৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Indian National Highway ৫১
৫১
ৰাষ্ট্ৰীয় ঘাইপথ ৫১

৫১ নং ৰাষ্ট্ৰীয় ঘাইপথটো মানচিত্ৰত দেখা গৈছে
পথ তথ্য
দৈৰ্ঘ্য সাঁচ:Convert/LoffAoffDxSoff)
Major junctions
উত্তৰ end পাইকান, Assam
দক্ষিণ end দালু, মেঘালয়
Location
Statesঅসম: 22 km (14 মাইল)
মেঘালয়: 127 km (79 মাইল)
Primary
destinations
তুৰা
Highway system
ভাৰতীয় পথ নেটৱৰ্ক

ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found.

৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 51, চমুকৈ NH 51) হৈছে অসম আৰু মেঘালয়ৰ মাজত বিস্তৃত হৈ থকা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো অসমপাইকান৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফাটি ওলাইছে। এই ঘাইপথটো মেঘালয়ৰ দালুত গৈ শেষ হৈছে। এই ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ১৪৯ কিঃমিঃ (৯৩ মাইল)। ইয়াৰে ২২ কিঃমিঃ (১৪ মাইল) অসমত আৰু ১২৭ কিঃমিঃ (৭৯ মাইল) মেঘালয়ত আছে।[1]

সংযোজিত স্থানসমূহ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367। আহৰণ কৰা হৈছে: 2012-12-02. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]