ৰবীন্দ্ৰ পুৰস্কাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবীন্দ্ৰনাথ ঠাকুৰ

ৰবীন্দ্ৰ পুৰস্কাৰ বা ৰবীন্দ্ৰ স্মৃতি পুৰস্কাৰ হ'ল পশ্চিমবঙ্গৰ সৰ্বোচ্চ সন্মানীয় সাহিত্য পুৰস্কাৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে এই পুৰস্কাৰৰ নামকৰণ কৰা হৈছে। ১৯৫০ চনত পশ্চিমবংগ চৰকাৰে এই পুৰস্কাৰ প্ৰবৰ্তন কৰিছিল। বৰ্তমান পশ্চিমবংগ বাংলা একাডেমীয়ে এই পুৰস্কাৰ প্ৰদান কৰে। ১৯৫০ চনৰ পৰা ১৯৮২ চন পৰ্যন্ত এক বা একাধিক লেখকক কোনো এখন বিশেষ গ্ৰন্থ ৰচনাৰ স্বীকৃতি স্বৰূপে এই পুৰস্কাৰ দিয়া হয়। ২০০৪ তথা ২০০৫ চনত বিশেষ গ্ৰন্থ ৰচনা কৰা বাবে একাধিক লেখকক এই পুৰস্কাৰেৰে সন্মানিত কৰা হয়।

প্ৰাপক[সম্পাদনা কৰক]

ৰবীন্দ্ৰ পুৰস্কাৰ প্ৰাপকসমূহ:[1]

১৯৫০-১৯৬০[সম্পাদনা কৰক]

বৰ্ষ নাম ৰচনা
১৯৫০ সত্যনাথ ভাডুড়ি
জাগৰী (উপন্যাস)
নীহাৰ ৰঞ্জন ৰায়
বাঙ্গালীৰ ইতিহাস: আদি পৰ্ব (ইতিহাস)
১৯৫১ বিভূতিভূষণ বন্দোপাধ্যায় (মৰণোত্তৰ)
ইছামতী (উপন্যাস)
যোগেশচন্দ্ৰ ৰায় বিদ্যানিধি ইণ্ডিয়ান এনছিয়েণ্ট লাইফ (ইতিহাস)
১৯৫২ ব্ৰজেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সংবাদপত্ৰে সেকালেৰ কথা, বাংলা সাময়িক পত্ৰ, সাহিত্য-সাধক চৰিতমালা ইত্যাদি (সাহিত্যৰ ইতিহাস)
ড. কালীপদ বিশ্বাস আৰু এককড়ি ঘোষ ভাৰতৰ বনৌষধি (আয়ুৰ্বেদ)
১৯৫৩ দীনেশচন্দ্ৰ ভট্টাচাৰ্য বাঙালীৰ সাৰস্বত অৱদান: বঙ্গে নব্যন্যায়চৰ্চা (সাহিত্যৰ ইতিহাস)
১৯৫৪ ৰাণী চন্দ পূৰ্ণকুম্ভ (ভ্ৰমণবৃত্তান্ত)
১৯৫৫ পৰশুৰাম
কৃষ্ণকলি ইত্যাদি গল্প (চুটিগল্প)
তাৰাশঙ্কৰ বন্দ্যোপাধ্যায় আৰোগ্য নিকেতন (উপন্যাস)
১৯৫৬ সমৰেন্দ্ৰনাথ সেন বিজ্ঞানৰ ইতিহাস, প্ৰথম খণ্ড (বিজ্ঞান)
১৯৫৭ ড. ৰমেশচন্দ্ৰ মজুমদাৰ দ্য হিষ্ট্ৰী এণ্ড কালচাৰ অফ দি ইণ্ডিয়ান পিপল (ইতিহাস)
প্ৰভাতকুমাৰ মুখোপাধ্যায় ৰবীন্দ্ৰ জীৱনী (ৰবীন্দ্ৰচৰ্চা)
১৯৫৮ প্ৰেমেন্দ্ৰ মিত্ৰ সাগৰ থেকে ফেৰা (কাব্যগ্ৰন্থ)
ড. সুনীতি চট্টোপাধ্যায় Latterature Mediavali & Moderne Del Sub Continente Indiano (সাহিত্যৰ ইতিহাস, লেটিন ভাষাযত ৰচিত)
বিনয় ঘোষ পশ্চিমবঙ্গৰ সংস্কৃতি (বঙ্গবিদ্যা)
১৯৫৯ উপেন্দ্ৰনাথ ভট্টাচাৰ্য বাংলাৰ বাউল গান (সংগীত)
হৰিদাস মুখোপাধ্যায় আৰু উমা মুখোপাধ্যায় অৰিজিন অফ দ্য নেচনেল এডুকেছন মুভমেণ্ট (ইতিহাস)
১৯৬০ প্ৰমথনাথ বিশী কেৰী সাহেবেৰ মুন্সী (উপন্যাস)
ৰাধাগোবিন্দ নাথ গৌড়ীয় বৈষ্ণব দৰ্শন (বৈষ্ণৱ ধৰ্মতত্ত্ব)

