সদস্য বাৰ্তা:Psneog

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


   মই        পুৰস্কাৰসমূহ        Userboxes        কথা-বতৰা        অবদান      



স্বাগতম!Psneog

ৱিকিপিডিয়ালৈ আদৰিছো। আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় সংযুক্ত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:

মই আশাকৰো সম্পাদনাৰ কামটো আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্রহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড (~~~~) ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। যিকোনো সহায়ৰ বাবে চাওঁক ৱিকিপিডিয়া: প্রশ্ন ক'ত সুধিম, মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওঁক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}} সুমুৱাই দিওঁক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্রশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব। আকৌ এবাৰ, ৱিকিপিডিয়ালৈ আদৰিছোঁ। --Jose77 ০৫:০৯, ৩ জুন ২০০৯ (UTC)



সংৰক্ষিত পাঠ

Archive 1

মোলৈ কিবা বাৰ্তা থাকিলে ইয়াৰ তলত দিব পাৰিব। আগৰখিনি চাবলৈ কাষৰ "আৰ্কাইভ বক্স" বা "সংৰক্ষিত পাঠ" চাওক।[সম্পাদনা কৰক]

User:KalitaEdits

উনবৈ পৃষ্ঠাটিৰ প্ৰসংগত[সম্পাদনা কৰক]

ভাষান্তৰণৰ প্ৰসংগত কোৱা কথাটিৰ বাবে ধন্যবাদ। মই ট্ৰান্সলেছন টুল ব্যৱহাৰ কৰিবলৈ যাওতে তেনে হ'ল।

ধন্যবাদ[সম্পাদনা কৰক]

মোক বিশেষ উদগণি পদক প্ৰদান কৰি অতিকৈ উৎফুল্লিত কৰাৰ বাবে অশেষ ধন্যবাদ। মই নিশ্চয় অসমীয়া ৱিকিপিডিয়াত লিখি যাম, মোক অনুপ্ৰাণিত কৰাৰ বাবে ধন্যবাদ। IKHazarika (talk) 06:26, 31 অক্টোবৰ 2014 (UTC)

যিকোনো এখন ইংৰাজী ৱিকিৰ অনুচ্ছেদ নতুনকৈ অসমীয়াত নিলিখাকৈ যিকোনো Translator-ৰ জৰিয়তে অনুবাদ কৰাৰ কিবা উপাই আছে নেকি ????

বৰদৈচিলা[সম্পাদনা কৰক]

ধন্যবাদ মহাশয় । মই ইতিমধ্যে তথ্য যোগদানৰ কাম আৰম্ভ কৰিছো । --Amrit barman (talk) 06:48, 8 জুন 2014 (UTC)

অসম পুলিচ: নতুন প্ৰবন্ধ[সম্পাদনা কৰক]

সাঁচ কেনেকৈ বনায় বাৰু??? অসম পুলিচৰ প্ৰবন্ধটোৰ পদবী শিৰোনামাটো সম্পাদনা কৰিব বিছাৰিছোঁ, ইংৰাজীত গোটাইখিনি আছে। তাৰ পৰা টেবুলবোৰ কপি পেষ্ট কৰি কেনেকৈ অসমীয়াত যোগ কৰিব পাৰি অলপ জনাই দিয়া হ'লে ভাল আছিল - user:Ankur d

নতুন প্ৰবন্ধটোৰ (অসম পুলিচ) "সম্পাদনা" টো খুলি লোৱা। ইংৰাজীখনত Assam Police প্ৰবন্ধটো আছে। তাৰে "edit" -অত ক্লিক কৰি খুলি লোৱাঁ (সাৱধান - একো সালসলনি নকৰিবাঁ।) তাৰে {{new page}} আৰু {{Infobox law enforcement agency .......... }} সাঁচ দুইটা হুবহু কাট কৰি তোমাৰ প্ৰবন্ধটোত পেষ্ট কৰি দিয়াঁ। {{Infobox law enforcement agency .......... }}-ৰ পেৰামিটাৰবোৰৰ সমান চিনৰ সোঁহাতৰ অংশবোৰ অসমীয়ালৈ অনুবাদ কৰি দিবাঁ। এই ক্ষেত্ৰত সাঁচটো অসমীয়া ৱিকিত আছেই, তুমি ব্যৱহাৰ কৰিলাঁ।
বুজিলানে নাই তলত লিখিবাঁ।
প্রভাকৰ শৰ্মা নেওগ (talk) 13:56, 22 জানুৱাৰী 2014 (UTC)

