সন্দীপন চট্টোপাধ্যায়
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
সন্দীপন চট্টোপাধ্যায় বাংলা ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত চুটিগল্পকাৰ আৰু উপন্যাসিক। তেঁওৰ জন্ম হাওড়াত ১৯৩৩ চনত। মৃত্যু ২০০৫ চনত।
[সম্পাদনা কৰক] সাহিত্যকৃতি
- গল্পসমগ্ৰ ( প্ৰথম খন্ড )
- গল্পসমগ্ৰ ( দ্বিতীয় খন্ড )
- ছায়াবিহীন
- সন্দীপন চট্টোপাধ্যায়েৰ ডায়েৰি