ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৩-১৪)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
# থিয়েটাৰ (প্ৰযোজক) নাটক নাট্যকাৰ অভিনয়ত
থিয়েটাৰ ভাগ্যদেৱী
(সুবোধ মজুমদাৰ)
বেইমান চম্পক শৰ্মা চম্পক শৰ্মা, জয়ন্ত দাস, অৰুণ বেজবৰুৱা, যোগেশ কাশ্যপ, মৃণালদীপ গোস্বামী, দীপাংকৰ বৰা, দেৱীস্মিতা,
বৰ্ণালী শইকীয়া, মুন শইকীয়া, পল্লৱী মেধি আৰু অৰূপ বৈশ্য[1]
মই উজনিৰ তুমি নামনিৰ চম্পক শৰ্মা
মোক স্বামী নালাগে ভবেন বৰুৱা
ইতিহাস থিয়েটাৰ
(মহানন্দ কুমাৰ)
ডকাইত অভিজিত ভট্টাচাৰ্য যতীন বৰা[2]
থিয়েটাৰ বীণাপাণি
(ৰামদাস বৰ্মন)
অন্ধ দেৱতা অৱতাৰ সিং হৰগোবিন্দ বৰ্মন, ৰাতুল শইকীয়া, দিগন্ত চৌধুৰী, জোন ডেকা, গৌতমৰাজ পাৰ্থ, ধন বৰদলৈ,
টিকু, সঞ্জীৱ, লুকু, পম্পী শইকীয়া, মৌচুমী শৰ্মা, বৰ্ণালী পাঠক আদি[3]
মাজনিশাৰ অতিথি জিতেন বৰ্মন
সেন্দুৰৰ খেল ৰমা বৰ্মন
(নাম স্থিৰ হোৱা নাই) সমৰেন্দ্ৰ বৰ্মন
ৰামধেনু থিয়েটাৰ
(দুলুমনি কুমাৰ)
নিলাজ নিশাৰ চিঞৰ অৰূপ বৰা, তাৰক দাস, শ্ৰীমন্ত মাধৱ, স্মাইলী বৰুৱা, মনীষা ইত্যাদি[4]
প্ৰিয়া মিলন
মহাত্মা
প্ৰাগজ্যোতিষ থিয়েটাৰ
(হৰেকৃষ্ণ দাস আৰু দীপ দাস)
খলনায়ক অভিজিৎ ভট্টাচাৰ্য পল ফুকন, ভূপেন ডেকা, মুকিব আহমেদ, প্ৰদীপ বৰা, চম্পক শৰ্মা, আগষ্টি ফুকন, কৰবী গগৈ আদি[5]
বেনাম বাদশ্বাহ অৱতাৰ সিং
এখনি আলসুৱা হৃদয় নিৰ্মল দাস
বৃন্দাবন থিয়েটাৰ
(গণেশ ৰায় মেধি (বংকিম))
মৰমৰ সূৰুয অভিজিৎ ভট্টাচাৰ্য উৎপল দাস, মৃদুল ভূঞা, চিন্ময় কটকী, পংকজ পূজাৰী, বীৰেণ ভূঞা,
ৰিতুপৰ্ণ ফুকন, প্ৰিয়ংকা বৰুৱা, অৰ্চনা পূজাৰী আদি[6]
শ্মশান যাত্ৰা অভিজিৎ ভট্টাচাৰ্য
দেৱদাস উজ্বল ৰবিৰাজ
শংকৰদেৱ থিয়েটাৰ
(বিশ্ব শইকীয়া)
কৃপণ দেউতাৰ গোপন কথা
(পৰিচালনাঃ চম্পক শৰ্মা)
চম্পক শৰ্মা অৰুণ হাজৰিকা, স্পন্দন, চিমি, পৱিত্ৰপ্ৰাণ বৰা, অবিনাশ হাজৰিকা, ৰিতুৰাজ,
কাকু কাকতি, পল্লৱী বৰা, দীপালী বৈশ্য, জ্যোতিশিখা, বৰ্ণালী দত্ত (শিশুশিল্পী) আদি[7]
চুমা
(পৰিচালনাঃ ৰাজেশ ভূঞা)
সমৰেন্দ্ৰ বৰ্মন
ডাক বঙলা ডা. আক্ৰাম হাইদৰ
আৱাহন থিয়েটাৰ
(কৃষ্ণ ৰয়)
তগৰ অভিজিৎ ভট্টাচাৰ্য শ্যামন্তিকা শৰ্মা, জেফি বক্সী, অশ্বিনী বৰুৱা, বিকাশ ভৰদ্বাজ, ঋতুৰাজ মহন্ত, যতীনজিৎ বৰা, ভূপেন মেধি,
অভিজিৎ গোস্বামী, বিমল তালুকদাৰ, ৰাণা আহমেদ, জোনালী দেৱী, নীলিমা ডেকা, দীপান্বিতা লহকৰ আদি[8]
মনালিছাৰ আজি জন্মদিন অভিজিৎ ভট্টাচাৰ্য
নীলকণ্ঠ ড. ভৱেন্দ্ৰ নাথ শইকীয়া
নটসূৰ্য থিয়েটাৰ
(জগদীশ গগৈ)
মন হীৰা দৈ বলীন বৰুৱা জিতেন কোঁৱৰ, ডালিম মেধি, ৰবীন কোঁৱৰ, চন্দন বৰা, দ্বীপ বৰা, ৰাকেশ শৰ্মা,
জিতু বৰা, জোনালী শইকীয়া, মৌচুমী গগৈ, সুমিত্ৰা গগৈ, বেবী দেৱী ৰাতুল দাস আদি[9]
কোনে জানে তোমাৰ সপোন উগ্ৰ মেনা
অভিমানী বন্ধু ক্ষীতিশ বৰা
১০ আশীৰ্বাদ থিয়েটাৰ
(ৰবীন নেওগ)
অগ্নিপুত্ৰ ধ্ৰুৱজ্যোতি শৰ্মা ৰবি শৰ্মা, বিনয় ডেকা, অঞ্জনজ্যোতি বেজ, জিতু বৰা, অৰুণ বৰা,
জয়ন্ত, ৰাণী বেগম, আৰু অংকিতা শইকীয়া আদি[10]
দয়ানায়ক অভিজিৎ ভট্টাচাৰ্য
ৰণুৱা ঘোঁৰাৰ খোজ অভিজিৎ ভট্টাচাৰ্য
১১ কহিনুৰ থিয়েটাৰ
(ৰতন লহকৰ)
দেৱদাস অভিজিৎ ভট্টাচাৰ্য তপন দাস
এদিন তুমি আহিবাই অভিজিৎ ভট্টাচাৰ্য
আকাশৰ দৰে মন হেমন্ত দত্ত
১২ ৰাজতিলক থিয়েটাৰ
(দুলুমনি দাস, পৃষ্ঠপোষক: সুশান্ত বিশ্ব শৰ্মা)
অভিনেত্ৰী অভিজিৎ ভট্টাচাৰ্য প্ৰস্তুতি পৰাশৰ, পৰাগ শৰ্মা, অৰুণ বৰা, নিৰঞ্জন দাস, নাজিমূল ইছলাম, কৃষ্ণমণি নাথ, অৰ্চনা বৰা ইত্যাদি।[11]
মহাৰাণী অভিজিৎ ভট্টাচাৰ্য
শিপা সেৱাব্ৰত বৰুৱা