কোনোবা এজনে যোগ কৰিলে, কিন্তু কেনেকৈ কৰিলে একো ধৰিবই নোৱাৰিলোঁ। অংকুৰ দত্ত (talk) 14:45, 22 জানুৱাৰী 2014 (UTC)

"সাঁচ:Infobox law enforcement agency"-ৰ "ইতিহাস চাওক"-অত ক্লিক লৰিলেই দেখা পাবাঁ অনিমেষ বৰাই কৰা বুলি। প্রভাকৰ শৰ্মা নেওগ (talk) 15:02, 22 জানুৱাৰী 2014 (UTC)

অ' এতিয়া দেখিছোঁ। অংকুৰ দত্ত (talk) 15:09, 22 জানুৱাৰী 2014 (UTC)

Thanks from Bengali Wikipedia[সম্পাদনা কৰক]

Hello Psneog, Thanks for responding to my request to help in correction of a newly created article 'Bihu' in Bengali wiki. I sincerely hope for future collaborative works and your kind help on Assam related articles in Bengali Wikipedia. Thanks again. -- Bodhisattwa (talk) 21:47, 21 ফেব্ৰুৱাৰী 2014 (UTC)

Hi Psneog, Could you please help to translate the ম'হৰ শিঙৰ পেঁপা article into Bengali. A translation is going on in Bengali Wikipedia but you can see that I am unable too translate a large portion of the article there. It will be great if you help there. By the way, I have translated বৰগীত and বহুৱা নৃত্য into Bengali today. You are welcome to correct any faults there. Thanks. -- Bodhisattwa (talk) 10:53, 22 ফেব্ৰুৱাৰী 2014 (UTC)

ऐए अथवा अइ नदी (असमिया भाषा: এই নদী[সম্পাদনা কৰক]

Hi

Seasons Greetings.

Sorry for using English language. Just we created a page for Aie river on Marathi language wikipedia at mr:ऐए नदी. We could not get much information of this river on internet.

Please do guide us

  • What is correct writing of Aie river in (Devnagari/Hindi/Marathi/Nepali script) whether ऐए is more correct or अइ is more correct ?
  • Whether এই নদী is correct writing for অসমীয়া ভাষা Assamese language ?
  • Please provide us a link if you have an article on your wikipedia for this river
  • How it is written in Bhutan languages
  • Would like to know about specific place of begining or mouth of the river and names of places on banks of this river.

You can also reply us at mr:चर्चा:ऐए नदी .

Thanks and Regards

Mahitgar (talk) 14:43, 24 ফেব্ৰুৱাৰী 2014 (UTC)

From Marathi language wikipedia

Goalpara গোৱালপাৰা गोवालपारा[সম্পাদনা কৰক]

Hi Thanks for your reply and support; So you mean to say instead of mr:गोलपारा correct Assamese pronounciation in Devnagari would be गोवालपारा am I right. Once I receive your confirmation I will change Marathi Wikipedia page title from mr:गोलपारा to mr:गोवालपारा and will update article mr:आइ नदी for the same.

We will apreciate more info on mr:आइ नदी too. Thanks and warm regards


Mahitgar (talk) 14:56, 25 ফেব্ৰুৱাৰী 2014 (UTC)

