ৰং (দূৰদৰ্শন কেন্দ্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰং
Rang logo.png
ৰং চেনেলৰ ল'গ'
উদ্বোধন ১ অক্টোবৰ, ২০০৯
গৰাকী প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড
শ্ল'গান Colours of Life
দেশ ভাৰত
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ নিউজ লাইভ
ৰামধেনু
ৱেবছাইট www.rangtv.org
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) চেনেল ৬২৫
ডিচ টিভি (ভাৰত) চেনেল ৮৫৮
ৰিলায়েঞ্চ ডিজিটেল টিভি (ভাৰত) চেনেল ৭৮৫
টাটা স্কাই (ভাৰত) চেনেল ৮৯৭
ভিডিঅ'কন ডিটুএইচ (ভাৰত) চেনেল ৭৭১

ৰং (ইংৰাজী: Rang) (দূৰদৰ্শন কেন্দ্ৰ) এটা অসমীয়া ভাষাৰ বিনোদন দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড[1]। ইয়াৰ ভগ্নী চেনেমসমূহ হৈছে: নিউজ লাইভ আৰু ৰামধেনু

উল্লেখযোগ্য অনুষ্ঠান[সম্পাদনা কৰক]

বিনোদনধৰ্মী দূৰদৰ্শন কেন্দ্ৰস্বৰূপে ইয়াত দৈনিক বিভিন্ন ধৰনৰ অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। তলত দিয়া অনুষ্ঠানৰ তালিকাখন আগষ্ট ২০১২ চলি থকা কাৰ্যসূচী অনুসৰি দেখুওৱা হৈছে[2]

নাটক, ধাৰাবাহিক আৰু হাস্য-ব্যঙ্গ অনুষ্ঠান[সম্পাদনা কৰক]

  • অনুৰাধা
  • অধিকাৰ
  • ৰঙ জীৱনৰ
  • নিঙনি ভাওৰাৰ কথা
  • শুকুলা মেঘৰ ছাঁ
  • অনুৰাগ তোমাৰ বাবে
  • সংযোগ
  • জোনাকৰ বৰষুণ
  • ভৈৰৱী'
  • মেঘৰঞ্জনী
  • বিন্দাছ
  • উমাল বুকুৰ হেজাৰ কাহিনী
  • হেঁপাহৰ ঘৰ
  • ৰ,দালি
  • তুমি দুচকুতে কাজল ল'লে
  • আকাশ-এটি মিঠা নাম
  • ৰাগিনী
  • পাতাল ভৈৰৱী[2]
  • ভাড়াঘৰ

ৰোমাঞ্চক[সম্পাদনা কৰক]

  • এফ. আই. আৰ.

ৰিয়েলিটী শ্ব'[সম্পাদনা কৰক]

  • স্কুলৱিজ
  • মই অসম দেশৰ ছোৱালী
  • কিচমে কিতনা হে দম
  • সংগীতৰ মহাৰণ
  • ঝংকাৰ

কথা-বতৰাৰ অনুষ্ঠান[সম্পাদনা কৰক]

  • মিউজিকেল কাউচ্চ
  • আঁৰে আঁৰে কিছু কথা
  • জোনাকী বাটেৰে

অন্যান্য[সম্পাদনা কৰক]

  • ৫ পৰিচালকৰ ৫ ছবি
  • ভাওনা
  • পাকঘৰ
  • দা ফুড বে
  • প্ৰথম ৰেঙনি
  • মোহিনি[2]

উপলব্ধতা[সম্পাদনা কৰক]

ডি টি এইচ চেনেল ক্ৰমাংক
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) ৬২৫
ডিছ টিভি (ভাৰত) ৮৫৮
ৰিলায়েঞ্চ ডিজিটেল টিভি (ভাৰত) ৭৮৫
টাটা স্কাই (ভাৰত) ৮৯৭
ভিডিঅ'কন ডি টি এইচ (ভাৰত) ৭৭১
বিগ টিভি (ভাৰত) -
ডিডি ডাইৰেক্ট প্লাচ (ভাৰত) -

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "ৰঙ". Rang TV. ২০১২. http://www.rangtv.co.in/। আহৰণ কৰা হৈছে: September 29, 2012. 
  2. 2.0 2.1 2.2 "ৰঙৰ অনুষ্ঠান". Rang TV. ২০১২. http://www.rangtv.co.in/tv-shows/schedule.html। আহৰণ কৰা হৈছে: September 29, 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]