ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প অনুবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনুবাদ বিভাগ

অনান্য প্ৰকল্পসমূহ

অনুবাদৰ কিছুমান কাম হাতত ল’বৰ বাবে এই প্ৰকল্প পৃষ্ঠাটো সৃষ্টি ক’ৰা হৈছে। ইচ্ছুকসকলে অনুবাদ তলৰ পৃষ্ঠাকেইখন অনুবাদ কৰি শেষ হোৱাৰ পাছত প্ৰধান নামস্থানত প্ৰবন্ধবোৰ সৃষ্টি কৰিব পাৰিব, স্থানান্তৰ কৰাতকৈ নতুনকৈ সৃষ্টি কৰাটোহে ভাল যেন পাইছো, এই পক্ৰিয়াৰে কৰিলে প্ৰবন্ধটো অনুবাদকৰ্তাজনৰে ইতিহাসত নামটো থাকিব আৰু অন্য ভাষাৰ পৰা অনুবাদ কৰা হৈছে বুলি ইতিহাস চালেও ধৰিব নোৱাৰিব। উদাহৰণ স্বৰূপে ৱিকিপিডিয়া:অনুবাদ/তড়িৎ আৰু ইলেকট্ৰনিক প্ৰকৌশল‎ প্ৰবন্ধটো অনুবাদ শেষ হোৱাৰ পাছত তড়িৎ আৰু ইলেকট্ৰনিক প্ৰকৌশল‎ নামে পৃষ্ঠাত তথ্যখিনি প্ৰতিলিপি কৰি দিলেই হ’ব। প্ৰবন্ধসমূহ অনুবাদ কৰাৰ পাছত {{শেহতীয়া অনুবাদ}} সাঁচ ব্যৱহাৰ কৰিব, যাতে এই জাননী পঢ়ি কোনো আন সদস্যই অনুবাদ কাৰ্যত ৰৈ যোৱা আসোঁৱাহসমূহ দূৰ কৰিব পাৰে।

অনুবাদৰ বাবে লোৱা নতুন পৃষ্ঠাসমূহ[সম্পাদনা কৰক]

  1. ৱিকিপিডিয়া:অনুবাদ/তড়িৎ আৰু ইলেকট্ৰনিক প্ৰকৌশল‎ ==> তড়িৎ আৰু ইলেকট্ৰনিক প্ৰকৌশল‎
  2. ৱিকিপিডিয়া:অনুবাদ/আৰ্চেনাল ফুটবল ক্লাব‎ ==> আৰ্চেনাল ফুটবল ক্লাব‎
  3. ৱিকিপিডিয়া:অনুবাদ/লুডৱিগ ব’ল্টজমান (Ludwig Boltzmann) ==> লুডৱিগ ব’ল্টজমান
  4. ৱিকিপিডিয়া:অনুবাদ/মেদবহুলতা (Obesity) ==> মেদবহুলতা
  5. ৱিকিপিডিয়া:অনুবাদ/পাৰ্ল হাৰ্বাৰ আক্ৰমন ==> পাৰ্ল হাৰ্বাৰ আক্ৰমন
  6. ৱিকিপিডিয়া:অনুবাদ/লিয়নাৰ্ড এউলাৰ (Leonhard Euler) ==> লিয়নাৰ্ড এউলাৰ

পূৰ্বৰ পোখালি প্ৰবন্ধৰৰ বিস্তাৰ সাধন[সম্পাদনা কৰক]

  1. ৱিকিপিডিয়া:অনুবাদ/আৰ্কিমিডিছ => আৰ্কিমিডিছ
  2. ৱিকিপিডিয়া:অনুবাদ/কলকাতা => কলকাতা
  3. ৱিকিপিডিয়া:অনুবাদ/পশ্চিমবঙ্গ => পশ্চিমবঙ্গ
  4. ৱিকিপিডিয়া:অনুবাদ/আইজাক নিউটন => আইজাক নিউটন
  5. ৱিকিপিডিয়া:অনুবাদ/আফগানিস্তান ==> আফগানিস্তান (কিছু অংশ)
  6. ৱিকিপিডিয়া:অনুবাদ/লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান => লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান
  7. ৱিকিপিডিয়া:অনুবাদ/ভৱানন্দ ডেকা ==> ভৱানন্দ ডেকা
  8. ৱিকিপিডিয়া:অনুবাদ/তৰুণ গগৈ ==> তৰুণ গগৈ
  9. ৱিকিপিডিয়া:অনুবাদ/কামাখ্যা মন্দিৰ ==> কামাখ্যা মন্দিৰ

মূল স্থানত থকা প্ৰবন্ধৰ অনুবাদ[সম্পাদনা কৰক]

  1. ইটালী
  2. ব্ৰুচ ৱিলিছ
  3. অৰ্জুন বঁটা

অনুবাদ শেষ হোৱা পৃষ্ঠাসমূহ[সম্পাদনা কৰক]

শেহতীয়াভাৱে অনুবাদ শেষ হোৱা পৃষ্ঠাসমূহত অনুবাদ সমাপ্তিৰ পাছত ৰৈ যোৱা আসোঁৱাহসমূহ দূৰ কৰি আপুনি ৱিকিপিডিয়াক সহায় কৰিব পাৰে।

  1. ==> মোহনদাস কৰমচান্দ গান্ধী
  2. ==> হেৰী পটাৰ
  3. ==> কৃষ্ণ
  4. ==> কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আৰু চাওক অনুবাদ নিৰীক্ষণৰ আৱশ্যক থকা প্ৰবন্ধসমূহ


সম্পৰ্কীয় সাঁচসমূহ[সম্পাদনা কৰক]

  • {{অনুবাদক}}:: এই সাঁচটো অনুবাদ প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ পাছত আপোনাৰ সদস্যপৃষ্ঠাত লিখি ৰাখিব পাৰে।
  • {{অনুবাদ}} :: অনুবাদ নোহোৱা প্ৰবন্ধসমূহত ব্যৱহাৰ কৰা হয়।
  • {{শেহতীয়া অনুবাদ}} :: প্ৰবন্ধসমূহ অনুবাদ কৰাৰ পাছত এই সাঁচ ব্যৱহাৰ কৰা হয়, যাতে এই জাননী পঢ়ি কোনো আন সদস্যই অনুবাদ কাৰ্যত ৰৈ যোৱা আসোঁৱাহসমূহ দূৰ কৰিব পাৰে।
  • {{ৱিকিপিডিয়া অনুবাদ}} :: ৱিকিপিডিয়াৰ সহায় বা আন অনুবাদ নকৰা প্ৰকল্পপৃষ্ঠাসমূহত এই সাঁচ ব্যৱহাৰ কৰা হয়।

লগতে চাওক[সম্পাদনা কৰক]