ৱিকিপিডিয়া:পৰীক্ষাগাৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
(ৱিকিপিডিয়া:Sandbox ৰ পৰা পুনঃনিৰ্দেশিত)

অসমৰ গাও

তুলসীবাৰী

তুলসীবাৰী এখন গাওৰ নাম। ই অসমকামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত। ই ৰঙিয়া ম্টৰ (বাছ)আস্থানৰ পৰা ৰঙিয়া ভুটান পথত ৮ কিলমিটাৰ উত্তৰ দিশে অবস্থিত। পুৰণি কামৰূপৰ ৰজা আৰিমত্ত ই সজোৱা বৈদ্যগড় নামৰ ইতিহাস প্ৰসিদ্ধ গড় টোৰে বেস্তিত্। ইয়াত এখন বজাৰ ঠন ধৰি উঠিছে কিয়নো ইয়াৰ ওচৰত কৃষিজাত দ্ৰব্য অধিক উত্পাদন হয়। তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয় একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হৈছিল যদিওঁ আৰু কেইবাখনো নিম্ন আৰু মজলীয়া বিদ্যালয় আছে ।


ইয়াত এটা সূতা ও কাপোৰ উ ত্পাদন কৰা বৃহত বস্ত্ৰ উদ্যোগ আছে| এই উদ্যোগটোৱে অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশত অৰিহনা যোগাইছে।


বনগাঁও

বনগাঁও এখন গাঁওৰ নাম| ই অসমবৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত| ই পাঠশালা আৰু সৰ্থেবাৰী সংযোগকাৰী পথ ডঃ জিনাৰাম ৰ কেন্দ্ৰভাগত অৱস্থিত| টিহুৰ পৰা সৰ্থেবাৰী সংযোগী এক অন্যতম পথ এই বনগাঁওতেই ডঃ জিনাৰাম পথত লগ লাগিছে| পাঠশালাৰ পৰা ৯ কঃমিঃ দূৰত অৱস্থিত এইখন প্ৰধানতঃ কৃষিপ্ৰধান গাঁও হ’লেও, সমসংখ্যক চাকৰিজীৱি লোকেও ইয়াত বসবাস কৰে| পানৰা পথাৰ আৰু পানৰা বিল এই গাঁওৰ প্ৰধান পথাৰ আৰু বিল| প্ৰতি বছৰে ভীষ্মাষ্টমীৰ দিনাখন হোম যজ্ঞৰে আৰম্ভ হোৱা বানগাঁও সভা মহোত্‍সৱ এই গাঁওত উদ্‌যাপিত প্ৰধান উত্‍সৱ| কালদীয়া নদীয়ে ইয়াক পশ্চিমৰ বাগনা আৰু বাৰাকাঁহী গাঁওৰপৰা পৃথক কৰিছে| ইয়াত এখন মহাবিদ্যালয়, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, দুখন প্ৰাথমিক বিদ্যালয়, এটা ডাকঘৰ, এটা পানী যোগান আঁচনিৰ কাৰ্যালয় আছে আৰু সেইবোৰেই বনগাঁওক এখন ভাল বানিজ্যিক অঞ্চল হিচাপেও প্ৰতিষ্ঠা ক

ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
জন্ম ১জুলাই , ১৯৫৪
পাটচাৰকুচি
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিযন্তা

[সম্পাদনা কৰক] চমু জীৱনী

ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ জন্ম হৈছিল পাটচাৰকুচিত, ১৯৫৪ চনৰ ১জুলাই তাৰিখে। বৰপেটাৰপাটচাৰকুচি বিদ্যাপীঠত এখেতে হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা এখেতে অভিযান্ত্ৰিকীৰ স্নাতক ডিগ্ৰী লাভ কৰে।বৰ্তমান এঁও ভাৰতীয় তেল নিগম দুলীয়াজানত কৰ্মৰত।

[সম্পাদনা কৰক] সাহিত্যক জীৱন

প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱা অনুৰাধাৰ দেশ নামৰ উপন্যাসখনেৰে এখেতৰ সাহিত্যক জীৱন আৰম্ভ হয়।উপন্যাসখনে আশাতীত জনপ্ৰিয়তা লাভ কৰে।ইয়াৰ পিচত এওৰ কেইবাখনো উপন্যাস ,গল্প সংকলন আৰু প্ৰৱন্ধ সংকলন প্ৰকাশ হয়।সেইবোৰৰ ভিতৰত গৰখীয়াৰ দেশ,সত্যানুসন্ধান,মোক পবিত্ৰ কৰা আদি উল্লেথযোগ্য।

ব্যক্তিগত সৰঞ্জাম

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি