ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
[সম্পাদনা কৰক] প্ৰকল্পসমূহৰ তালিকা
তলৰ তালিকাখনত প্রায় সকলো ৱিকিপ্র্ল্পই অন্তৰ্ভূক্ত কৰা আছে। আপুনি নতুন প্রকল্প খুলিবলৈ বিচাৰিলে তলৰ তালিকাখন চাই ল'ব, প্রকল্পটো বা কোনো সহযোগী প্রকল্প আগৰেপৰাই থাকিবও পাৰে। তালিকাখন বৰ্ণানুক্রমিক হ'লে ভাল।
| প্রকল্পৰ নাম | বিষয় | বৰ্ণনা |
|---|---|---|
| ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান | পদাৰ্থবিজ্ঞান | ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্পৰ মূল লক্ষ্য হৈছে অসমীয়া ৱিকিপিডিয়াত পদাৰ্থ বিজ্ঞানৰ লগত জড়িত বিষয় সমূহৰ ওপৰত নতুন আৰু গুণগত মানসম্পন্ন প্ৰবন্ধৰ সৃষ্টি কৰা। |
| ৱিকিপ্ৰকল্প চিকিৎসাবিজ্ঞান | চিকিৎসাবিজ্ঞান | ৱিকি চিকিৎসাবিজ্ঞান প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে চিকিৎসা বিজ্ঞান বা স্বাস্থ্য ৰক্ষাৰ লগত জড়িত প্ৰয়োজনীয় বিষয়সমূহৰ অসমীয়া ভাষাত উচ্চ মানবিশিষ্ট প্ৰবন্ধৰ সৃষ্টি কৰা। |
| ৱিকিপ্ৰকল্প তথ্য প্ৰযুক্তিবিদ্যা | তথ্য আৰু প্ৰযুক্তিবিদ্যা | ৱিকি তথ্য আৰু প্ৰযুক্তিবিদ্যা প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ (Information Technology or IT) লগত জড়িত সমূহ বিষয়ক সামৰি কিছুমান উচ্ছমানবিশিষ্ট প্ৰৱন্ধৰ সৃষ্টি কৰা। |
| ৱিকিপ্ৰকল্প ৱিকিপিডিয়াত থাকিব লগা প্ৰবন্ধসমূহৰ সাম্ভাব্য তালিকা | সাধাৰণ | এই পৃষ্ঠাত ৱিকিপিডিয়াত থাকিবলগীয়া কিছুমান দৰকাৰী প্রবন্ধৰ তালিকা এখন আছে। নৱাগতসকলে ইয়াৰ পৰা কাম আৰম্ভ কৰিবলৈ সুবিধা পাব। |
| নিকাকৰণ বা পৰিষ্কৰণ | বুনিয়াদ | ৱিকিপিডিয়াৰ পৰিষ্কাৰৰ বাবে বিভিন্ন কামকাজ ইয়াত সামৰি লোৱা হৈছে। |
| বঁটা প্ৰদান | সাধাৰন | ৱিকিপিডিয়ান সকলৰ মনোবল তথা প্ৰেৰণা যোগোৱাৰ বাবে এই প্ৰকল্প সৃষ্টি কৰা হৈছে। |
| ৱিকিপ্ৰকল্প অসম | অসম | এই প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াত অসম আৰু ইয়াৰ সম্পৰ্কীয় তথ্য সংযোগ, অসম সম্পৰ্কীয় পোখালি প্ৰবন্ধৰ উন্নীতকৰণ কৰি উচ্ছমানবিশিষ্ট প্ৰৱন্ধলৈ পৰিবৰ্তিত কৰা। অসমীয়া ৱিকিপিডিয়াৰ প্ৰধান আধাৰেই হৈছে অসম। গতিকে এই অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত সমূহ সদস্যক এই প্ৰকল্পত সহায়ৰ হাত আগঢ়োৱা উচিত। |
| আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতা | অসম | এই প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ বাবে উন্নত মানৰ অসম বিষয়ক আলোকচিত্ৰ সংগ্ৰহৰ লগতে উন্নতমানৰ প্ৰবন্ধ প্ৰতিযোগিতাৰ যোগেদি আহৰণ কৰা আৰু ইয়াৰ মাজৰ পৰা উন্নত মানৰ ছবি আৰু প্ৰবন্ধ সমূহক পুৰস্কৃত কৰা। |