সদস্য বাৰ্তা:Ram Kinkor Mahanta

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

দীপাংকৰ চেতিয়া? 07:25, 28 ফেব্ৰুৱাৰী 2015 (UTC)

প্ৰতিভাবান ন-সম্পাদকৰ পদক: মাৰ্চ[সম্পাদনা কৰক]

প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
যোগদানৰ এমাহৰ ভিতৰতে অসমীয়া ৱিকিপিডিয়াত তুমি দেখুওৱা উৎসাহ আৰু অৱদানৰ বাবে কৃত্জ্ঞতাস্বৰুপে তোমালৈ এই বঁটা আগবঢ়োৱা হৈছে। আশা কৰোঁ আগলৈকো এনেদৰে কাম কৰি থাকিবা৷- Manjil Konwar (talk) 10:58, 30 মাৰ্চ 2015 (UTC)

বিশেষ পুৰস্কাৰ[সম্পাদনা কৰক]

বিশেষ বঁটা
অসমীয়া ৱিকিপিডিয়ালৈ তোমাৰ শেহতীয়া বৰঙনিৰ বাবে এই উপহাৰ প্ৰদান কৰা হ'ল। আশাকৰোঁ এই উৎসাহ যাতে অক্ষুণ্ণ থাকে। প্রভাকৰ শৰ্মা নেওগ (talk) 14:32, 15 August 2015 (UTC)

ৱিকিপিডিয়া এছিয়ান মাহৰ অন্তিম সপ্তাহ[সম্পাদনা কৰক]

নমস্কাৰ!

ৱিকিপিডিয়া এছিয়ান মাহত অংশগ্ৰহণ কৰা প্ৰায় শতাধিক ৱিকিপিডিয়ানৰ মাজৰ এজন অংশগ্ৰহণকাৰী হিচাপে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজৰ বহু ৱিকিপিডিয়ানে এই সম্পাদনা মেলাত অতি উৎকৃষ্ট কাম কৰিছে আৰু বহুসংখ্যকে এতিয়াও এই অভিযান সফল কৰি তোলাৰ চেষ্টা কৰি আছে। ইয়াত আপোনাৰ জ্ঞাতাৰ্থে কেইটামান গুৰুত্বপূৰ্ণ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে:

  1. যদি আপুনি ৱিকিপিডিয়া এছীয় দূত সন্মান লাভ কৰিব বিচাৰিছে, তেন্তে সকলো অংশগ্ৰহণকাৰীৰ অগ্ৰগতি চাবলৈ ক্ৰিয়াকলাপ পৃষ্ঠা নিৰীক্ষণ কৰিব পাৰে।
  2. যিহেতু এই কাৰ্যসূচী অন্ত পৰিবলৈ মাত্ৰ আৰু এসপ্তাহহে বাকী আছে, গতিকে অহা ৩ ডিচেম্বৰ, ২০১৫ (ইউটিচি)ৰ ভিতৰত আপোনাৰ বৰঙণি জমা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। কেৱল নৱেম্বৰ মাহত কৰা সম্পাদনাবোৰহে বিবেচনা কৰা হ'ব।
  3. যদি আপুনি পাঁচটা প্ৰৱন্ধ জমা কৰিলে যদিও, কিবা সুক্ষ্ম কাৰণত (মাত্ৰ কেইটামান শব্দৰ বাবে ৩০০ টা শব্দৰ সীমা পাৰ কৰিব নোৱাৰিলে বা অগুৰুত্বপূৰ্ণ সমস্যাৰ টেগ আছে) ইয়াৰে এটা যোগ্য বিবেচিত হোৱা নাই, চিন্তা কৰাৰ প্ৰয়োজন নাই, আপোনালৈও প'ষ্টকাৰ্ড প্ৰেৰণ কৰা হ'ব।
  4. যদি আপুনি এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে, তথাপি আপোনাক এজন অংশগ্ৰহণকাৰী হিচাপে পায় আমি আনন্দিত হৈছোঁ আৰু এছিয়া বিষয়ক প্ৰৱন্ধসমূহ উন্নত কৰাৰ ক্ষেত্ৰত সহায় কৰা বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ!

এই সংক্ৰান্তত কিবা প্ৰশ্ন আছে যদি অনুগ্ৰহ কৰি যোগাযোগ কৰক। --দিব্য দত্ত

Rio Olympics Edit-a-thon[সম্পাদনা কৰক]

Dear Friends & Wikipedians, Celebrate the world's biggest sporting festival on Wikipedia. The Rio Olympics Edit-a-thon aims to pay tribute to Indian athletes and sportsperson who represent India at Olympics. Please find more details here. The Athlete who represent their country at Olympics, often fail to attain their due recognition. They bring glory to the nation. Let's write articles on them, as a mark of tribute.

For every 20 articles created collectively, a tree will be planted. Similarly, when an editor completes 20 articles, a book will be awarded to him/her. Check the main page for more details. Thank you. Abhinav619 (sent using MediaWiki message delivery (talk) 16:54, 16 August 2016 (ইউ.টি.চি.), subscribe/unsubscribe)[উত্তৰ দিয়ক]

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Ram Kinkor Mahanta,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.