হৰিৰহাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হৰিৰহাট বজাৰ এখন গাঁও (পূৰ্ণি) তথা সৰু চহৰ এলেকা হয়। ই ধুবুৰী জিলাৰ অন্তৰ্গত পূৰ্ণি গাঁৱৰ ভিতৰত পৰে।

বিৱৰণ[সম্পাদনা কৰক]

এই ঠাইত এক পুৰণিকলীয়া হৰিমন্দিৰ তথা সৎসংঘ মন্দিৰ আছে । ইয়াত বিভিন্ন মন্দিৰ থকাৰ বাহিৰেও এখন মৰ্জ্জিতঘৰ আছে ।

ভাষা[সম্পাদনা কৰক]

ঠাইখনৰ আঞ্চলিক বিশেষ ভাষা হিচাপে অসমীয়া ভাষা আৰু কোচ ৰাজবংশী ভাষা ৰ ব্যবহাৰ কৰা হয়। যিকোনো কাৰ্য্যালয়ৰ কামৰ বাবে কেবল অসমীয়া ভাষা ৰ প্ৰয়োগ কৰা হয়।

ৰেল ষ্টেচনসমূহ[সম্পাদনা কৰক]

এই ঠাই খনৰ ওচৰতে বহুতো ৰেল ষ্টেচন আছে । তাৰে ভিতৰত ইয়াৰ পৰা পোন্ধৰ (15) কিলমিটাৰ দূৰত থকা গোলকগঞ্জ ৰেল জংচন আছে যিটো ধুবুৰী জিলাৰ অন্তৰ্গত । ইয়াৰ বাহিৰেও আৰু বহুতো ৰেল ষ্টেছন আছে এইবোৰ হল মটেঝাৰ ৰেল ষ্টেছন, কোচবিহাৰ জংচন , ধুবুৰী ৰেল ষ্টেচন ইত্যাদি।

বিমান বন্দৰ[সম্পাদনা কৰক]

ধুবুৰী জিলাৰ অন্তৰ্গত একমাত্ৰ বিমান বন্দৰ ৰূপচি আন্তৰ্জাতিক বিমান বন্দৰ ইয়াৰ পৰা মাত্ৰ ১২ কি: মি: দূৰত অৱস্থিত ।