হাফলং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাফলং
—  নগৰ  —
হাফলং is located in Assam
হাফলং
ভাৰতঅসমত হাফলঙৰ অৱস্থান
ভৌগোলিক স্থানাংক: 25°11′N 93°02′E / 25.18°N 93.03°E / 25.18; 93.03স্থানাংক: 25°11′N 93°02′E / 25.18°N 93.03°E / 25.18; 93.03
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিমা হাছাও জিলা
উচ্চতা
জনসংখ্যা (2012)
 - মুঠ 35,906
ভাষা
 - চৰকাৰী হিন্দী, অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
Telephone code 03673

হাফলং (ইংৰাজী: Haflong)ভাৰতঅসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ [1] "Haflau" বা "Hangkhlong" শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে মালিকীস্বত্ব থকা Hamlong নামৰ এজন ব্যক্তিৰ নামেৰে সৃষ্টি হয়৷

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

হাফলং ডিমা হাছাও জিলাত অৱস্থিত ৷ ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৫১৩ মিটাৰ (১৬৮৩ ফুট)৷

জলবায়ু[সম্পাদনা কৰক]

হাফলঙৰ জলবায়ু প্ৰধানত: সেমেকা অৰ্ধক্ৰান্তীয় জলবায়ু৷ ইয়াত সৰ্বনিম্ন তাপমাত্ৰা ১৯৮০ চনৰ ৭ জানুৱাৰীত ২.৪ ডিগ্ৰীলৈ নমা বুলি জানিব পৰা যায়৷

Haflongৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 28.8
(83.8)
25.2
(77.4)
28.4
(83.1)
29.0
(84.2)
20.0
(68.0)
28.3
(82.9)
26.5
(79.7)
28.2
(82.8)
25.8
(78.4)
24.3
(75.7)
21.0
(69.8)
18.1
(64.6)
গড় উষ্ণতা - উচ্চ °C (°F) 13.6
(56.5)
16.2
(61.2)
20.0
(68.0)
21.2
(70.2)
21.2
(70.2)
21.7
(71.1)
21.9
(71.4)
22.2
(72.0)
21.7
(71.1)
20.3
(68.5)
17.6
(63.7)
14.7
(58.5)
19.36
(66.84)
গড় উষ্ণতা - নিম্ন °C (°F) 10.3
(50.5)
12.0
(53.6)
15.9
(60.6)
20.0
(68.0)
22.7
(72.9)
24.9
(76.8)
25.6
(78.1)
25.6
(78.1)
24.7
(76.5)
21.9
(71.4)
16.7
(62.1)
11.8
(53.2)
19.34
(66.82)
সৰ্বনিম্ন উষ্ণতা °C (°F) 3.7
(38.7)
4.1
(39.4)
6.3
(43.3)
12.0
(53.6)
13.2
(55.8)
15.4
(59.7)
18.4
(65.1)
18.1
(64.6)
15.7
(60.3)
10.6
(51.1)
8.3
(46.9)
5.0
(41.0)
[[
বৰ্ষাপাত mm (inches) 11.9
(0.469)
18.3
(0.72)
55.8
(2.197)
147.9
(5.823)
244.2
(9.614)
316.4
(12.457)
345.4
(13.598)
264.3
(10.406)
185.9
(7.319)
91.2
(3.591)
18.7
(0.736)
7.1
(0.28)
0
(0)
% আদ্ৰতা 69 55 47 48 55 51 53 52 53 52 52 52 53.3
Avg. rainy days 1.8 2.9 5.8 13.1 17.0 19.6 22.3 18.5 15.2 7.4 2.8 1.3 127.7
সূৰ্যোদয়ৰ সময় 106.3 174.7 180.1 181.0 152.2 102.0 104.0 121.2 98.0 104.6 131.0 132.5 1,587.6
উৎস নং ১: World Meteorological Organization.,[2] NOAA (extremes & humidity, 1971-1990)[3]
উৎস নং ২: Hong Kong Observatory.[4]

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

হাফলঙলৈ পোনপটিয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই৷ অৱশ্যে গুৱাহাটী বা শিলচৰৰ পৰা ইয়ালৈ ৰেলৰ চলাচল আছে৷

ভাষা[সম্পাদনা কৰক]

হাফলঙত প্ৰধানকৈ হাফলং হিন্দী, ডিমাছা, মাৰ আৰু বঙালী ভাষা প্ৰচলিত৷

জনসংখ্যা[সম্পাদনা কৰক]

As of 2012

২০১২ চনৰ লোকপিয়ল অনুসৰি হাফলঙৰ জনসংখয়া ৩৫,৯০৬ জন৷ ইয়াৰে ৪৫% পুৰুষ আৰু ৫৫% মহিলা৷ হাফলঙৰ গড় সাক্ষৰতাৰ হাৰ ৯২%৷ ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮৫% আৰু মহিলাৰ ৭৫%৷

ধৰ্ম অনুযায়ী হাফলঙৰ জনসংখ্যা
Religion Percent
খ্ৰিষ্টিয়ান
  
৫৮%
হিন্দু
  
২২%
মুছলমান
  
১৫%
নাস্তিক
  
২০%
অন্যান্য
  
৫%
ধৰ্ম অনুযায়ী হাফলঙৰ জনসংখ্যা
লগতে, শিখ (০.২%), বৌদ্ধ (<০.২%)

হাফলঙৰ ১২% জনসংখ্যাৰ বয়স ছয়বছৰৰ অনুৰ্ধৰ৷ জনজাতীয় লোকসকলৰ উপৰিও হাফলঙৰ জনসংখ্যাৰ বুজন সংখ্যক অজন-জাতীয় লোকো আছে৷ তেওঁলোকৰ সৰহ সংখ্যকেই চৰকাৰী চাকৰিয়াল আৰু অন্য কিছু সংখ্যক লোক বেহা-বেপাৰৰ লগত জড়িত৷ জনজাতীয় লোকসকলৰ ভিতৰত ডিমাছা, মাৰ, নগা, কুকী, মিজো আদিয়ে প্ৰধান৷

ৰাজনীতি[সম্পাদনা কৰক]

হাফলং স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷

পৰ্য্যটন[সম্পাদনা কৰক]

হাফলঙৰ পৰ্যটনৰ বাবে উল্লেখনীয় অঞ্চলসমূহ হ'ল-

  • হাফলং হ্ৰদ
  • জাতিংগা
  • পৰম্পৰাগত গাওঁসমূহ
  • ফিয়াংপুই বাগান
  • জৰাই
  • মউলপং
  • ফিয়াংপুই (Fiangpui) গীৰ্জা

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. Haflong - Assam's Hill Station, India-north-east.com
  2. World Weather Information Service-Guwahati, World Meteorological Organization. Retrieved 24 July 2012.
  3. "Haflong Climate Normals 1971-1990". National Oceanic and Atmospheric Administration. ftp://dossier.ogp.noaa.gov/GCOS/WMO-Normals/RA-II/IN/42410.TXT। আহৰণ কৰা হৈছে: December 22, 2012. 
  4. Climatological Information for Haflong, India, Hong Kong Observatory. Retrieved 24 July 2013.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]