১৯৬১-১৯৭০[সম্পাদনা কৰক]

বৰ্ষ নাম ৰচনা
১৯৬১ মহামহোপাধ্যায় হৰিদাস সিদ্ধান্তবাগীশ মহাভাৰত (অনুবাদ)
স্বামী প্ৰজ্ঞানানন্দ হিষ্ট'ৰিকেল ডেভেলপমেণ্ট অফ ইণ্ডিয়ান মিউজিক (সংগীত)
১৯৬২ বলাইচাঁদ মুখোপাধ্যায় (বনফুল) হাটে বাজাৰে (উপন্যাস)
জিতেন্দ্ৰনাথ বন্দ্যোপাধ্যায় পঞ্চোপাসনা (ধৰ্মতত্ত্ব)
১৯৬৩ সুবোধচন্দ্ৰ চক্ৰবৰ্তী ৰামায়ণী বৃক্ষ (ভ্ৰমণবৃত্তান্ত)
ড. সুৰেশচন্দ্ৰ বন্দ্যোপাধ্যায় স্মৃতিশাস্ত্ৰে বাঙালি (ইতিহাস)
১৯৬৪ ড. মৃত্যুঞ্জয়প্ৰসাদ গুহ আকাশ ও পৃথিবী (বিজ্ঞান)
বিমল মিত্ৰ কড়ি দিয়ে কিনলাম (উপন্যাস)
১৯৬৫ সুকুমাৰ সেন ভাৰতীয় সাহিত্যৰ ইতিহাস (সাহিত্যৰ ইতিহাস)
শচীন্দ্ৰনাথ বসু প্ৰাগঐতিহাসিক মানুষ (নৃতত্ত্ব)
গজেন্দ্ৰ কুমাৰ মিত্ৰ পৌষ ফাগুনেৰ পালা (উপন্যাস)
১৯৬৬ আশাপূৰ্ণা দেবী প্ৰথম প্ৰতিশ্ৰুতি (উপন্যাস)
শান্তিৰঞ্জন ভট্টাচাৰ্য বঙ্গালী হিন্দুয়োকা উৰ্দু খিদমৎ (সাহিত্য আলোচনা)
অনিৰ্বাণ বেদ মীমাংসা (ধৰ্মতত্ত্ব)
১৯৬৭ শৰদিন্দু বন্দ্যোপাধ্যায় তুঙ্গভদ্ৰাৰ তীৰে (উপন্যাস)
কালিকাৰঞ্জন কানুনগো ৰাজস্থান কাহিনী (ইতিহাস)
ড. প্ৰবাসজীৱন চৌধুৰী টেগোৰ অন লিটাৰেচাৰ এণ্ড এছথেটিক (ৰবীন্দ্ৰচৰ্চা)
১৯৬৮ কালিদাস ৰায় পূৰ্ণাহুতি (কাব্যগ্ৰন্থ)
সুকুমাৰ বসু হিমালয় (ভ্ৰমণবৃত্তান্ত)
ড. চাৰুচন্দ্ৰ সন্যাল দ্য ৰাজবংশীজ অফ নৰ্থ বেঙ্গল (নৃতত্ত্ব)
১৯৬৯ লীলা মজুমদাৰ আৰ কোনোখানে
নাৰায়ণ সন্যাল অপৰূপা অজন্তা (গুহা চিত্ৰকলা সংক্ৰান্ত)
গোপেন্দ্ৰকৃষ্ণ বসু বাঙ্গালাৰ লৌকিক দেবতা (লোকসংস্কৃতি)
১৯৭০ আবু ছৈয়দ আয়ুব আধুনিকতা ও ৰবীন্দ্ৰনাথ
ভেৰা আলেকজেন্দ্ৰোভনা নোভিকোভা বঙ্কিমচন্দ্ৰ - হিজ লাইফ এণ্ড ক্ৰিয়েচনছ্ (বঙ্কিমচৰ্চা)
দেবেন্দ্ৰনাথ বিশ্বাস ভাৰতবৰ্ষেৰ অধিবাসীৰ পৰিচয় (নৃতত্ত্ব)

