সদস্য বাৰ্তা:Rinku Rajowar

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নতুন পৃষ্ঠা[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আপুনি 'À¦¬à§‡à¦Ÿà§à¦ªà¦¾à¦¤' শিৰোনামেৰে কালি আৰু আজি দুটা পৃষ্ঠা সৃষ্টি কৰা দেখা গৈছে। টাইপিঙত কিবা অসুবিধা পাইছে নেকি? যিকোনো খোকোজা দূৰ কৰিবলৈ ৱিকিপিডিয়াৰ আন সদস্যৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 15:42, 21 মাৰ্চ 2015 (UTC)