ৱিকিপিডিয়া বাৰ্তা:প্ৰবন্ধ সঁজুলি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিশেষজ্ঞ শব্দটো খাপ খোৱা নাই| Wizard মানে প্ৰক্ৰিয়াহে... বিষ্ণু শইকীয়া 09:42, 21 অক্টোবৰ 2012 (UTC)

"সৰল প্ৰবন্ধ সৃষ্টি সহায়িকা" ৰাখিলে ভাল হয়| বিষ্ণু শইকীয়া 11:21, 21 অক্টোবৰ 2012 (UTC)
প্ৰক্ৰিয়া বুলি ক'ত পালেনো? Wizard শব্দটোৱে মানুহকহে সূচায়। পুৰণি অৰ্থত যাদুকৰ আৰু নতুন অৰ্থত বিশেষজ্ঞ বুলি জানো। — গীতাৰ্থ বৰদলৈ (talk) 11:43, 21 অক্টোবৰ 2012 (UTC)
Wizard শব্দৰ আক্ষৰিক অৰ্থ এই পৃষ্ঠাত খাপ নাখায়, সেই কথাটোহে কৈছিলো... ইংৰাজীত তেওঁলোকে তেওঁলোকৰ সুবিধা অনুসৰি নাম লিখিছে... আমি আমাৰ ৱিকিত আমাৰ সুবিধা অনুসৰি ৰাখিলেই ভাল হ’ব| বিষ্ণু শইকীয়া