১৯৭১-১৯৮২[সম্পাদনা কৰক]

বৰ্ষ নাম ৰচনা
১৯৭১ ৰমাপদ চৌধুৰী এখনি (উপন্যাস)
জিতেন্দ্ৰ কুমাৰ গুহ মহাকাশ বিজ্ঞান (বিজ্ঞান)
শঙ্কৰ সেনগুপ্ত এ ষ্টাডি অফ উইমেন ইন বেঙ্গল (সমাজ বিজ্ঞান)
১৯৭২ বিভূতি ভূষণ মুখোপাধ্যায় এবাৰ প্ৰিয়াম্বদা (উপন্যাস)
পৰেশচন্দ্ৰ মজুমদাৰ সংস্কৃত ও প্ৰাকৃত ভাষাৰ ক্ৰমবিকাশ (ভাষাতত্ত্ব)
ইন্দ্ৰমিত্ৰ কৰুণাসাগৰ বিদ্যাসাগৰ (জীবনী)
১৯৭৩ জ্যোতিৰ্ময়ী দেৱী সোনা ৰূপা নয় (উপন্যাস)
ড. ভক্তিপ্ৰসাদ মল্লিক অপৰাধ জগতেৰ ভাষা (ভাষা বিজ্ঞান)
ড. অমলেন্দু মিত্ৰ ৰাঢ়েৰ সংস্কৃতি (বঙ্গবিদ্যা)
ডেভিড মেক কাচ্চিয়ান লেট মেডিয়াভ্যাল টেম্পলছ অফ বেঙ্গল (বঙ্গবিদ্যা)
১৯৭৪ বুদ্ধদেৱ বসু স্বাগত বিদায় (কাব্যগ্ৰন্থ)
ড. শান্তিময় চট্টোপাধ্যায় আৰু এণাক্ষী চট্টোপাধ্যায় পৰমাণু জিজ্ঞাসা (বিজ্ঞান)
দীনেশচন্দ্ৰ ভট্টচাৰ্য প্ৰাচীন ভাৰতীয় মনোবিদ্যা (মনস্তত্ত্ব)
সুকুমাৰ ৰায় মিউজিক অফ ইষ্টাৰ্ণ ইণ্ডিয়া (সংগীত)
অৰুণ ৰায় আৰু ড. হাইনজ মোদে ভাৰত ও বাংলাদেশেৰ লোকগল্পেৰ জাৰ্মান অনুবাদ (অনুবাদ)
১৯৭৫ অচিন্ত্যকুমাৰ সেনগুপ্ত উত্তৰায়ণ (কাব্যগ্ৰন্থ)
গোপালচন্দ্ৰ ভট্টাচাৰ্য বাংলাৰ কীটপতঙ্গ (কীটবিজ্ঞান)
১৯৭৬ সতীকান্ত গুহ নাট্যকাৰ (নাটক)
অৰূপৰতন ভট্টাচাৰ্য প্ৰাচীন ভাৰতে জ্যোতিৰ্বিজ্ঞান (বিজ্ঞানৰ ইতিহাস)
ড. শিশিৰ কুমাৰ দাস শ্বেদো অফ খ্ৰীষ্টিনিয়াটী (ইতিহাস)
ড. নীলমণি মুখোপাধ্যায় বেঙ্গলি জমিনদাৰ (ইতিহাস)
১৯৭৮ নেপাল মজুমদাৰ ভাৰতে জাতীয়তা ও আন্তৰ্জাতিকতা এবং ৰবীন্দ্ৰনাথ (ৰবীন্দ্ৰচৰ্চা)
ড. ডুছান জাবৰিটেল হিষ্ট্ৰী অফ বেঙ্গলি লিটাৰেচাৰ (বাংলা সাহিত্যৰ ইতিহাস)
১৯৭৯ অৰুণ মিত্ৰ শুধু ৰাতেৰ শব্দ নয় (কাব্যগ্ৰন্থ)
শিৱকালী ভট্টাচাৰ্য চিৰঞ্জীৱ বনৌষধি (আয়ুৰ্বেদ)
গেৰাল্ডিন ফোৰ্বছ পজিটিভিজম ইন বেঙ্গল: আ কেছ ষ্টাডি ইন দ্য ট্ৰান্সমিছন এণ্ড এছিমিলেছন অফ এন আইডিঅ'লজি (বঙ্গবিদ্যা)
১৯৮০ গোপাল হালদাৰ ৰূপনাৰায়ণেৰ কূলে (আত্মকথা)
ড. তাৰকমোহন দাস পৃথিবী কি শুধু মানুষেৰ জন্য (বিজ্ঞান)
১৯৮১ বিনোদ বিহাৰী মুখোপাধ্যায় (মৰণোত্তৰ) চিত্ৰকৰ (চিত্ৰকলা)
সুশোভন সৰকাৰ অল বেঙ্গল ৰেনেছা (ইতিহাস)
১৯৮২ বীৰেন্দ্ৰ চট্টোপাধ্যায় শ্ৰেষ্ঠ কবিতা (কবিতা)

