হিমাচল প্ৰদেশ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| Himachal Pradesh হিমাচল প্ৰদেশ |
|
| — ৰাজ্য — | |
|
|
|
|
Himachal Pradeshৰ অৱস্থান
|
|
| স্থানাঙ্ক | 31°6′12″N 77°10′20″E / 31.10333°N 77.17222°E |
| দেশ | |
| ৰাজ্য | Himachal Pradesh |
| জিলা | |
| জিলাৰ সংখ্যা | ১২ |
| প্ৰতিষ্ঠা | ২৫ জানুৱাৰী, ১৯৭১ |
| ৰাজধানী | ছিমলা |
| মহানগৰ | ছিমলা |
| ৰাজ্যপাল | ঊৰ্মিলা সিংহ |
| মুখ্যমন্ত্ৰী | প্ৰেম কুমাৰ ধুমাল[1] |
| বিধানসভা (আসন) | এককক্ষীয়[2] (৬৮) |
| উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি | জাস্টিছ কুৰিয়ান জোছেফ[3] |
| জনসংখ্যা • ঘনত্ব |
6 (17th) (2001[update]) • 109 /km2 (282 /sq mi) |
| লিঙ্গ অনুপাত | ৯৭০ ♂/♀ |
| স্বাক্ষৰতা • Male |
৭৭.১৩% • ৮৬.০৩% |
| চৰকাৰী ভাষা | হিন্দী |
|---|---|
| সময়াঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০) |
| মাটিকালি | >55673 km2 (21495 sq mi) |
| জলবায়ু |
• 1,469 mm (57.8 in) |
| ISO 3166-2 | IN-HP |
| ৱেবছাইট | হিমাচল প্ৰদেশৰ চৰকাৰী ৱেবছাইট |
| হিমাচল প্ৰদেশৰ চৰকাৰী প্ৰতীক | |
হিমাচল প্ৰদেশ (হিন্দী: हिमाचल प्रदेश, পাঞ্জাৱী: ਹਿਮਾਚਲ ਪ੍ਰਦੇਸ਼) উত্তৰ ভাৰতৰ এখন ক্ষুদ্ৰকায় ৰাজ্য। এই ৰাজ্যখনৰ আয়তন ২১,৪৯৫ বৰ্গমাইল (৫৫,৬৭২ বৰ্গকিলোমিটাৰ)।[4] হিমাচল প্ৰদেশৰ উত্তৰ সীমাত জম্মু আৰু কাশ্মীৰ ৰাজ্য; পশ্চিম আৰু দক্ষিণ পশ্চিম দিশত পাঞ্জাৱ ৰাজ্য; দক্ষিণে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ ৰাজ্য; দক্ষিণ-পূৱ দিশত উত্তৰাখণ্ড ৰাজ্য আৰু পূৱত তিব্বত অৱস্থিত। হিমাচল প্ৰদেশ শব্দটোৰ আক্ষৰিক অৰ্থ তুষাৰাবৃত পৰ্বতসংকুল অঞ্চল।[5]
পাদটীকা [সম্পাদনা কৰক]
- ↑ http://himachal.gov.in/cm.htm Chief Minister of Himachal Pradesh
- ↑ http://hpvidhansabha.nic.in/ Himachal Pradesh Vidhan Sabha
- ↑ http://hphighcourt.nic.in/gifs/jprofile.htm High Court oF Himachal Pradesh
- ↑ "Statistical Facts about India". www.indianmirror.com. http://www.indianmirror.com/geography/geo9.html। আহৰণ কৰা হৈছে: 2006-10-26.
- ↑ "Literal meaning of Himachal Pradesh". www.himachalpradesh.us. http://www.himachalpradesh.us/geography/himalayas_in_himachal.php। আহৰণ কৰা হৈছে: 2007-05-20.
