সাঁচ বাৰ্তা:হেৰী পটাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"y"ৰ বাবে অসমীয়াত সাধাৰণতে "ঈ" লিখা হয়। সেইমতে "হেৰী পটাৰ" হ'ব, নে কি কোৱা? — গীতাৰ্থ বৰদলৈ (talk)

বাংলা টোত ই দেখি তেনেকৈ কৰি দিছিলো, অসমীয়ালৈ অনুবাদ হোৱা Harry Potter (মৌচাকত প্ৰকাশ পোৱা) বোৰতো দেখোন ই ব্যৱহাৰ কৰিছিল যেন মনত পৰিছে? কি কৰো বাৰু? দীপাংকৰ চেতিয়া বাৰ্তা 16:01, 27 মাৰ্চ 2012 (UTC)

মোৰ মতেও হেৰী হ’ব লাগে| উচ্ছাৰণলৈ মন কৰিলেই গম পাবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:05, 27 মাৰ্চ 2012 (UTC)

এহ মোৰ দ্বাৰা নহ’ব আৰু!!! ইমান বানান ভুল.. দীপাংকৰ চেতিয়া বাৰ্তা 19:41, 27 মাৰ্চ 2012 (UTC)

দীপাংকৰ তুমি হ'বলা লিংকবোৰত বাংলা "ৰ"টো ৰাখি থৈছা। মই দুটামান আঁতৰালোঁ। বাকী তোমাৰ দায়িত্ব :D — গীতাৰ্থ বৰদলৈ (talk)