ৰৰৈয়া বিমানবন্দৰ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| যোৰহাট বিমানবন্দৰ ৰৰৈয়া বিমানবন্দৰ |
|||
|---|---|---|---|
| আইএটিএ: JRH – আইচিএঅ: VEJT
|
|||
| সংক্ষিপ্ত | |||
| বিমানবন্দৰৰ প্ৰকাৰ | সেনা/জনতা | ||
| অপাৰেটৰ | ভাৰতীয় বায়ু সেনা ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ |
||
| সেৱা | যোৰহাট, গোলাঘাট | ||
| অৱস্থান | যোৰহাট, অসম | ||
| সাগৰ পৃষ্ঠৰ পৰা উচ্চতা | ৩১১ ফুট / ৯৫ মিটাৰ | ||
| স্থানাঙ্ক | 26°43′54″N 094°10′32″E / 26.73167°N 94.17556°E | ||
| ৱেবছাইট | |||
| উড্ডায়ন পথ | |||
| দিকনিৰ্দেশনা | দৈৰ্ঘ্য | উপৰিতল | |
| ফুট | মিটাৰ | ||
| ০৪/২২ | ৯,০০০ | ২,৭৪৩ | কংক্ৰিট |
যোৰহাট বিমানবন্দৰ (আইএটিএ: JRH, আইচিএঅ’: VEJT) ভাৰতবৰ্ষৰ অন্তৰ্গত অসম ৰাজ্যৰ যোৰহাট জিলাত অৱস্থিত এটা বিমান বন্দৰ। এই বন্দৰটো ৰৰৈয়া বিমানবন্দৰ নামেৰেও জনাজাত।
সূচী |
অৱস্থিতি আৰু যোগাযোগ [সম্পাদনা কৰক]
ৰৰৈয়া বিমানবন্দৰৰ স্থানাংক হৈছে26°26′N 94°06′E / 26.43°N 94.10°E[1]। অসমৰ যোৰহাট জিলাৰ সদৰ যোৰহাট চহৰৰ পৰা ৰৰৈয়া বিমানবন্দৰলৈ দূৰত্ব হৈছে ৭ কিঃমিঃ।
যোৰহাট চহৰৰ পৰা ৰৰৈয়া বিমানবন্দৰলৈ নিয়মীয়াকৈ টেক্সী আৰু স্থানীয় বাছ চলাচল কৰে।
বিমানপথ আৰু গন্তব্যস্থানসমূহ [সম্পাদনা কৰক]
| বিমান | গন্তব্যস্থান |
|---|---|
| এয়াৰ ইণ্ডিয়া ৰিজনেল | ডিব্ৰুগড়, গুৱাহাটী, কলকাতা, শ্বিলং |
| জেট এয়াৰৱেজ | কলকাতা |
| জেট কানেক্ট | বাংগালোৰ,গুৱাহাটী, কলকাতা |
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ "ৰৰৈয়া বিমানবন্দৰৰ অৱস্থিতি". http://ekikrat.in/Jorhat-Airport। আহৰণ কৰা হৈছে: August 18, 2012.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
- Jorhat Airport at the AAI
- Airport information for VEJT at World Aero Data. Data current as of October 2006.
|
||||||||||||||