সাঁচ:অদৃশ্য শ্ৰেণী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সাঁচ:Hidden categoryৰ পৰা পুনঃনিৰ্দেশিত)

ব্যৱহাৰ

এই সাঁচ সেইসমূহ শ্ৰেণীত ব্যৱহাৰ কৰা উচিত যিবোৰত সাধাৰনতে ৱিকিপিডিয়াৰ পৰিচৰ্যামূলক কামত ব্যৱহৃত হয়। সাধাৰণ পঢ়ুৱৈৰ সুবিধাৰ্থে কিছুমান শ্ৰেণী ৱিকিপিডিয়াত অদৃশ্য কৰি ৰখা হয় যাতে তেওঁলোকে এইসমূহ দেখি বিভ্ৰান্তিত নপৰে। __HIDDENCAT__ হ’ল এনে এটা যাদুকৰী শব্দ, যিটোৰ যোগেদি শ্ৰেণী এটা লুকুৱাই ৰাখিব পাৰি। আনহাতে যিবোৰ শ্ৰেণীত {{hiddencat}} বুলি লিখা হয় তাত পুনৰাই __HIDDENCAT__ লিখাৰ প্ৰয়োজন নাই।

আৰু চাওক