সাঁচ বাৰ্তা:অসমৰ নগৰ-মহানগৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই সাঁচটোত ২০ খন জিলাৰ নামহে দেখুৱাইছে, বাকী ৭ খনৰ নাম নাই। কিয় এনেকুৱা হৈছে?

Navbox সাঁচ পোণপতীয়াকৈ ব্যৱহাৰ কৰি অধিকতম ২০ টা গোটহে (group) অন্তৰ্ভূক্ত কৰিব পাৰি, গতিকে সম্পূৰ্ণ দেখাবৰ বাবে আন কিবা উপায় অৱলম্বন কৰিব লাগিব| মই চেষ্টা কৰি চাম বাৰু| বিষ্ণু শইকীয়া 18:15, 27 ডিচেম্বৰ 2012 (UTC)
গোটেইকেইখন জিলা আনিবলৈ টেবুলৰূপ দিয়া হ’ল| বিষ্ণু শইকীয়া 19:53, 27 ডিচেম্বৰ 2012 (UTC)