৩১ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৩১ জানুৱাৰী (ইংৰাজী: 31 January) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪ দিন (অধিবৰ্ষত ৩৩৫ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৮৮ - জন বস্ক', জনপ্ৰিয় নাম ছেইণ্ট ডন বস্ক’, ইটালিয়ান ৰোমান কেথ’লিক ধৰ্মযাজক, লেখক আৰু শিক্ষাবিদ।
  • ১৯৬১ – কৃষ্ণ সিং, ভাৰতীয় ৰাজনীতিক, বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী। (জন্ম. ১৯৮৭)
  • ২০০৪ - সুৰাইয়া জামাল শ্বেখ, ভাৰতীয় অভিনেত্ৰী।
  • ২০১৫ - লিজাবেথ স্কট, আমেৰিকান অভিনেত্ৰী।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]