ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা :: ডিচেম্বৰ, ২০১২
অসমীয়া ৱিকিপিডিয়াৰ অনলাইন মাহেকীয়া দাপোণ
এই আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা।
ডিচেম্বৰ/জানুৱাৰী, ২০১২ ত অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:
অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ২০০০ টালৈ বৃদ্ধি পালে। (১৩ জানুৱাৰী, ২০১৩)
- ভাল প্ৰবন্ধ
- অন্যান্য কেইটামান উল্লেখনীয় প্ৰবন্ধ
হাজোৰ মাধৱ মন্দিৰত মাঘ বিহুত অনুষ্ঠিত হোৱা বুলবুলি চৰাইৰ যুঁজ। আলোকচিত্ৰশিল্পী: যুগল ভৰালী
- নিৰ্বাচিত চিত্ৰ
| অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা |
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে ,
যাৰ সংস্কৰণ নং হৈছে 1.22wmf3 (12a18a9)। |
| মুঠ প্ৰবন্ধ সংখ্যা 2,232টা। |
| মুঠ পৃষ্ঠা আছে 30,674 খন। |
| মুঠ সম্পাদনা কৰা হৈছে 1,21,625 বাৰ। |
| মুঠ 1,192টা ফাইল আপল'ড কৰা হৈছে। |
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে 6,848 জন,
সক্ৰিয় সদস্য 42 জন আৰু 4 জন প্ৰশাসক আছে। |
এই তথ্যসমূহ 22 মে', 2013 তাৰিখৰ 16:29 বজালৈ প্ৰযোজ্য।
শেহতীয়া তথ্য চাওক |
- অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম
অসমীয়া ৱিকিউৎসই ইনকুবেটৰৰ পৰা মুক্ত হৈ এটা নিজস্ব ড’মেইন লাভ কৰিলে, আৰু বৰ্তমান ইয়াৰ ঠিকনা হ’ল www.as.wikisource.org
- হেম সৰস্বতী বিৰচিত "প্ৰহ্লাদ চৰিত্ৰ" অসমীয়া ৱিকিউৎসত নিতুল বৰাই লিখি উলিয়াইছে।
- উল্লেখনীয় ৱিকিপিডিয়া পদক
- সক্ৰিয় সদস্যসকল
এই পৃষ্ঠাখন শেহতীয়াভাৱে ১৫ জানুৱাৰী, ২০১৩ ’ত ০০:০০ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো পৰীক্ষা কৰিব পাৰে।
বিস্তৃত তালিকা....
প্ৰচাৰপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ সজোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল। ধন্যবাদ
|