২ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

২ মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬০ তম (অধিবৰ্ষত ৬১ তম) দিন।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৯১ - শ্ৰীলংকাত হোৱা বোমা বিস্ফোৰণত উপ-প্ৰতিৰক্ষামন্ত্ৰী বিজয়সহ ২৯জন নিহত।

জন্ম[সম্পাদনা কৰক]

  • ১৯২৩ - ৰিচাৰ্ড উইলিয়াম টিম, আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী।
  • ১৯৩০ - জন কলম, আমেৰিকান অভিনেতা।
  • ১৯৮৬ - জয়ন্ত তালুকদাৰ, অসমীয়া ধনুৰ্বিদ।
  • ১৯৯০ - টাইগাৰ শ্ৰফ, ভাৰতীয় অভিনেতা।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৪৯ - সৰোজিনী নাইডু, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ১৯৯৪ - অনিতা মৰিছ, আমেৰিকান অভিনেত্ৰী।
  • ২০১৩ - শৱনম শাকিল, পাকিস্তানী কবি।
  • ২০২১ - প্ৰভাত শৰ্মা, ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]