ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৪-১৫)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
# থিয়েটাৰ (প্ৰযোজক) নাটক নাট্যকাৰ অভিনয়ত
ৰাজশ্ৰী থিয়েটাৰ
()
গুণ্ডা অভিজিত ভট্টাচাৰ্য ৰবি শৰ্মা, মৃদুল চুতীয়া, অৰুণ বৰদলৈ, অৰ্চনা বৰা, দিব্যজ্যোতি ভৰালী,
পপীপৰ্ণা, উৎপল ঠাকুৰীয়া, লাটুমণি ভূঞা, হেমন্ত হাজৰিকা, উৎপল দাস আৰু মিছ চুমী[1]
ইতি নহয় মোৰ প্ৰেম মৃদুল চুতীয়া
কইনা সজাব কোনে চিত্তৰঞ্জন পৰাশৰ
ইতিহাস থিয়েটাৰ[2]
(অখিল কলিতা)
পুলিচগিৰি সমৰেন্দ্ৰ বৰ্মন বিকি, সংগীতা ডেকা, কল্পনা শৰ্মা, তাৰক দাস, ভূপেন ডেকা, মুহী বৰা,
জয়ন্ত শৰ্মা, হৰ্ষজ্যোতি দাস, নাজিমূল ইছলাম, ৰতন বৰ্মন আৰু ৰাজশ্ৰী বৰা[1]
যুৱৰাজ অভিজিত ভট্টাচাৰ্য
দেৱী হিল্লোল কুমাৰ পাঠক
আশীৰ্বাদ থিয়েটাৰ[3]
(ৰবীন নেওগ)
কুৰুক্ষেত্ৰ] অভিজিৎ ভট্টাচাৰ্য ভৱেশ বৰুৱা, প্ৰাণজিৎ দাস, ৰবীন নেওগ, বিনয় ডেকা,
দুলাল শৰ্মা, বন্দনা ডেকা, চিমি দাস ইত্যাদি[1]
বিশ্বপ্ৰতাপ ধ্ৰুৱজ্যোতি শৰ্মা
বননিৰ লুকাভাকু বিনয় ডেকা
বৃন্দাবন থিয়েটাৰ
(গণেশ ৰায় মেধি (বংকিম))
বোৱাৰী অভিজিৎ ভট্টাচাৰ্য যতীন বৰা, প্ৰয়াসী পৰাশৰ, মমী ডেকা, পৰাগ শৰ্মা, অঞ্জনজ্যোতি বেজ,
জিতু বৰা, অৰুণ বৰা আদি[1]
মা-কচম [4] অভিজিৎ ভট্টাচাৰ্য
অনামিকাৰ সপোন অভিজিৎ ভট্টাচাৰ্য
কহিনুৰ থিয়েটাৰ[5]
(তপন লহকৰ/ ৰতন লহকৰ)
ফুটপাথৰ ৰোমিঅ' অভিজিৎ ভট্টাচাৰ্য ৰাজকুমাৰ, মুনমী ফুকন, চিন্ময় কটকী, স্মাইলী বৰুৱা, হেমেন শৰ্মা,
দীপক তালুকদাৰ, গিৰিজা শৰ্মা, যুতিকা ভূঞা আদি
মৰমৰ জুই অভিজিৎ ভট্টাচাৰ্য
মুক্তি
(লক্ষ্মীনাথ বেজবৰুৱামুক্তি
গল্পৰ ওপৰত আধাৰিত)
হেমন্ত দত্ত
থিয়েটাৰ ভাগ্যদেৱী
(সুবোধ মজুমদাৰ)
বাদছাহ চম্পক শৰ্মা চম্পক শৰ্মা, অৰুণ বৰা, অৰুণ বেজবৰুৱা, যোগেশ কাশ্যপ,
প্ৰমোদ চুতীয়া, সঞ্জীৱ বসুমতাৰী, মৃনাল দেৱ, সুৰৱী কটকী, মুন শইকীয়া, প্ৰিয়ংকা,
ৰিতু আৰাইনা শৰ্মা, জুনজুন আৰু অৰূপ বৈশ্য আদি [4]
মাত ভাইটি এবাৰ মাত অভিজিৎ ভট্টাচাৰ্য
মানুহে মানুহৰ বাবে চম্পক শৰ্মা
ৰূপকোঁৱৰ থিয়েটাৰ
(ৰেকিব আহমেদ)
জুলিয়াছ চিজাৰ পংকজজ্যোতি ভূঞা বাহাৰুল ইছলাম, জীৱেশ্বৰ ডেকা, হৰেণ মালাকাৰ, কৃষ্ণমণি নাথ, নীলিমা ডেকা,
নৱাগতা বৰষা মালাকৰ, ৰাতুল দাস, স্বাগতা বৰুৱা আদি [4]
মৰুৰ ৰজনীগন্ধা হেমন্ত দত্ত
সূৰ্যসেনা নৰেন পাটগিৰী
