সীমা বিশ্বাস

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
Seema Biswas
সীমা বিশ্বাস

সীমা বিশ্বাস
জন্ম জানুৱাৰী ১৪, ১৯৬৫
নলবাৰী, অসম, ভাৰত
পেচা অভিনেত্ৰী
বঁটা, সন্মান, পুৰস্কাৰ আদি জেনী এৱাৰ্ড
শ্ৰেষ্ঠ অভিনেত্ৰী
ৱাটাৰ (২০০৫)


সীমা বিশ্বাস (হিন্দী: सीमा बिस्वास) (জন্ম ১৪ জানুৱাৰী, ১৯৬৫) অসমৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ জগতৰ সুপৰিচিত অভিনেত্ৰী, এখেতে শেখৰ কাপুৰবেণ্ডিত কুইনত (১৯৯৪) ফুলন দেৱী চৰিত্ৰটোৰ অভিনয় কৰিছিল। বলিউদ তথা অন্য ভাৰতীয় চলচ্চিত্ৰ জগতত বলিষ্ঠ অভিনেত্ৰী হিচাপে যথেষ্ঠ নাম আছে।

সীমা বিশ্বাসে ১৯৯৬ চনৰ বেণ্ডিত কুইন চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে চিলভাৰ লটাচ বঁটা - শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল। তেখেতে ২০০০ চনত সঙ্গীত নাটক একাডেমী পুৰস্কাৰ আৰু ২০০৬ চনত দীপা মেহতাৰ ৱাটাৰ চলচ্চিত্ৰত কৰা শকুন্তলা চৰিত্ৰটোৰ বাবে ২৬তম শ্ৰেষ্ঠা অভিনেত্ৰীৰ জেনী পুৰস্কাৰ লাভ কৰিছিল।

সূচী

[সম্পাদনা কৰক] ব্যক্তিগত জীৱন আৰু শিক্ষা

সীমা বিশ্বাসৰ জন্ম অসমৰ নলবাৰীত[1] হৈছিল। তেখেতৰ পিতৃৰ নাম জগদীশ বিশ্বাস আৰু মাতৃ মীৰা বিশ্বাস। নলবাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰি তেখেতে ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক উপাধি লাভ কৰে। তাৰপিছত তেওঁ দিল্লীৰ নেশ্যনেল স্কুল অৱ ড্ৰামা স্কুলত নাম ভৰ্তি কৰে[2]


[সম্পাদনা কৰক] চলচ্চিত্ৰত অভিনীত চৰিত্ৰসমূহ

বৰ্ষ চলচ্চিত্ৰ চৰিত্ৰ
১৯৮৮ অমসিনী সাৰদা
১৯৯৪ বেণ্ডিত কুইন ফুলন দেৱী
১৯৯৬ খাম‌ছী: দ্যা মিউছিকেল ফ্লেভি জে. ব্ৰিগেঞ্জা
১৯৯৭ লেডিছ অনলি
১৯৯৮ হাজাৰ চৌৰাশী কী মা চমুৰ মাতৃ
১৯৯৯ বিনধাস্ত চি বি আই অফিছাৰ
সমৰ দুলাৰী
২০০১ ধ্যাসপ্ৰভা মালতী কাৰভে
২০০২ দিৱানগী মনোৰোগ বিশেষজ্ঞ
কোম্পানী ৰানীবাই
গৰ্ব: দ্যা ৱাউন্দ তনয়া
২০০৩ বুম ভাৰতী
ভূত বাই
ইয়াৰকাই নেন্সীৰ ননদ
পিঞ্জৰ পাগলী মহিলা
২০০৪ কায়া তাৰন চিষ্টাৰ আগাঠা
দুবাৰা
এক হসীনা থী এ চি পি মালতী বৈদ্য
হনন মিছেছ হীৰালাল
২০০৫ ৱাটাৰ শকুন্তলা
মুম্বাই গডফাদাৰ
দ্য হোৱাইট লেণ্ড সুধাৰ মাতৃ
২০০৬ বিবাহ ৰাম
শূণ্য প্ৰধান
জিন্দেগী ৰকছ
২০০৭ ছফিয়া দ্যা মেদাম
কামাগাতা মাৰু
অমল স্বপ্না আগৰৱাল
২০০৮ ষ্ট্ৰাইকাৰ সিদ্ধৰ্থৰ মাতৃ
সৌৰ্য্য কেপ্তেইন জাভেদ খানৰ মাতৃ
কুকিং উইথ ষ্টেলা ষ্টেলা
হেভন অন আৰ্থ
২০০৯ য়ে মেৰা ইণ্ডিয়া বাই
২০১০ লালবাগ পাৰেল মাতৃ
২০১১ কুইনচ! ডেষ্টিনি অৱ ডান্স আম্ম
পতংগ সুধা
২০১২ মিডনাইটছ চিলড্ৰেন মেৰী

