ৰিস্তা ডট কম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিস্তা ডট কম
Rcom.jpg
শৈলী কমেডী ড্ৰামা
অভিনয়ত কৱি শাস্ত্ৰী
শ্ৰুতি সেঠ
কৱিন ডাৱে
কিৰেন জোগী
দেশ ভাৰত
ভাষা হিন্দী
শৃংখলাৰ সংখ্যা
খণ্ডৰ সংখ্যা ২৬
প্ৰযোজনা
কেমেৰাৰ ছেটআপ মাল্টি-কেমেৰা
দৈৰ্ঘ্য প্ৰা্য ৫২ মিনিট
ষ্টুডিঅ’ ৱাই আৰ এফ টেলিভিজন
সম্প্ৰচাৰ
মূল ছেনেল চ’নী টিভি
প্ৰদৰ্শনৰ সময় ৩ জানুৱাৰী, ২০১০ – ৩০ জুন, ২০১০
External links
Website

ৰিস্তা ডট কম (ইংৰাজী: Rishta.com) হৈছে এখন হিন্দী ভাষাৰ ভাৰতীয় ধাৰাবাহিক যি প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হয় চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিজনত ২০১০ বৰ্ষৰ ৩ জানুৱাৰীত। বিখ্যাত প্ৰযোজকবৃন্দ য়শ চোপ্ৰা আৰু আদিত্য চোপ্ৰা প্ৰযোজিত এই ধাৰাবাহিকখন নিৰ্মান কৰা হয় য়শ ৰাজ ফ্লিমসৰ দূৰদৰ্শন শাখা ৱাই আৰ এফ টেলিভিজনৰ বেনাৰত। ৱাই আৰ এফ টেলিভিজনৰ প্ৰথম চাৰিখন ধাৰাবাহিকৰ ভিতৰত ই অন্যতম।

অভিনয় শিল্পী[সম্পাদনা কৰক]

বাহিৰা সংযোগ[সম্পাদনা কৰক]