ৰাজকোঁৱৰ (চৰাই)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজকোঁৱৰ (Black-naped Monarch)
A male Black-Naped Monarch flycatcher (ssp. montana) from Kaeng Krachan in Thailand.
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Monarchidae
গণ: Hypothymis
প্ৰজাতি: H. azurea
বৈজ্ঞানিক নাম
Hypothymis azurea
(Boddaert, 1783)
The Approximate Range of the Black-naped Monarch
সমাৰ্থক

Monarcha azurea

ৰাজকোঁৱৰ (ইংৰাজী: Black-naped Monarch, বৈজ্ঞানিক নাম-Hypothymis azurea) পেচ্চেৰিফৰামিছ বৰ্গৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দেখাত ভিন্ন হয়৷ ঠাইবিশেষে চৰাইবিধৰ দেহৰ বাহ্যিক গঠনৰো কিছু পাৰ্থক্য দেখা পোৱা যায়৷

বিৱৰণ[সম্পাদনা কৰক]

At nest (Taipei, H. a. oberholseri)

পূৰ্ণবয়স্ক ৰাজকোঁৱৰ মতা চৰাইৰ দেহৰ দৈৰ্ঘ্য ১৬ ছে:মি: হয়৷ ইয়াৰ দেহৰ বৰণ মূলত: নীলা আৰু পেট অংশ বগা হোৱা দেখা যায়৷ ইয়াৰ মূৰৰ ওপৰৰ অংশ (nape) ক'লা আৰু একেই বৰণৰ ঠেক ক'লা কলাৰ থাকে৷

মাইকী ৰাজকোঁৱৰ চৰাইৰ বৰণ শেঁতা৷ ইয়াৰ দেহত মতা চৰাইটোৰ দৰে ক'লাদাগ নাথাকে৷ মাইকী চৰাইজনীৰ পাখিৰ বৰণ মুগা-মটিয়া হয়৷ [2][3][4] [5]

টেক্স'নমি[সম্পাদনা কৰক]

এই চৰাইবিধৰ বহু কেইবিধ উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰ ভিতৰত দক্ষিণ-পূব এছিয়াত দেখা পোৱা প্ৰধান উপ-প্ৰজাতি কেইবিধ হ'ল-[6][7][8]

  • oberholseri Stresemann, ১৯১৩ চন, টাইৱান
  • montana Riley, ১৯২৯ আৰু galerita ১৯৫৬; থাইলেণ্ড
  • forrestia Oberholser, ১৯১১ চন, Mergui Archipelago
  • prophata Oberholser, ১৯১১ চন, সুমাত্ৰা আৰু বৰ্ণিঅ'
  • consobrina Richmond, ১৯০২ Simeulue দ্বীপ
  • abbotti Richmond, ১৯০২, Reusam and Babi islands
  • leucophila Oberholser, ১৯১১, Siberut Island
  • richmondi Oberholser, ১৯১১, Enggano Island
  • opisthocyanea Oberholser, ১৯১১, Anamba Island[9]
  • gigantoptera Oberholser, ১৯১১, Bunguran
  • karimatensis Chasen & Kloss, ১৯৩১, Karimata Island
  • javana Chasen & Kloss, ১৯২৯; জাভা আৰু বালি
  • penidae Meise, ১৯৪১, Penida Island
  • symmixta Stresemann, ১৯১৩, Lesser Sundas.
  • aeria Bangs & J. L. Peters, ১৯২৭, Maratua Island[6]

বিতৰণ[সম্পাদনা কৰক]

ৰাজকোঁৱৰ চৰায়ে সাধাৰণতে ক্ৰান্তীয় দক্ষিণ এছিয়াৰ ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি দেশত প্ৰজনন কৰে৷

বাসস্থান[সম্পাদনা কৰক]

এই চৰাইবিধ ঘাইকৈ ঘন অৰণ্য আৰু অন্যান্য গছ-গছণিৰে পূৰ্ণ অঞ্চলত দেখা পোৱ যায়৷

আচৰণ[সম্পাদনা কৰক]