১৯৮৩-২০০৩[সম্পাদনা কৰক]

বৰ্ষ নাম
১৯৮৩ দিনেশ দাস, সঙ্কৰ্ষণ ৰায়
১৯৮৪ নন্দগোপাল সেনগুপ্ত, দিলীপ কুমাৰ বিশ্বাস, অমল কুমাৰ বন্দ্যোপাধ্যায়, সুশীল কুমাৰ মুখোপাধ্যায়
১৯৮৫ সুখময় ভট্টাচাৰ্য, অমিয় কুমাৰ হাটি, সুধী প্ৰধান
১৯৮৬ ৰাধাৰাণী দেৱী, শচীন্দ্ৰ নাথ ছাহানি, এছ কৃষ্ণমূৰ্তি
১৯৮৭ ৰমেন্দ্ৰ কুমাৰ আচাৰ্য্য চৌধুৰী, ৰমেন মজুমদাৰ, শিশিৰ কুমাৰ দাস
১৯৮৮ ছন্‌জিদা খাতুন, ধীৰেন্দ্ৰ নাথ গঙ্গোপাধ্যায়, নিশীথৰঞ্জন ৰায়
১৯৮৯ শঙ্খ ঘোষ, ৰাম বসু, ভবাণী প্ৰসাদ সাহু, তপন ৰায়চৌধুৰী
১৯৯০ কিৰণশঙ্কৰ সেনগুপ্ত, অৰুণ কুমাৰ মিত্ৰ
১৯৯১ ভবতোষ দত্ত, মঙ্গলাচৰণ চট্টোপাধ্যায়, দীপঙ্কৰ চট্টোপাধ্যায়, সুমন্ত মুখোপাধ্যায়
১৯৯২ অমলেশ ত্ৰিপাঠী, শৈলেশ দাসগুপ্ত, মাৰ্টিন কেম্পচেন
১৯৯৩ মণীন্দ্ৰ ৰায়, ৰতনলাল ব্ৰহ্মচাৰী, প্ৰফুল্ল চক্ৰবৰ্তী
১৯৯৪ ক্ষুদিৰাম দাস, অশোক মিত্ৰ, গৌৰীপ্ৰসাদ ঘোষ
১৯৯৫ শক্তি চট্টোপাধ্যায়, প্ৰতুলচন্দ্ৰ ৰক্ষিত, জয়ন্ত বসু, নাৰায়ণচন্দ্ৰ চন্দ
১৯৯৬ জ্যোতিৰ্ময় ঘোষ, অজয় হোম, ৰবীন্দ্ৰ কুমাৰ দাসগুপ্ত
১৯৯৭ কুমাৰ প্ৰসাদ মুখোপাধ্যায়, ৰবীন বল
১৯৯৮ সমৰেন্দ্ৰ সেনগুপ্ত, সুবোধ কুমাৰ মজুমদাৰ, সুমিত সৰকাৰ
১৯৯৯ অমিতাভ দাসগুপ্ত, সূৰ্যেন্দুবিকাশ কৰমহাপাত্ৰ
