১৫ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১৫ জানুৱাৰী (ইংৰাজী: 15 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৫ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫০টা দিন (অধিবৰ্ষত ৩৫১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  • ১৫৫৯- এলিজাবেথ প্ৰথমক ইংলেণ্ডৰ ৰাণী ঘোষণা কৰা হয়।
  • ১৮৮৯ - আটলাণ্টাত ক'কা-ক'লা কোম্পানী (তেতিয়া পেম্বাৰ্টন মেডিচিন কোম্পানী নামেৰে জনাজাত) আৰম্ভ কৰা হয়।
  • ২০০১ - ৱিকিপিডিয়াৰ আৰম্ভণি।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]