সাঁচ:ভাৰতৰ প্ৰতীক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ[1]
পতাকা ত্ৰিৰঙ্গা
প্ৰতীক অশোক স্তম্ভ
সংগীত জন গণ মন
স্তোত্ৰ বন্দে মাতৰম্‌
পশু বাঘ (ঢেঁকীয়াপতীয়া বাঘ)
ঐতিহ্যবাহী পশু ভাৰতীয় হাতী
পক্ষী ভাৰতীয় ময়ূৰ
জলচৰ প্ৰাণী শিহু
ফুল পদুম
গছ বট গছ
ফল আম
খেল হকী
বৰ্ষপঞ্জী শকাব্দ
নদী গঙ্গা[2]
  1. "National Symbols of India". ENVIS Centre on Hygiene, Sanitation, Sewage Treatment Systems and Technology. http://www.sulabhenvis.nic.in/Database/NationalSymbolsofIndia_226.aspx। আহৰণ কৰা হৈছে: 2022-04-09. 
  2. জাতীয় নদী গঙ্গা