ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াত অসম আৰু ইয়াৰ সম্পৰ্কীয় তথ্য সংযোগ, অসম সম্পৰ্কীয় পোখালি প্ৰবন্ধৰ উন্নীতকৰণ কৰি উচ্চমানবিশিষ্ট প্ৰবন্ধলৈ পৰিৱৰ্তিত কৰা। অসমীয়া ৱিকিপিডিয়াৰ প্ৰধান আধাৰেই হৈছে অসম। গতিকে অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত সমূহ সদস্যক এই প্ৰকল্পলৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ।

এই প্রকল্পৰ শ্ল'গান: চিৰ চেনেহী মোৰ ভাষা জননী



অংশগ্ৰহণকাৰী সদস্যসকলৰ নাম[সম্পাদনা কৰক]

  1. বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:08, 17 মাৰ্চ 2012 (UTC)
  2. -- গীতাৰ্থ বৰদলৈ (talk) 07:27, 18 মাৰ্চ 2012 (UTC)
  3. প্রভাকৰ শৰ্মা নেওগ (talk) 07:30, 18 মাৰ্চ 2012 (UTC)
  4. দীপাংকৰ চেতিয়া বাৰ্তা 11:05, 18 মাৰ্চ 2012 (UTC)
  5. ভগৎ লাল দত্ত 18:24, 18 মাৰ্চ 2012 (UTC)
  6. যামিনী অনুৰাগ (talk) 18:57, 18 মাৰ্চ 2012 (UTC)
  7. Anjal Borah (talk) 05:52, 19 মাৰ্চ 2012 (UTC)
  8. Homen Biswas (talk) 22 মাৰ্চ 2012 (UTC)
  9. স্যামন্ত কুমাৰ গোস্বামী বার্তা 01:40, 8 জুন 2012 (UTC)



নিৰ্ধাৰিত কৰ্মসূচী[সম্পাদনা কৰক]

নতুন প্ৰবন্ধ অথবা পূৰ্বৰ প্ৰবন্ধৰ বিকাশ সাধন:-

  1. অসম সম্পৰ্কীয় প্ৰাথমিক তথ্য সংযোগ
    1. অসমৰ ভূগোল
    2. অসমৰ জলবায়ু
    3. সাতভনী (ইংৰাজী প্ৰবন্ধ Seven Sister States)
    4. অসমৰ জিলাসমূহ
    5. উত্তৰ-পূব ভাৰত
    6. অসমৰ পৰ্যটনস্থলসমূহ
  2. অসমৰ লোক-সংস্কৃতি‎
  3. অসমৰ জনগোষ্ঠীসমূহ
  4. অসমৰ ইতিহাস
    1. অসমত ব্ৰিটিছ শাসন
  5. অসমৰ উদ্যোগসমূহ, অসমৰ চাহ উদ্যোগ, অসমৰ বাহ উদ্যোগ, অসমৰ মৰাপাট উদ্যোগ
  6. অসমৰ সমস্যাসমূহ
  7. কমতা ৰাজ্য, কামৰূপ ৰাজ্য, আহোম ৰাজ্য, চুতীয়া ৰাজ্য, কছাৰী ৰাজ্য, বাৰভূঞা
  8. অসমীয়া সাহিত্য
    1. অসমীয়া ভাষা
    2. অসমীয়া লিপি
    3. অসমীয়া ব্যাকৰণ
  9. অসমৰ সংগীতসমূহ
  10. অসমৰ উত্সৱসমূহ
  11. অসমৰ সুপ্ৰসিদ্ধ ব্যক্তি
  12. অসমৰ ৰাজনীতি


বিশেষ দ্ৰষ্টব্য: পোখালি অসম শ্ৰেণীত একেবাৰে সৰু অৱস্থাত থকা প্ৰবন্ধবোৰৰ বিকাশ সাধন এই প্ৰকল্পৰ এটা গুৰুত্বপূৰ্ণ অংশ; এই প্ৰবন্ধবোৰ আমি সকলোৱে মিলি সজাই-পৰাই তোলাৰ কামনা কৰিছোঁ।