আৱাহন থিয়েটাৰ
(কৃষ্ণ ৰয়)
স্বামী অভিজিৎ ভট্টাচাৰ্য মৃদুল ভূঞা, অংকিতা, দেৱীস্মিতা, জোনালী, নিৰঞ্জন দাস,
বিকাশ ভৰদ্বাজ, প্ৰণৱ শৰ্মা, চন্দন ডেকা, ঋতুৰাজ মহন্ত, মনোজ বৰ্মন,
গীতাঞ্জলি বৰা, ভূপেন আৰু হেমাংগ আদি [6]
মাজনিশা মনে মনে অভিজিৎ ভট্টাচাৰ্য
আকাশী গংগা মুনিন বৰুৱা
সূত্ৰধাৰ থিয়েটাৰ
(ক্ষীৰোদ খনিকৰ)
দাদা নাম্বাৰ ৱান অৱতাৰ সিং অতুল পাচনী, প্ৰদীপ বৰা, দ্বীপেন ভূঞা, জয়ন্ত জীৱন, বিকি কাশ্যপ,
নিলোৎপল বৰা, ডিম্পল ফুকন, পৰমানন্দ, ৰাজু দাস, পূজা বৰা,
মৌচুমী ফুকন, দেৱীমণি তামুলী, মিষ্টাৰ ভাস্কৰজ্যোতি আদি [6]
মনৰ মৰম নিৰ্মল দাস
ধৰ্মযুদ্ধ ধীৰাজ কাশ্যপ
হেঙুল থিয়েটাৰ
()
মানস কন্যা অভিজিৎ ভট্টাচাৰ্য আকাশদ্বীপ, আঙুৰলতা, বিপুল বৰা, আলোকজ্যোতি, জীৱন হাতীকাকতী আদি [7]
সেন্দূৰৰ ৰং কিয় ৰঙা চিত্তৰঞ্জন পৰাশৰ
আকৌ এদিন ৰাজদ্বীপ
১০ ৰাজতিলক থিয়েটাৰ
()
ৰাং কুকুৰ অভিজিৎ ভট্টাচাৰ্য তপন দাস, মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, সঞ্জীৱ শৰ্মা, নিৰ্মল দত্ত, শ্ৰীমন্ত মাধৱ দত্ত,
ৰাণী বেগম, মিতুল বালাজী, পঞ্চী বৰা আদি [8]
উপলব্ধি অভিজিৎ ভট্টাচাৰ্য
মন্দাকিনী
১১ বৰদৈচিলা থিয়েটাৰ
()
দমন শ্যাম সুন্দৰ জালান মুনমী কলিতা, নয়ন নিৰ্বাণ বৰুৱা, ফ্ৰেংকী বৰুৱা, জয়ন্ত দাস, পদ্ম বৰা,
ভাস্কৰ বৰ্মণ, প্ৰিয়ংকা বৰুৱা, ওমৰ মোক্তাৱ, তপন শইকীয়া, অলকা মজুমদাৰ আদি [8]
মাতাল ৰজা অভিজিৎ ভট্টাচাৰ্য
দাবী ভাস্কৰ বৰ্মণ

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 চিত্ৰবাণী, বুধবৰীয়া পৰিপূৰিকা বহুমুখ, আমাৰ অসম, পৃঃ ৪, ১১ জুন, ২০১৪
  2. "ইতিহাসত "পুলিচগিৰি"". দৈনিক জনমভূমি: ৬ পৃষ্ঠা. ১৩ জুন ২০১৪. 
  3. "আশীৰ্বাদৰ ব্যয়বহুল প্ৰস্তুতি". দৈনিক জনমভূমি: ৬ পৃষ্ঠা. ১৩ জুন ২০১৪. 
  4. 4.0 4.1 4.2 'বহুমুখ', আমাৰ অসম কাকতৰ বুধবৰীয়া পৰিপূৰিকা, চিত্ৰবাণী পৃষ্ঠা, ২ জুলাই ২০১৪
  5. "কহিনুৰৰ বিশেষ পৰিকল্পনা "ফুটপাথৰ ৰোমিঅ'"". দৈনিক জনমভূমি: ৬ পৃষ্ঠা. ১৩ জুন ২০১৪. 
  6. 6.0 6.1 সাংস্কৃতিকী, সপ্তাহান্তিক পৰিপূৰিকা, আমাৰ অসম, পৃঃ ৪, ৫ জুলাই, ২০১৪
  7. বহুমুখ, চিত্ৰবাণী পৃষ্ঠা, বুধবৰীয়া পৰিপূৰিকা, আমাৰ অসম, পৃঃ ৪, ৯ জুলাই, ২০১৪
  8. 8.0 8.1 চিত্ৰবাণী, বুধবৰীয়া পৰিপূৰিকা বহুমুখ, আমাৰ অসম, পৃঃ ৪, ১৬ জুন, ২০১৪