ৰাজকোঁৱৰ চৰাইৰ মাত ক্ষিপ্ৰ আৰু ঘপকৈ মতা 'স্ক্ৰিপ' ধৰণৰ৷ [3]

খাদ্য[সম্পাদনা কৰক]

এই চৰাইবিধ ঘাইকৈ পতংগভোজী৷ ইহঁতে সাধাৰণতে উৰন্ত অৱস্থাতে পোক ধৰিব পাৰে৷ .[10] ইহঁতে অন্য চৰাইৰ প্ৰজাতিৰ লগত একেলগে জাকপাতিও খাদ্যৰ সন্ধান কৰে বুলি জনা যায়৷ [11]

প্ৰজনন[সম্পাদনা কৰক]

ৰাজকোঁৱৰ চৰায়ে ভাৰতবৰ্ষত মেৰ পৰা জুন মাহলৈকে প্ৰজনন কৰে৷ ইহঁতে এবাৰত ২-৩ টাকৈ কণী পাৰে৷ [12]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Hypothymis azurea". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106006061। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Baker, EC Stuart (1923). A hand-list of Genera and Species of Birds of the Indian Empire. Bombay Natural History Society. http://www.archive.org/stream/handlistofgenera00bake#page/80/mode/2up. 
  3. 3.0 3.1 Rasmussen, PC & JC Anderton (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 333. 
  4. Oates, EW (1890). Fauna of British India. Birds. Volume 2. Taylor and Francis, London. পৃষ্ঠা. 49–50. http://www.archive.org/stream/faunaofbritishin02oate#page/48/mode/2up. 
  5. Ripley, S. D. (1944). "The Bird Fauna of the West Sumatra Islands". Bulletin of the Museum of Comparative Zoology at Harvard College খণ্ড 94 (8): 307–430. http://www.archive.org/stream/bulletinofmuseum94harv#page/396/mode/2up. 
  6. 6.0 6.1 Oberholser, Harry C (1911). "A monograph of the Flycatcher genera Hypothymis and Cyanonympha No. 1803". Proc. U. S Nat. Mus. খণ্ড 39: 585–615. http://www.archive.org/stream/proceedingsofuni391911unit#page/584/mode/2up. 
  7. Rand, AL (1970). "Species formation in the blue monarch flycatchers genus Hypothymis". Nat. Hist. Bull. Siam Soc. খণ্ড 23: 353–365. http://www.thaiscience.info/journals/Article/Species%20formation%20in%20the%20blue%20monarch%20flycatchers%20genus%20hypothymis.pdf. 
  8. Oberholser, Harry C. (1911). "A monograph of the flycatcher genera Hypothymis and Cyanonympha". Proceedings of the United States National Museum খণ্ড 39 (1803): 585–615. সাঁচ:Hdl. 
  9. Oberholser, HC (1932). "The Birds of the Natuna Islands". U.S. Nat. Mus. Bull. খণ্ড 159: 1–137. http://www.archive.org/stream/bulletinunitedst1591932unit#page/58/mode/2up. 
  10. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; hbk নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  11. Kotagama, SW & Goodale, E (2004). "The composition and spatial organisation of mixedspecies flocks in a Sri Lankan rainforest". Forktail খণ্ড 20: 63–70. http://eben.goodale.googlepages.com/Forktailarticle.pdf. 
  12. Hume, AO (1900). The nests and eggs of Indian birds. Volume 2. R H Porter, London. পৃষ্ঠা. 27–30. http://www.archive.org/stream/nestseggsofindia02humerich#page/26/mode/2up. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • Photos and videos
  • Hua-Hsiang Chen (2009) A Preliminary Study on Nest Site Selection and Nest Success of the Black-naped Blue Monarch (Hypothymis azurea) in Linnei Township and Douliu hilly area, Yunlin County Thesis Taiwan. (In Chinese)