অসমৰ বিষয়ে লিখিবলগা বা বিকশিত কৰিব লগা প্ৰবন্ধৰ তালিকা


অসমৰ নগৰ-মহানগৰৰ বিষয়ে লিখিবলগা বা বিকশিত কৰিব লগা মূল প্ৰবন্ধৰ তালিকা



অসমীয়া লোক-সংস্কৃতিৰ বিষয়ে লিখিবলগা বা বিকশিত কৰিব লগা প্ৰবন্ধৰ তালিকা


অসমীয়া সাহিত্যৰ বিষয়ে লিখিবলগা বা বিকশিত কৰিব লগা প্ৰবন্ধৰ তালিকা

খনৰ বাবে ইয়াত চাওক:- {{অসমীয়া সাহিত্য}}


অসমৰ উৎসৱ আৰু মেলাসমূহৰ বিষয়ে লিখিবলগা বা বিকশিত কৰিব লগা প্ৰবন্ধৰ তালিকা


অসমৰ জনগোষ্ঠীৰ বিষয়ে লিখিবলগা বা বিকশিত কৰিব লগা প্ৰবন্ধৰ তালিকা


অসমৰ সুপ্ৰসিদ্ধ ব্যক্তিসকলৰ বিষয়ে লিখিবলগা বা বিকশিত কৰিব লগা প্ৰবন্ধৰ তালিকা


অসমৰ দূৰদৰ্শন কেন্দ্ৰসমূহৰ বিষয়ে লিখিবলগা বা বিকশিত কৰিব লগা প্ৰবন্ধৰ তালিকা


অসমৰ বাতৰি কাকত আৰু আলোচনীৰ বিষয়ে লিখিবলগা বা বিকশিত কৰিব লগা প্ৰবন্ধৰ তালিকা



মনোনীত আৰু ভাল সমল[সম্পাদনা কৰক]

মনোনীত হোৱা উচিত
  1. অসম
  2. অসমৰ ইতিহাস
  3. অসমৰ ভূগোল
    1. অসমৰ নদ-নদী সমূহ
    2. অসমৰ পাহাৰ পৰ্বত সমূহ
    3. ব্ৰহ্মপুত্ৰ নদী
  4. অসমৰ জলবায়ু
  5. অসমৰ মানুহ
  6. অসমৰ লোক-সংস্কৃতি
  7. অসমীয়া ভাষা
  8. আহোম ৰাজবংশ, আহোম, আৰু আহোম ৰাজ্য
  9. গুৱাহাটী
  10. ব্ৰহ্মপুত্ৰ
  11. বড়ো জনগোষ্ঠী
  12. বড়ো ভাষা
  13. শ্ৰীমন্ত শংকৰদেৱ
  14. শ্ৰী শ্ৰী মাধৱদেৱ
মনোনীত প্ৰবন্ধ/প্ৰাৰ্থীসমূহ


On FA path
  1. নাই



মনোনীত চিত্ৰ/প্ৰাৰ্থীসমূহ
  1. নাই


মনোনীত তালিকা

নাই



নবাগতসকলৈ একাষাৰ[সম্পাদনা কৰক]

ৱিকিপিডিয়া প্ৰবন্ধ লিখা একেবাৰে সহজ কাম, ইয়াৰ বাবে আপোনাৰ কম্পিউটাৰৰ বিশেষ অৰ্হতাৰ প্ৰয়োজন নাই। যিকোনো ধৰণৰ অসুবিধা পালে আপোনাক সহায় কৰিবলৈ অভিজ্ঞ সদস্যসকল আগবাঢ়ি আহিবই। গতিকে হেলা কিহৰ? আহক সকলোৱে মিলি অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ লিখা আৰম্ভ কৰোঁ। প্ৰবন্ধৰ সৰল সম্পাদনাত আপুনি এবাৰ চকু ফুৰাব পাৰে।

অভিজ্ঞ সদস্যসকলৰ বাবে[সম্পাদনা কৰক]

অসম সম্পৰ্কীয় পোখালিসমূহৰ চিনাক্ত কৰি সঠিক শ্ৰেণীবিভাজন কৰে যেন। লগতে চুটি প্ৰবন্ধসমূহত {{Assam stub}} যোগ দিবলৈ আহ্বান জনোৱা হ’ল।


বাহ্যিক অনুসন্ধান[সম্পাদনা কৰক]


Directory ৱিকিপ্ৰকল্পসমূহৰ পঞ্জী

 

Council ৱিকিপ্ৰকল্প সদন

 

Guide ৱিকিপ্ৰকল্পসমূহৰ অৱলোকন