সুবিমল বসাক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুবিমল বসাক বাংলা ভাষাত হাংৰি আন্দোলনৰ চুটিগল্পকাৰ, উপন্যাসিক, কবি আৰু লোকগবেষক।
সূচী |
সাহিত্যকৃতি [সম্পাদনা কৰক]
- ছাতামাথা ( ১৯৬৫ ) উপন্যাস।
- হাবিজাবি ( ১৯৭০ ) কবিতা।
- গেৰিলা আক্ৰোশ ( ১৯৭৪ ) ছোটগল্প।
- আত্মাৰ শান্তি দুমিনিট ( ১৯৮৫) গদ্য।
- অযথা খিটক্যাল ( ১৯৮৭ ) ছোটগল্প।
- বিয়াৰ গীত ওঢাকাই ছড়া ( ১৯৮৭ ) লোক গবেষণা।
- কুসংস্কাৰ সংকলন ( ১৯৮৭ ) লোক গবেষণা।
- প্ৰত্নবীজ ( ১৯৯৬ ) উপন্যাস।
- ক্যাজুয়াল লিভ ( ২০০০ ) ছোটগল্প।
- বকবকানি ( ২০০০ ) কবিতা।
- এথি ( ২০০১ ) ছোটগল্প।
- কুট্টি ( ২০০৩ ) ছোটগল্প।
- তিজোৰীৰ ভেতৰ তিজোৰী ( ২০০৫ ) ছোটগল্প।
- গোপন দস্তাবেজ ও শীততাপ নিয়ন্ত্ৰিত আত্মা ( ২০০৭ ) গদ্য।
অনুবাদ [সম্পাদনা কৰক]
- প্ৰতিবেশী জানালা ;২৪ হিন্দি কবিত কবিতা ( ১৯৭৫ )
- তিসৰী কসম; ফণীশ্বৰনাথ ৰেণূ ( ১৯৭৬ )
- পঞ্চপৰমেশ্বৰ; প্ৰেমচন্দ ( ১৩৮৭ বঙ্গাব্দ )
- ফণিশ্বৰনাথ ৰেণোৰ শ্ৰেষ্ঠ গল্প ( ১৩৮৯ বঙ্গাব্দ )
- দুই সখী; প্ৰেমচন্দ ( ১৯৮৪ )
- জীবনসাৰ; প্ৰেমচন্দ ( ১৯৮৫ )
- উজ্জ্বয়িনীৰ ৰাস্তা; শ্ৰীকান্ত ভৰ্মা ( ১৯৯৬ )
- বোবাদেৰ পল্লীতে; জগদীশ চতুৰ্বেদী ( ১৯৮৯ )
- খুবসুৰত; খ্বাজা আহমদ আব্বাস ( ১৯৯২ )
- গোমুখযাত্ৰা; শীলাশৰ্মা ( ১৯৯২ )
- মোহন ৰাকেশ; প্ৰতিভা অগৰওয়াল ( ১৯৯৩ )
- হিন্দি কাহিনী সংগ্ৰহ; সম্পাদক ভীষ্ম সাহনী ( ১৯৯৯ )
- আমাৰ তোমাৰ তাৰ কথা; য়শপাল ( ২০০১ ) সাহিত্য অকাদেমি পুৰস্কাৰ ২০০৮
- যাত্ৰিক; নীল পদ্মনাভন ( ২০০২)
হিন্দি গ্ৰন্হ [সম্পাদনা কৰক]
- মোহোল্লা লোদীপুৰ ( ২০০৬ )
সাক্ষাৎকাৰ [সম্পাদনা কৰক]
- সুমিতাভ ঘোষাল: গদ্যপদ্য সংবাদ ( নিউ দিল্লি )
- চিৰঞ্জীব শূৰ: আলোচনা চক্ৰ ( কলকতা )
- মলয় ৰায়চৌধুৰী: অন্যভূমি ( কলকতা )
- জাহিদ মাহমুদ হাসান: কবিতা মঞ্চ ( ঢাকা )
- ৰিঙ্কু শৰ্মা : মিলন ( মেঘালয় )
তথ্যসূত্ৰ [সম্পাদনা কৰক]
- অন্যকথা সুবিমল বসাক সংখ্যা ( ১৪১০ বঙ্গাব্দ )। সম্পাদক: কল্লোল সাধদেব। কলকতা।
- মিলন সুবিমল বসাক সংখ্যা ( ২০০৮ )। সম্পাদক: ৰিকু শৰ্মা। তুৰা, মেঘালয়।
- ছিটেফোঁটা সুবিমল বসাক সম্বৰ্ধনা সংখ্যা ( ২০১০ )। সম্পাদক: চিৰঞ্জীব শূৰ, ৰাহুল পুৰকায়স্হ আৰু সজলৰঞ্জন আচাৰ্য। নিমতা কলকতা।