[সম্পাদনা কৰক] বঁটা, পুৰস্কাৰ আৰু সন্মান

[সম্পাদনা কৰক] ফিল্মফেয়াৰ বঁটা

[সম্পাদনা কৰক] ষ্টাৰ স্ক্ৰীন বঁটা

[সম্পাদনা কৰক] ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

[সম্পাদনা কৰক] সংগীত নাটক একাডেমী বঁটা

[সম্পাদনা কৰক] জেনী বঁটা

পুৰস্কাৰ
ফিল্মফেয়াৰ বঁটা
পূৰ্ব প্ৰাপক
টুইংকল খান্না
বৰসাত চলচ্চিত্ৰৰ বাবে
শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী
বেণ্ডিত কুইন ৰ বাবে

১৯৯৬
পৰৱৰ্তী প্ৰাপক
মহিমা চৌধুৰী
পৰদেশৰ বাবে
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
পূৰ্ব প্ৰাপক
দেৱশ্ৰী ৰয়
ইউনিশ এপ্ৰিল চলচ্চিত্ৰৰ বাবে
শ্ৰেষ্ঠ অভিনেত্ৰী
বেণ্ডিত কুইন চলচ্চিত্ৰৰ বাবে

১৯৯৬
পৰৱৰ্তী প্ৰাপক
টাবু
মাছিচৰ বাবে
জেনী বঁটা
পূৰ্ব প্ৰাপক
পাস্কেল বুচ্চিয়েৰেছ
মা ভায়ে এন চিনেমাস্কপৰ বাবে
শ্ৰেষ্ঠ অভিনেত্ৰী
ৱাটাৰৰ বাবে

২০০৬
পৰৱৰ্তী প্ৰাপক
জুলি লেব্ৰেটন
মৰিছ ৰিছাৰ্ড


[সম্পাদনা কৰক] গেলেৰী

সীমা বিশ্বাস
সীমা বিশ্বাস (বেণ্ডিত কুইন বোলছবিত)
সীমা বিশ্বাস
সীমা বিশ্বাস (বেণ্ডিত কুইন বোলছবিত)
সীমা বিশ্বাস (বেণ্ডিত কুইন বোলছবিত)
সীমা বিশ্বাস (বেণ্ডিত কুইন বোলছবিত)
সীমা বিশ্বাস (হাজাৰ চৌৰাশী কী মা বোলছবিত)
সীমা বিশ্বাস (হাজাৰ চৌৰাশী কী মা বোলছবিত)
সীমা বিশ্বাস (ৱাটাৰ বোলছবিত)
সীমা বিশ্বাস (ৱাটাৰ চলচ্চিত্ৰৰ এটা দৃশ্য)
সীমা বিশ্বাস
সীমা বিশ্বাস (ৱাটাৰ চলচ্চিত্ৰৰ এটা দৃশ্য)


[সম্পাদনা কৰক] টোকা

[সম্পাদনা কৰক] বাহ্যিক সংযোগ



ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত