সৰুপথাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰুপথাৰ
—  নগৰ  —
সৰুপথাৰ is located in Assam
সৰুপথাৰ
ভাৰতঅসমত সৰুপথাৰৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°11′44″N 93°51′45″E / 26.195458°N 93.862402°E / 26.195458; 93.862402স্থানাংক: 26°11′44″N 93°51′45″E / 26.195458°N 93.862402°E / 26.195458; 93.862402
দেশ  ভাৰত
ৰাজ্য অসম
জিলা গোলাঘাট
মাটিকালি
 - মুঠ ৩.৮ কি.মি. 
(১.৫ বৰ্গ মাইল)
জনসংখ্যা (২০০৪)
 - মুঠ ১০,৩৩৭ জন
 - জনঘনত্ব ২,৭২০.৩ প্ৰতি বৰ্গ কি.মি. 
(৭,০৪৫.৪ প্ৰতি বৰ্গ মাইল)
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 785601
Telephone code 913774277
যানবাহনৰ নম্বৰ Begin with AS-05
Sex ratio 55%:45% /
ৱেবছাইট www.sarupathar.info
Sub-division = Dhansiri

সৰুপথাৰ (ইংৰাজী: Sarupathar) অসমগোলাঘাট জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ৷

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

জনসংখ্যা[সম্পাদনা কৰক]

২০০১ বৰ্ষৰ লোকপিয়ল অনুসৰি,[1] সৰুপথাৰৰ জনসংখ্যা ৯৮২৭ গৰাকী৷ ইয়াৰে ৫৫% পুৰুষ আৰু ৪৫% মহিলা৷ সৰুপথাৰৰ গড় সাক্ষৰতাৰ হাৰ ৬০%; ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ সাক্ষৰতাৰ হাৰ ক্ৰমে ৮৪% আৰু ৭৭% ৷ মুঠ জনসংখ্যাৰ প্ৰায় ১১% ছয় বছৰৰ অনুৰ্ধৰ৷

সৰুপথাৰৰ গৰিষ্ঠসংখ্যক লোকেই হিন্দু ধৰ্মাৱলম্বী যদিও মুছলমান, বৌদ্ধ, খ্ৰীষ্টান লোকো আছে৷

ৰাজনীতি[সম্পাদনা কৰক]

সৰুপথাৰ অঞ্চলটো কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ [2]

শিক্ষা[সম্পাদনা কৰক]

মহাবিদ্যালয়[সম্পাদনা কৰক]

  • সৰুপথাৰ মহাবিদ্যালয়

বিদ্যালয়[সম্পাদনা কৰক]

  • সৰুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়

তথ্যসূত্ৰ[সম্পাদনা কৰক]