৩১ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

৩১ আগষ্ট (ইংৰাজী: 31 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৩তম (অধিবৰ্ষত ২৪৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৭৫১ - ৰবাৰ্ট ক্লাইৱে চন্দ চাহেবৰ পৰা আৰ্কট দখল কৰে।
  • ১৯২০ - আমেৰিকাৰ মিছিগান ৰাজ্য়ৰ চহৰ ডেট্ৰয়েটত বিশ্বত প্ৰথম ৰেডিঅত (ষ্টেছন এইট এম কে বা station 8MK) বাতৰি পৰিবেশন কৰা হৈছিল।
  • ১৯৫৬ - ভাৰতৰ তৎকালীন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে ৰাজ্য পুনৰ গঠনৰ বিধেয়কত অনুমোদন জনায়।
  • ১৯৫৭ - মালয়েছিয়াই যুক্তৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে। (কেৱল সংযুক্ত মালয়)
  • ১৯৬২ - কেৰিবিয়ান দেশ ত্ৰিনিদাদ আৰু টোবেগ'ৱে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯৯৫ - কাৰ বোমা বিস্ফোৰণত পঞ্জাবৰ মুখ্যমন্ত্ৰী বেয়ান্ত সিং নিহত হৈছিল।
  • ১৯৯৭ - ব্ৰিটেইন ৰাজকুমাৰী ডায়েনা পেৰিছত হোৱা এক মটৰ দুৰ্ঘটনা মৃত্যু হয়।
  • ২০২২- ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ-২০২২ত জেৰেমি লালৰিন্নুংগাই ৬৭ কিলোগ্ৰাম শাখাৰ আৰু অচিন্ত শ্বেউলিয়ে ৭৩ কিলোগ্ৰাম শাখাৰ ভাৰোত্তলনত সোণৰ পদক লাভ কৰে। [1]

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]




তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 18, News. "CWG 2022, Day 3 Wrap: Weightlifters Jeremy Lalrinnunga, Achinta Sheuli Win Gold as India Get Big Victories in Team Sports" (ইংৰাজী ভাষাত). NEWS18. https://www.news18.com/news/sports/cwg-2022-india-full-results-day-3-weightlifting-jeremy-lalrinnunga-achinta-sheuli-gold-hockey-cricket-badminton-table-tennis-lawn-bowls-5662657.html। আহৰণ কৰা হৈছে: 2022-08-01.