ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প শিক্ষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিপিডিয়াত উন্নত মানৰ শিক্ষা সম্পৰ্কীয় প্রবন্ধ যোগ কৰা। প্রবন্ধসমূহৰ মান B Ed পৰ্যায়লৈ উন্নীত কৰা উচিত।

প্রস্তাবিত আঁচনী[সম্পাদনা কৰক]

প্রথমতে সদস্যবৃন্দই শিক্ষা প্রবন্ধটো ভালদৰে লিখোঁ আৰু উন্নত কৰোঁ। লগতে আমি লিখিবলগীয়া বিষয়সমূহ [[বিষয়]] এনেকৈ লিখি যাম। যদি বিষয়টো নাথাকে তেন্তে তাক ৰঙা লিংকত দেখা যাব। ইচ্ছুক সদস্যসকলে সেই প্রবন্ধ লিখিব পাৰে, বা ইতিমধ্যে থকা প্রবন্ধবোৰো উন্নত কৰিব পাৰে। এনেদৰে ৰঙা লিংকো বাঢ়ি গৈ থাকিব আৰু তেনেদৰে প্রবন্ধৰো সংখ্যা বাঢ়ি গৈ থাকিব বুলি আশা কৰা গ'ল।

"শিক্ষা" প্রবন্ধলৈ যাবলৈ ইয়াত ক্লিক কৰক