Yes, it is गोवालपारा and आइ नदी for sure. You can incorporate these changes.
I have added some more info on the talk page.
প্রভাকৰ শৰ্মা নেওগ (talk) 04:10, 26 ফেব্ৰুৱাৰী 2014 (UTC)
Thanks for your updates for mr:आइ नदी article. We are updating the article accordinglly. Just for your info First Marathi language encyclopedia called mr:महाराष्ट्रीय ज्ञानकोश published in 1921 had made entry of this river under title अइ नदी probablly based on gazeteer published in 1908. So I picked up that entry from there and obiviously info with us was more than 100 year old so your help has been uniquely helpfull.
Warm Regards
Mahitgar (talk) 16:05, 26 ফেব্ৰুৱাৰী 2014 (UTC)
অনেক ধন্যবাদ উপহাৰৰ বাবে নেওগ দা|:অংশুমান ১৩:০৯,১৮ এ্ৰপৰিল ২০১৪

যুক্তিসূত্ৰ[সম্পাদনা কৰক]

Requested not to make haphazard changes. বানানত মন দিব। JBDVIJASDVI (talk) 03:30, 16 ছেপ্টেম্বৰ 2014 (UTC)

ফাইল আপল'ড কৰক, File upload wizard?[সম্পাদনা কৰক]

Wikimedia Commons logo

Hello! Sorry for writing in English. As you're an administrator here, please check the message I left on MediaWiki talk:Licenses and the village pump. Thanks, Nemo 19:22, 18 ছেপ্টেম্বৰ 2014 (UTC)

অক্লান্ত কৰ্মী পদক'[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। বিষ্ণু শইকীয়া 11:22, 5 নৱেম্বৰ 2014 (UTC)

বঁটাৰ বাবে ধন্যবাদ[সম্পাদনা কৰক]

মোক বিশেষ বঁটা প্ৰদান কৰি উৎসাহিত কৰাৰ বাবে ধন্যবাদ। মই ভৱিষ্যতেও অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰি যাম নিশ্চয়েই। IKHazarika (talk) 05:18, 4 জানুৱাৰী 2015 (UTC)

উত্তৰ বৰ্তা[সম্পাদনা কৰক]

মই কেৱল ইংৰাজী পৃষ্ঠাটোৰ অনুৰূপ কৰাৰহে প্ৰয়াস কৰিছিলো। পৃষ্ঠাৰ স্ৰষ্টা মই নহয়। আপোনালোকৰ মন্তব্যৰ বাবে ধন্যবাদ। বিষয়টো সম্পৰ্কে মোৰ নিজা অভিমত এই যে এনে বিষয়ত অসমীয়াত আলোচনা হ'লে মানুহ উপকৃত হ'ব। ছবিৰ বিষয়টো বিতৰ্কিত, গতিকে সেই সম্পৰ্কত মোৰ ক'বলগীয়া একো নাই। মই প্ৰকৃত ছবিখন উপস্থাপন কৰাটোহে বিচাৰিছিলো। অন্য কোনো অভিষ্ট অমুকাৰ নাছিল। ভুল হ'লে ক্ষমা কৰিব। কিন্তো মোৰ নাম লৈ ভুল মন্তব্য ফেচবুকত কৰাটোত দোষ পাইছো। কোনোৱে সম্পূৰ্ণ প্ৰৱন্ধটো অসমীয়ালৈ তৰ্জমা কৰি লিখিলে সুখী হ'ম। মোৰ ক'বলগীয়া আৰু নাই।

অন্য এটা কথা জনাব খোজো যে "উপস্থ" শব্দটো অসমীয়াত আছে। হীৰেন গোহাইৰ ইংৰাজী-অসমীয়া ডিকচনেৰীত ইং. Penis শব্দৰ অসমীয়া অৰ্থ উপস্থ, শিশ্ন আৰু লিংগ তিনিওটা শব্দ দিয়া আছে।

এই বিষয়টোৰ ভৱিস্যত সম্পাদনাত হাত নিদিও। সেয়া বিগ্যজনৰ কৰণীয় বুলি কাপ কাঠি সামৰিলো। এই সন্দৰ্ভত মোক যেন কোনেও নাটানে। -ধন্যবাদ। Sachidananda Saikia (talk) 19:17, 21 জুন 2015 (UTC)

