ৱিকিপিডিয়া:প্ৰবন্ধ সঁজুলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিপিডিয়া:প্ৰবন্ধ বিশেষজ্ঞৰ পৰা পুনঃনিৰ্দেশিত)
পাতনি
বিষয়
উল্লেখযোগ্যতা
উৎস
সমল
সামৰণি
চমুপথবোৰ:
WP:WIZARD
WP:WIZ
WP:ARTWIZ


ৱিকিপিডিয়া প্ৰবন্ধ সঁজুলিলৈ আদৰণি জনাইছোঁ! এই বিশেষজ্ঞই আপোনাক ৱিকিপিডিয়াত নতুন প্ৰবন্ধ এটা লিখাত সহায় কৰিব। ইয়াত ৬টা ভাগ আছে। সেইখিনি সম্পূৰ্ণ হোৱাৰ পিছত আপোনাক সম্পাদনা পৃষ্ঠালৈ লৈ যোৱা হ'ব। প্ৰত্যেকটো ভাগ শেষ হ'লেই পিছৰটো দৃশ্যমান হ'ব।

যদি যিকোনো পদক্ষেপতে আপোনাক আপুনি কিবা কথা সুধিব খোজে, তেন্তে আপুনি আন ৱিকিপিডিয়ানসকলৰ পৰা সাহায্য কেন্দ্ৰ, বা সোঁফালে ওপৰত দিয়া "লাইভ চাট" লিংকৰ পৰা পোনপটীয়াকৈ সহায় পাব। (অনুগ্ৰহ কৰি সহায় বিচৰাৰ আগতে সেই সংক্ৰান্তীয় লিখিত নিৰ্দেশনাত চকু ফুৰাব কাৰণ স্বেচ্ছাসেৱকেহে আপোনাক সহায় কৰিব।)

সম্পাদনাৰ প্ৰাথমিক কথা

Writing Circle.svg
আপুনি আপোনাৰ প্ৰথম প্ৰবন্ধটো সৃষ্টি কৰাৰ পূৰ্বে ইতিমধ্যে থকা প্ৰবন্ধ সম্পাদনা কৰি কিছু অভিজ্ঞ হৈ লোৱা উচিত। তথ্যসূত্ৰবিহীন প্ৰবন্ধই পাঠকৰ বাবে সমস্যাৰ সৃষ্টি কৰে। উৎস উল্লেখ কৰিবলৈ শিকি ল'লে প্ৰবন্ধ লিখাত আপোনাৰ সাফল্যৰ হাৰো বাঢ়িব।

সম্পাদনাৰ প্ৰাথমিক কথাবোৰৰ বিষয়ে অধিক জানিবলৈ, এই সহায়িকা চাওক।

আপুনি প্ৰবন্ধ এটা সৃষ্টি কৰিবলৈ সাজুনে?

প্ৰবন্ধ এটা আৰম্ভ কৰক (ন-লিখকৰ বাবে)

কোনো বিষয়ত প্ৰবন্ধ লিখিবলৈ অনুৰোধ কৰক

প্ৰবন্ধৰ বাহিৰে অন্য পৃষ্ঠা সৃষ্টি কৰিবলৈ (পাকৈত ৱিকিপিডিয়ানৰ বাবে)