰবোৰো সংযোগ কৰি যাব। তথ্যসূত্ৰ অবিহনে ৱিকিৰ প্ৰবন্ধ মূল্যহীন। অনুৰোধ ২, পুৰাকৈ প্ৰবন্ধটো লিখিব নোৱাৰিলেও অন্ততঃ ‘লীড চেকচন’টো (Lead section) অলপ দীঘলীয়াকৈ লিখিব, যাতে আপুনি লিখা প্ৰবন্ধটো পঢ়ি পাঠকে বিষয়টোৰ সম্যক ধাৰণা পায়। নহ’লে আপুনি লিখাৰ কোনো অৰ্থই নাথাকিব। এটা প্ৰবন্ধ অতি কমেও দেৰশ-দুশ শব্দৰ হ’লে ভাল।

কম লিখক, ভালকৈ লিখক। Quantity-তকৈ Quality-ত গুৰুত্ব দিয়ক। বাবুল বৈশ্য (বাৰ্তা) 16:23, 6 মে' 2021 (ইউ.টি.চি.)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Kandarpajit Kallol,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities[সম্পাদনা কৰক]

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠান[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখী হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে[সম্পাদনা কৰক]

প্ৰিয় Kandarpajit Kallol,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

WikiConference India 2023: Program submissions and Scholarships form are now open[সম্পাদনা কৰক]

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) 11:24, 16 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline[সম্পাদনা কৰক]

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 16:20, 2 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

On Behalf of, WCI 2023 Core organizing team.

প্ৰবন্ধৰ মান[সম্পাদনা কৰক]

নমস্কাৰ! শেহতীয়াকৈ আপুনি তৰিৎ গতিত একাধিক প্ৰবন্ধ সৃষ্টি কৰিছে। এনে কৰাৰ ফলত আপোনাৰ অধিকাংশ প্ৰবন্ধৰে মান অতি নিম্ন হোৱা দেখা গৈছে। প্ৰবন্ধ একোটা লিখোতে বা অনুবাদ কৰোতে অতিকমেও ৩০০ মান শব্দৰ সীমাৰ নীতি মানি চলাৰ লগতে উপযুক্ত আৰু যথেষ্ট তথ্যসূত্ৰ দিয়া উচিৎ, গতিকে কম সময়তে একাধিক প্ৰবন্ধ সৃষ্টিৰ লক্ষৰ বিপৰীতে প্ৰবন্ধৰ মানৰ ওপৰত গুৰুত্ব দিব বুলি আশা কৰিলোঁ। - দিব্য দত্ত (বাৰ্তা) 18:13, 28 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]