ৰঞ্জনা শৰ্মা বৰদলৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰঞ্জনা শৰ্মা বৰদলৈ
জন্ম ৮ ফেব্ৰুৱাৰী, ১৯৪৮
ডিব্ৰুগড়
পেচা অভিনেত্ৰী আৰু নৃত্যাংগনা
দাম্পত্যসঙ্গী প্ৰদীপ কুমাৰ বৰদলৈ
পিতৃ-মাতৃ ৺ নবীন চন্দ্ৰ বৰদলৈ আৰু অৰ্চনা বৰদলৈ

ৰঞ্জনা শৰ্মা বৰদলৈ (ইংৰাজী: Ranjana Sharma Bordoloi; জন্ম: ০৮ ফেব্ৰুৱাৰী, ১৯৪৮ ) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী তথা নৃত্যাংগণা। [1]

জন্ম আৰু শৈশৱ[সম্পাদনা কৰক]

ৰঞ্জনা শৰ্মা বৰদলৈ জন্ম হৈছিল ডিব্ৰুগড়চিৰিং চাপৰিত। পিতৃৰ নাম নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ নাম অৰ্চনা বৰদলৈ। তেখেতে সত্ৰীয়া নৃত্য গুৰু যতীন গোস্বামী আৰু ভৱ গোস্বামীৰ পৰা সত্ৰীয়া আৰু মাধৱ সিংহাৰ পৰা মণিপুৰী শাস্ত্ৰীয় নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে বিহু নৃত্যটো পাৰদৰ্শী আছিল আৰু মঘাই ওজা, তুলসীওজা ৰং ওজা আদিৰ সৈতে সমগ্ৰ ভাৰততে বিহুনৃত্য প্ৰদৰ্শণ কৰি খ্যাতি আৰ্জিছিল। [1]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

অভিনয় জীৱনৰ আৰম্ভনি'[সম্পাদনা কৰক]

ৰঞ্জনা শৰ্মা বৰদলৈয়ে পোন প্ৰথমে সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ “ মণিৰাম দেৱান” বোলচৱিত অভিনয় কৰে। তেখেত মঞ্চনাটৰো এগৰাকী খ্যতনামা শিল্পী আছিল আৰু নটসূৰ্য ফণী শৰ্মা, বিষ্ণু প্ৰসাদ ৰাভা, ভাৰত বৰপূজাৰী, গোলাপ শৰ্মা, তিলক দুৱৰা, অভয় দুৱৰা, ইভা আচাও, অনিল শৰ্মা, নৃপেন ঠাকুৰ, আদিৰ সৈতে বিভিন্ন মঞ্চ নাটত অভিনয় কৰিছিল, তাৰে ভিতৰত এমুঠী চাউলম কিয়, চিৰাজ আদি প্ৰসিদ্ধ। ১৯৭৪ চনৰ পৰা তেখেতে কেইবাখনো অনাতাঁৰ নাটতো অভিনয় কৰে। [1]

শিক্ষা[সম্পাদনা কৰক]

অভিনয় কৰা চলচিত্ৰসমূহ[সম্পাদনা কৰক]

অভিনয়ৰ উপৰিও তেও ৰতনলাল আৰু মধুছন্দা বোলছবিৰ নৃত্য নিৰ্দেশনাও কৰিছিল [1]

দূৰদৰ্শণৰ ধাৰাবাহিক[সম্পাদনা কৰক]

ভি চিডি[সম্পাদনা কৰক]

পুৰষ্কাৰ আৰু সন্মান[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]