২০০০ অন্নদাশঙ্কৰ ৰায়, দিলীপ কুমাৰ সিংহ, মানিনী চট্টোপাধ্যায়, সুধীৰকুমাৰ নন্দী
২০০১ প্ৰশান্ত কুমাৰ পাল, অপৰাজিত বসু
২০০২ প্ৰণতি মুখোপাধ্যায়, ভিক্টৰ ইভবুলিছ
২০০৩ প্ৰণবেন্দু দাসগুপ্ত, বিশ্বনাথ চক্ৰবৰ্তী

২০০৪-২০০৫[সম্পাদনা কৰক]

বৰ্ষ নাম ৰচনা
২০০৪ অলোক ৰঞ্জন দাসগুপ্ত ধুলোমাখা ইথৰেৰ জামা (কবিতা)
তনিকা সৰকাৰ হিন্দু ৱাইফ, হিন্দু নেচন (নাৰীবাদ)
পলাশবৰণ পাল বিজ্ঞান: ব্যক্তি, যুক্তি, সময় (বিজ্ঞান)
২০০৫ বিনয় মজুমদাৰ কাব্যসমগ্ৰ ২ (কবিতা)
ভূমেন্দ্ৰ গুহ উত্তৰপুৰুষ (উপন্যাস)
হিমানী বন্দ্যোপাধ্যায় ইনভেণ্টিং ছাবজেক্টছ্ (সাহিত্য)
বাসুদেব চট্টোপাধ্যায় এ জিঙ্গল বেলচ্ (সাহিত্য)

২০০৬-বৰ্তমানলৈ[সম্পাদনা কৰক]

বৰ্ষ নাম
২০০৬ তৰুণ সৈনাল, ৰালফ ডব্লিউ নিকোলাছ, বিনয়ভূষণ ৰায়
২০০৭ অৰবিন্দ গুহ, নলিন পাটেল, কাজুও আজুমা, দিলীপ বসু
২০০৮ মণিভূষণ ভট্টাচাৰ্য, জান ওপেনছ
২০০৯ পবিত্ৰ মুখোপাধ্যায়, বিজয়া মুখোপাধ্যায়, অমিয় কুমাৰ বাগচী, শ্যামল চক্ৰবৰ্তী, শংকৰ মুখোপাধ্যায়
২০১০ মণীন্দ্ৰ গুপ্ত, ফাদাৰ পল দতিয়েন, দং ইউ চেন, সুকন্যা সিংহ, অসীম কুমাৰ মুখোপাধ্যায়

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "ৰাজকণ্ঠেৰ মালা: ৰবীন্দ্ৰ পুৰস্কাৰ", অমৃতলোক, অগ্ৰহায়ণ ১৪১৭ সংখ্যা, পৃ.

বহিঃসংযোগ[সম্পাদনা কৰক]