সদস্য বাৰ্তা:Pranjal Das Balipara

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

- Manjil Konwar (talk) 10:45, 13 মাৰ্চ 2015 (UTC)

সদস্য পৃষ্ঠা[সম্পাদনা কৰক]

সদস্য পৃষ্ঠাটো সাজিলা তেতিয়াহ’লে, বঢ়িয়া, আৰু নতুন প্ৰবন্ধ সৃষ্টি কৰি যোৱা :) দীপাংকৰ চেতিয়া? 05:08, 17 মাৰ্চ 2015 (UTC)

তোমাৰ দিহা-পৰামৰ্শ, সা-সহায়ৰ বাবে ধন্যবাদ ;) Pranjal Das Balipara (talk) 07:06, 17 মাৰ্চ 2015 (UTC)

সলালোঁ স্বাক্ষৰ :) প্ৰাঞ্জল দাস (talk) 08:14, 17 মাৰ্চ 2015 (UTC)

পিছত সেই লিখি থকা হাতৰ চিম্বলটো কেনেকৈ আনোঁ :P প্ৰাঞ্জল দাস (talk) 08:15, 17 মাৰ্চ 2015 (UTC)

ছাৰ জন বস্ক' হৈ আছে আপোনাৰ শেহতীয়া প্ৰৱন্ধটো ৷ Ram Kinkor Mahanta (talk) 06:41, 13 August 2015 (UTC)

ডন বস্ক'ৰ প্ৰকৃত নাম ছাৰ জন বস্ক'। ময়ো প্ৰবন্ধটো লিখিবলৈ লৈহে কথাটো জানিলোঁ। প্ৰাঞ্জল দাস (talk) 10:34, 8 april 2016 (ইউ.টি.চি.)

প্ৰতিভাবান ন-সম্পাদকৰ পদক: মাৰ্চ[সম্পাদনা কৰক]

প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
যোগদানৰ প্ৰথম মাহতে অসমীয়া ৱিকিপিডিয়াত তুমি দেখুওৱা উৎসাহ আৰু অৱদানৰ বাবে কৃত্জ্ঞতাস্বৰুপে তোমালৈ এই বঁটা আগবঢ়োৱা হৈছে। আশা কৰোঁ আগলৈকো এনেদৰে কাম কৰি থাকিবা৷- Manjil Konwar (talk) 11:00, 30 মাৰ্চ 2015 (UTC)

বঢ়িয়া[সম্পাদনা কৰক]

তুমি কম সময়তে বঢ়িয়া কাম কৰি আছা। কেৱল মন কৰিবা যে "সংক্ষিপ্ত অসমীয়া বিশ্বকোষ"ৰ পৰা যাতে লেখাবোৰ হুবহু ইয়াত তুলি দিয়া নহয়। — গীতাৰ্থ বৰদলৈ (talk) 08:56, 8 april 2016 (ইউ.টি.চি.)

ধন্যবাদ !! মই শান্তনু কৌশিক বৰুৱা ডাঙৰীয়াৰ পৰা আগতীয়া অনুমতি লৈছিলোঁ। যিমান পাৰোঁ নিজৰ ভাষাৰে লিখিবলৈ যত্ন কৰিছোঁ বাৰু তথ্য বোৰ। কিন্ত্ত প্ৰৱন্ধবোৰত ফটো সংযোগ কৰা, শ্ৰেণী সংযোগ কৰা ইত্যাদিবোৰ মই কৰিবলৈ জনা নাই। সেইখিনি অলপ চাই-মেলি দিয়ে যেন। প্ৰাঞ্জল দাস (talk) 09:16, 8 april 2016 (ইউ.টি.চি.)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Pranjal Das Balipara,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.