ধন্যবাদ। প্ৰবন্ধটো লৈ মোৰ ব্যক্তিগত ভাৱে কোনো আপত্তি নাই। কিন্তু চ'চিয়েল মেডিয়াত অসমীয়া ৱিকিপিডিয়াক লৈ অযথা বিতৰ্ক ন্হওক বুলিয়ে মই সাৱধান হৈছিলোঁ।
অনুগ্ৰহ কৰি ৱিকিপিডিয়াত লিখি থাকে যেন।
প্রভাকৰ শৰ্মা নেওগ (talk) 03:46, 22 জুন 2015 (UTC)

প্ৰশাসক পদক[সম্পাদনা কৰক]

প্ৰশাসক পদক
জন্মলগ্নৰে পৰা অসমীয়া ৱিকিৰ সামগ্ৰিক বিকাশৰ বাবে আপুনি যি আন্তৰিকতাৰে অহোপুৰুষাৰ্থ কৰি আহিছে আৰু ন-পুৰণি সকলো ৱিকিপিডিয়ানক প্ৰয়োজনীয় দিহা-পৰামৰ্শ আৰু সহযোগিতা আগবঢ়াই সূচাৰূৰূপে প্ৰশাসনীয় কাম-কাজো চলাই আহিছে, তাৰেই কৃতজ্ঞতা স্বৰূপে সকলো ৱিকিপিডিয়ানৰ হৈ এই পদক আগবঢ়ালো; আশা কৰোঁ ভৱিষ্যতেও আমাক এনেকৈয়ে পথ-প্ৰদৰ্শন কৰি যাব -জলি বৰা (talk) 12:42, 26 জুন 2015 (UTC)

সাঁচ বাৰ্তা:বেটুপাতৰ বিষয় সূচী[সম্পাদনা কৰক]

সাঁচ বাৰ্তা:বেটুপাতৰ বিষয় সূচী পৃষ্ঠাটো মন কৰক।--দিব্য দত্ত (talk) 17:37, 5 জুলাই 2015 (UTC)

সাঁচৰ অনুবাদ[সম্পাদনা কৰক]

সাঁচ:Calendar/month/link on, সাঁচ:Calendar/Sun1stMonthStartবুধ, সাঁচ:কেলেণ্ডাৰ, সাঁচ:কেলেণ্ডাৰ/doc, সাঁচ:Calendar/month/link off এই কেইটাৰ অনুবাদ কৰিছিলোঁ।--দিব্য দত্ত (talk) 10:39, 8 জুলাই 2015 (UTC)

Ok, thanks প্রভাকৰ শৰ্মা নেওগ (talk) 13:32, 8 জুলাই 2015 (UTC)

বাংলা/অসমীয়া আখৰ[সম্পাদনা কৰক]

মই তাল-মিলৰ কথাটো ভালকৈ বুজি নাপালো.... মই বাংলা আখৰ অ, বাংলা আখৰ ক প্ৰবন্ধকেইটা আতৰাব লাগিব নেকি?? মই বহু দিনৰ আগতেই অসমীয়া অ-ৰ পৰা ঁ-লৈ লিখিলো। এতিয়া বাংলা আখৰকেইটাৰ বিষয়ে লিখাৰ কথা ভাবিছিলো!

আৰু, ক্লাছ টেন পোৱাৰ পৰা ৱিকিপিডিয়া কৰা কমাই দিছো (প্ৰায় আধা!!), ৩০ জুলাইত মোৰ অসমীয়া ৱিকিপিডিয়াত ১বছৰ সম্পূৰ্ণ হ'ব, সেয়ে অলপ কাম কৰিছো, যাতে ষ্টে'টিষ্টিক্সবোৰ ভাল হওক!!.... তেতে ১৫ তাৰিখে পৰীক্ষা শেষ হ'ল.... আপুনি মোৰ বিষয়ে ইমান চিন্তা কৰা দেখি খুউব ভাল লাগিল। IKHazarika (talk) 08:27, 21 July 2015 (UTC)

বুৰঞ্জীৰ পৰা ইতিহাসলৈ পুনৰ্নিৰ্দেশ[সম্পাদনা কৰক]

এই বাৰ্তাটো চাই মতামত দিবচোন।--চন্দন চিৰিং ফুকন (talk) 03:37, 4 March 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিশেষ বাৰ্তা[সম্পাদনা কৰক]

