ৱিকিপিডিয়া:অৰ্থকোষ/অৰ্থনীতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰ্থনীতি বিজ্ঞান-ৰ অৰ্থকোষ অভিজিত কলিতা (Abhij kal) আৰু দ্বিজেন মহন্ত (Dwijenmahanta)-ই প্ৰস্তুত কৰি উলিয়াইছে।

(A)

  • Automatic Stabilisers:স্বয়ংক্ৰিয় নিয়ন্ত্ৰক
  • Autonomous Change: স্বতন্ত্ৰ পৰিৱৰ্তন
  • Autonomous Expenditure Multiplier:স্বতন্ত্ৰ ব্যয় গুণক

(B)

  • Balance of payments:বৈদেশিক লেনদেনৰ বিবৃতি
  • Bank rate:বেংকৰ হাৰ
  • Barter Exchange:বস্তুৰ বিনিময়
  • Base year:ভিত্তি বৰ্ষ/ভুমি বৰ্ষ
  • Bonds:প্ৰতিজ্ঞা পত্ৰ

(C)

  • Capital: মূলধন
  • Capital gain/loss:মূলধন লাভ/লোকচান
  • Capital goods:মূলধনজাত সামগ্ৰী
  • Capitalist country or economy:পুঁজিবাদী দেশ/অৰ্থনীতি
  • Capitalis firm:পুঁজিবাদী প্ৰতিষ্ঠান
  • Cash Reserve Ratio-CRR : নগদ জমা অনুপাত
  • Circular flow of income:আয়ৰ চক্ৰীয় প্ৰৱাহ
  • Consumers durables: স্থায়ী ভোগ্য দ্ৰব্য/বস্তু
  • Consumers Price Index: ভোক্তাৰ দৰ সুচক
  • Consumption goods: ভোগ্য বস্তু/দ্ৰব্য
  • Corporate tax: নিগম কৰ
  • Currency deposit ratio: মুদ্ৰা জমা অনুপাত

(D)

  • Deficit finance/budget: ঘাটি বিত্ত
  • Depreciation:মুদ্ৰাৰ বহিৰ্মূল্যৰ অৱনতি
  • Deflation: অৱস্ফিতী

(E)

  • Effective demand: সক্ৰিয় চাহিদা
  • Entrepreneurship:উদ্যমিতা
  • Entrepreneur : উদ্যমী
  • Ex-ante consumption:প্ৰত্যাশিত ভোগ
  • Ex-ante investment: প্ৰত্যাশিত বিনিয়োগ
  • Ex-ante: প্ৰত্যাশিত
  • Ex-post: শেহান্ত
  • Expenditure method of calculating national income: জাতীয় আয় গননাৰ ব্যয় পদ্ধতি
  • Exports:ৰপ্তানি
  • External Sector: বাহ্যিক খণ্ড
  • Externalities:বাহ্যিকতা

(F)

  • Final goods: চুড়ান্ত দ্ৰব্য
  • Firms: প্ৰতিষ্ঠান
  • Fiscal Budget: ৰাজস্ব বাজেট‌
  • Fiscal Deficit :ৰাজস্ব ঘাটি
  • Fiscal Policy:ৰাজকোষীয় নীতি/ৰাজস্ব নীতি
  • Fixed exchange rate: স্থিৰ বিনিময় হাৰ
  • Flexible/Floating exchange rate: পৰিৱৰ্তনশীল বিনিময় হাৰ
  • Flows: প্ৰবাহ
  • Foreign exchange: বৈদেশিক মুদ্ৰা
  • Foreign exchange reserves: বৈদেশিক বিনিময় জমা
  • Factors of production: উৎপাদনৰ উপাদান

(G)

  • GDP: মুঠ ঘৰুৱা উৎপাদন
  • GDP Deflator:মুঠ ঘৰুৱা উৎপাদন সংকোচক
  • Government expenditure multiplier:চৰকাৰী ব্যয় গুণক
  • Great Depression: মহামন্দা
  • Gross Domestic Product-GDP: মুঠ/স্থুল ঘৰুৱা উৎপাদন
  • Gross fiscal deficit: মুঠ ৰাজকোষীয় ঘাটি
  • Gross investment: মুঠ বিনিয়োগ
  • Gross National Product-GNP: মুঠ জাতীয় উৎপাদন
  • Gross primary deficit:মুঠ প্ৰাথমিক ঘাটি

(H)

  • High powered money:উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা
  • Household:পৰিয়াল

(I)

  • Imports:আমদানি
  • Income method of calculating National Income:জাতীয় আয় গণনাৰ আয় পদ্ধতি
  • Interest:সুদ/সুত
  • Intermediate goods:মধ্যৱৰ্তী দ্ৰব্য
  • Inventories:দ্ৰব্যৰ তালিকা

