সদস্য বাৰ্তা:Rbchutia

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিষ্ণু বাৰ্তা 15:39, 22 মে' 2012 (UTC)


ৰাণা ভ্ৱানী কোন? কি? কিয় বিখ্যাত? আপুনি বাৰে বাৰে একেটা পৃষ্ঠা কিয় সৃষ্টি কৰি আছে? অনুগ্ৰহ কৰি বিতংভাৱে লিখক| ওপৰত দিয়া লিংকসমূহ এবাৰ চকু ফুৰাই চাব লগতে| বিষ্ণু বাৰ্তা 15:39, 22 মে' 2012 (UTC)

"পোখালি" মানে একেবাৰে অলপকৈ লিখা প্ৰবন্ধ বিলাক। কিবা সুধিবলগীয়া থাকিলে আপুনি ভিলেজ পাম্পত সুধিব। 117.198.50.42 06:22, 25 মে' 2012 (UTC)

আপোনাৰ আগ্ৰহৰ শলাগ লৈছো| লাগি থাকিব| সহায়ৰ বাবে এইখন এবাৰ চাই ল’বচোন| ৱিকিপিডিয়া:প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব বিষ্ণু বাৰ্তা 15:48, 31 মে' 2012 (UTC)

দাদা, আপুনি ৱিকিপিডিয়াত লিখা মেলা কৰি থকা দেখা পাই ভাল লাগিছে| কিন্তু সৰু সৰু দুটামান অনুৰুধ আপোনাক কৰিছো| ৱিকিত অতি চুটি প্ৰবন্ধ সৃষ্টি নকৰিব| দেখিবলৈ দৃষ্টিকটূ হয়| প্ৰবন্ধটি লাগি ভাগি অলপ প্ৰসাৰ কৰাৰ চিন্তা কৰিব| সাজ সজ্জা, তথ্যসূত্ৰ আদিৰ কথা আপুনি বৰ্তমান ভাবিব নালাগে| চিলংটো চুটি প্ৰবন্ধ হ’বলৈ আগবাঢ়িছে| ম‍ই বিলোপ টেগ শীঘ্ৰেই লগাম| বেয়া নপাব| প্ৰশাসক হিচাপে আমাৰ কিছুমান দায়িত্ব আছে| আশাকৰো আপুনি চে'ক, বেংক ড্ৰাফ্ট প্ৰবন্ধ দুটাত আৰু তথ্য সংযোগ কৰিব| অসুবিধা পালে মোক বাৰ্তা, বা ৯৮৬৪১৯৮২২৮ নম্বৰত ফোন কৰিব| ফেচবুকটো আপুনি আমাৰ সতে যোগাযোগ কৰিব পাৰে| ধন্যবাদ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:59, 4 জুন 2012 (UTC)

ক্ষেত্ৰীয় গ্ৰামীণ বেংক‎‎[সম্পাদনা কৰক]

আপুনি প্রবন্ধটো ৱিকিপিডিয়াৰ উপযুক্ত হোৱাকৈ লিখক। ৱিকিত মাত্র এখন লিষ্ট দিলেই প্রৱন্ধ হ'ব নোৱাৰে। প্রথমতে এটা পেৰা লিখি "ক্ষেত্ৰীয় গ্ৰামীণ বেংক‎‎" কি বস্তু বুজাই দিয়ক, তাৰপাচত আপোনাৰ ইংৰাজীত দিয়া লিষ্টখন অসমীয়াত ৱিকিলিষ্ট ফৰ্মেটত লিখক। অন্যথা সাতদিনমান অপেক্ষা কৰি আমি প্রবন্ধটো মচি দিম। প্রভাকৰ শৰ্মা নেওগ (talk) 03:58, 10 জুন 2012 (UTC)

ক্ষেত্ৰীয় গ্ৰামীণ বেংক[সম্পাদনা কৰক]

সময় অলপ লগা হৈছে। ক্ষমা কৰিব । ৰাণা ভৱানী চুতীয়া 11:51, 10 জুন 2012 (UTC)

ক্ষমা খুজিব নালাগে দাদা| ভাল কামৰ বাবে ভয় নাখাব| এইখন ৱিকিপিডিয়াৰ আপুনিও সমানেই অংশীদাৰ| কিন্তু মোৰ বোধেৰে আপুনি ৱিকিপিডিয়াৰ নিয়ম নীতিসমূহ এবাৰ ভালদৰে পঢ়ি লোৱা উচিত| স্বাগতম বাৰ্তাত প্ৰয়োজনীয় লিংকবোৰ দিয়া আছেই| কিবা খোকোজা লাগিলে আমাক নিসংকোচে জনাব পাৰে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:17, 11 জুন 2012 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Rbchutia,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.