  • আজি কালি ৱিকিৰ কাম কাজ বহুত মন্থৰ হৈছে। পুৰণি সদস্য সমূহৰ অৱদান বহুত কমিছে আৰু নতুন চামৰ তেনে বিশেষ একো চকুত পৰা নাই। পদকৰ লগত অৱদানৰ যিহেতু ওতঃপ্ৰোত সম্পৰ্ক, সেয়ে চাগে পদক প্ৰদান তেনেকৈ হোৱা নাই। এই বিষয়ত অলপ মন কৰিম বাৰু 🙂
  • নতুন সদস্য সকলক যিকোনো প্ৰকাৰে সহায় কৰিবলৈ প্ৰস্তুত। এনেও প্ৰবন্ধবোৰ সমৃদ্ধ হলে নিজৰেই কিবা ভাল লাগে।
  • মোৰ এইবাৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ হল। বৰ্তমান অসামৰিক পৰীক্ষা সমূহৰ প্ৰস্তুতি চলাই আছোঁ। ভাৰতীয় সংঘ লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈ মুখ্য পৰীক্ষা দিলোঁ। ৰিজাল্টৰ বাট চাই আছোঁ। খবৰ সোধাৰ বাবে ভাল লাগিল-অজয় দাস (বাৰ্তা) 04:54, 5 December 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Automatic welcome messages for Assamese Wikipedia users[সম্পাদনা কৰক]

Hello, my name is Tanvir. I am a Bangla Wikipedia administrator and bureaucrat. I run a bot that sends automatic welcome messages to new users on Bangla projects. As neighboring project, I would like to offer you my service to run my bot your project as well. Please let me know if the community agrees to such an idea. Thank you for your consideration. তানভিৰ 19:43, 26 april 2018 (ইউ.টি.চি.)

শুভ নৱবৰ্ষ![সম্পাদনা কৰক]

Send New Year cheer by adding {{subst:Happy New Year}} to user talk pages.

শুভেচ্ছা[সম্পাদনা কৰক]

বার্তাটি বাংলা ভাষায় লিখিত। অসমীয়া ভাষায় না লিখতে পারায় দুঃখিত। আমি রুহান। মাতৃভাষা বাংলা তাই বাংলা উইকিপিডিয়াতে সক্রিয়। আমাদের বাংলা উইকিতে বাহ্যিক সংযোগকে বহিঃসংযোগ লেখা হয়। আপনাদের অসমীয়া উইকিপিডিয়াতেও যদি বহিঃসংযোগ লেখা হত তবে ব্যাপারটি আরো একাত্ববোধ সম্পূর্ণ হত। Bishnu Saikia, Gitartha.bordoloi, দিব্য দত্ত এ ব্যাপারে আপনাদের অভিমত কি? Wiki Ruhan (talk) 21:00, 31 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Your advanced permissions on as.wikipedia[সম্পাদনা কৰক]

Hello. A policy regarding the removal of "advanced rights" (administrator, bureaucrat, interface administrator, etc.) was adopted by community consensus in 2013. According to this policy, the stewards are reviewing activity on wikis with no inactivity policy.

You meet the inactivity criteria (no edits and no logged actions for 2 years) on this wiki. Since this wiki, to the best of our knowledge, does not have its own rights review process, the global one applies.

If you want to keep your advanced permissions, you should inform the community of the wiki about the fact that the stewards have sent you this information about your inactivity. A community notice about this process has been also posted on the local Village Pump of this wiki. If the community has a discussion about it and then wants you to keep your rights, please contact the stewards at the m:Stewards' noticeboard, and link to the discussion of the local community, where they express their wish to continue to maintain the rights.

If you wish to resign your rights, please request removal of your rights on Meta.

If there is no response at all after one month, stewards will proceed to remove your administrator and/or bureaucrat rights. In ambiguous cases, stewards will evaluate the responses and will refer a decision back to the local community for their comment and review. If you have any questions, please contact the stewards.

Yours faithfully. --علاء (talk) 15:30, 12 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Psneog,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.