লগতে চাওক[সম্পাদনা কৰক]

২০১১ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা

২০১২ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. চিত্ৰবাণী, আমাৰ অসম, পৃঃ ১০, ১০ জুলাই, ২০১৩
  2. চিত্ৰবাণী, আমাৰ অসম, পৃঃ ১০, ১০ জুলাই, ২০১৩
  3. পৰিপূৰিকা, আমাৰ অসম, পৃষ্ঠা ৪, ১৩ জুলাই, ২০১৩
  4. বহুমুখ, চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ১৭ জুলাই, ২০১৩
  5. বহুমুখ, চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ১৭ জুলাই, ২০১৩
  6. বহুমুখ, চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ১৭ জুলাই, ২০১৩
  7. সাপ্তাহান্তিক (পৰিপূৰিকা), সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২০ জুলাই, ২০১৩
  8. সাপ্তাহান্তিক (পৰিপূৰিকা), সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২০ জুলাই, ২০১৩
  9. সাপ্তাহান্তিক (পৰিপূৰিকা), সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২০ জুলাই, ২০১৩
  10. বহুমুখ (পৰিপূৰিকা, আমাৰ অসম), চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২৪ জুলাই, ২০১৩
  11. সাপ্তাহান্তিক (পৰিপূৰিকা, আমাৰ অসম), সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২৪ আগষ্ট, ২০১৩