(L)

  • Labour: শ্ৰম/শ্ৰমিক
  • Land:ভূমি
  • Legal tender money:বিহিত মুদ্ৰা
  • Lender of last resort:শেষ পৰ্য্যায়ৰ ঋণদাতা/শেষ আশ্ৰয়ৰ স্থল
  • Liquidity trap:তাৰল্য ফান্দ

(M)

  • Macro-economics:সমষ্টিবাদী অৰ্থনীতি
  • Managed floating:পৰিচালিত ভাসমান
  • Marginal propensity to consume:প্ৰান্তিক ভোগ প্ৰৱণতা
  • Medium of exchange:বিনিময়ৰ মাধ্যম
  • Money multiplier:মুদ্ৰা গুণক

(N)

  • Narrow money: সূক্ষ্ম মুদ্ৰা
  • National income: জাতীয় আয় বা ৰাষ্ট্ৰীয় আয়
  • National disposable income: জাতীয় ব্যয়যোগ্য আয়
  • Net: শুদ্ধ/বিশুদ্ধ বা নিগুট
  • NDP [net domestic product]: শুদ্ধ/বিশুদ্ধ ঘৰুৱা উৎপাদন
  • NNP [net national product]: শুদ্ধ/বিশুদ্ধ জাতীয় উৎপাদন
  • NNP at market price: বজাৰ দৰত শুদ্ধ জাতীয় উৎপাদন
  • NNP- at factor cost or national income: উৎপাদনৰ ব্যয়ত শুদ্ধ জাতীয় উৎপাদন বা জাতীয় আয়।
  • Net investment: শুদ্ধ/বিশুদ্ধ বিনিয়োগ
  • Nominal exchange rate: মুদ্ৰাগত বিনিময় হাৰ
  • Nominal GDP: মুদ্ৰাগত মুঠ ঘৰুৱা উৎপাদন
  • Non tax: অনা-কৰ
  • Non Tax payment: অনা-কৰ পৰিশোধ
  • Non tax revenue: অনা-কৰ ৰাজহ

(O)

  • Open market operation: খোলা বা মুকলি বজাৰ পদ্ধতি/প্ৰনালী

(P)

  • Paradox of thrift: মিতব্যয়িতাৰ সাঁথৰ
  • Parameter: প্ৰাচল
  • Parametric shift: প্ৰচলিক চ্যুতি
  • PDI [personal disposable income]: ব্যক্তিগত ব্যয়যোগ্য আয়
  • PI [personal income]: ব্যক্তিগত আয়
  • Personal tax payment: ব্যক্তিগত কৰ প্ৰদান
  • Planed change in inventories: বস্তু বা মালৰ তালিকাৰ পৰিকল্পিত পৰিৱৰ্তন
  • Present Value of a bond: এখন প্ৰতিজ্ঞা পত্ৰৰ চলিত মূল্য
  • Profit: লাভ
  • Product method of calculating national income: জাতীয় আয় গননাৰ উৎপাদন পদ্ধতি
  • Public goods: চৰকাৰী বা ৰাজহুৱা সামগ্ৰী
  • Purchasing power parity: ক্ৰয় ক্ষমতাৰ সমতা

(R)

  • Real exchange rate: প্ৰকৃত বিনিময় হাৰ
  • Real GDP: প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন।
  • Rent: খাজনা
  • Reserve ratio: জমা অনুপাত
  • Revaluation: পুনৰ্মূল্যায়ন
  • Revenue deficit: ৰাজহ ঘাটি
  • Ricardian equivalence: ৰিকাৰ্ডোৰ সমানত্ব

(S)

  • Speculative demand: লাভৰ প্ৰত্যাশাজনিত চাহিদা
  • Sterilization: বন্ধ্যাত্বকৰণ
  • Stocks: মজুত
  • Store of value: মূল্যৰ ভঁৰাল

(T)

  • Transaction demand: লেনদেনৰ চাহিদা
  • Transfer payment: হস্তান্তৰ প্ৰদান

(U)

  • Undistributed Profit: অবিভাজিত লাভ
  • Unemployment: নিবনুৱা
  • Unemployment rate: নিবনুৱা হাৰ
  • Unit of account: হিচাপৰ একক
  • Unplanned change in inventories: বস্তু তালিকাৰ অপৰিকল্পিত পৰিৱৰ্তন

(V)

  • Value: মূল্য
  • Value added: মূল্য সংযোজন
  • Value added tax: মূল্য সংযোজিত কৰ

(W)

  • Wage: মজুৰি
  • WPI [Wholesale price index]:পাইকাৰী দৰসূচক