সাঁচ বাৰ্তা:আদৰণি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্বাগতমটো আদৰণিলৈ পৰিৱৰ্তন কৰিব নোৱাৰিনে ?দ্বিজেন মহন্ত (talk)


নিশ্চয় পাৰি| কৰি আছো ৰ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:36, 20 জুন 2012 (UTC)
ধন্যবাদ...বিষ্ণু।দ্বিজেন মহন্ত সংবাদ

আমাৰ {{আদৰণি}} সাঁচটো অলপ বেচি জাকজমক হৈছে বুলি ভাব হৈছে। মূল কথাখিনিত বেচি গুৰুত্ব দি বাকীখিনি সৰল হ'লেই ভাল হয় নেকি?

প্রভাকৰ শৰ্মা নেওগ (talk) 18:02, 10 জুন 2013 (UTC)


অকল জাপিটো ৰাখি নমস্কাৰ দি থকা মহিলাগৰাকী আৰু ৱিকিপিডিয়াৰ ল'গৰ ফটোখন উঠাই দিলোঁ। সাঁচটো আৰু এক/ডেৰ ইঞ্চিমান চুটি কৰিব পৰাহ'লে ভাল আ্ছিল।

প্রভাকৰ শৰ্মা নেওগ (talk) 04:34, 27 নৱেম্বৰ 2013 (UTC)