জেক কেৰুৱাক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Jack Kerouacৰ পৰা পুনঃনিৰ্দেশিত)
জেক কেৰুয়াক

জ্যাক কেৰুয়াক (টম পালুম্বই তোলা ছবি, ১৯৫৬)
জন্ম জিন লুইছ কেৰুয়াক[1]
১২ মাৰ্চ, ১৯২২
ল'ৱেল, মাচাচুচেট্‌ছ্, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ২১ অক্টোবৰ, ১৯৬৯ (৪৭ বছৰ)
ছেইণ্ট পিটাৰ্ছবাৰ্গ, ফ্ল'ৰিডা, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা ঔপন্যাসিক, কবি, চিত্ৰশিল্পী
ৰাষ্ট্ৰীয়তা আমেৰিকান
ধৰণ বিট কবিসকল
সাহিত্যিক বিপ্লৱ বিট
উল্লেখনীয় কৰ্মৰাজি On the Road
The Dharma Bums
Big Sur

প্ৰভাবিত হয়

প্ৰভাবিত কৰে
  • থ'মাছ পিনছন, টম ৰবিন্‌ছ, ৰিচাৰ্ড ব্ৰ'টিগেন], কেন কেচী, ৰাচেল বেঙ্ক্‌ছ, জয়চ জনচন, জিম ম'ৰিছন, ৰয় হাৰ্পাৰ, জন লেনেন, বব ডিলান, টম ৱ'ল্ফ, টম ৱেইট্‌ছ, জেৰী গাৰ্চিয়া, হাৰুকি মুৰাকামী, বেন গিবাৰ্ড, ৱিল ক্লাৰ্ক

স্বাক্ষৰ

জেক কেৰুয়াক (ইংৰাজী: Jack Kerouac) আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক। তেওঁৰ জন্ম ১৯২২ চনৰ ১২ মাৰ্চ। মৃত্যু ১৯৬৯ চনৰ ২১ অক্টোবৰ।

সাহিত্যকৃতি[সম্পাদনা কৰক]

  • অন দি ৰ'ড
  • ডক্টৰ চাক্স
  • দি ধৰ্মা বাম্‌ছ
  • মেসিকো চিটি ব্লুজ
  • দি চাবটেৰানিয়ান্স
  • ডেজোলেচন এঞ্জেল্‌ছ
  • ভিজন্‌ছ অফ ক'ডি
  • বিগ সুৰ




তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. McGrath, Charles. "Another Side of Kerouac: The Dharma Bum as Sports Nut," The New York Times (May 15, 2009). Accessed May 16, 2009.
  • চাৰ্লস মেকগ্ৰাথ: এনাদাৰ চাইড অফ কেৰুয়াক ( ২০০৯ )
  • জেৰল্ড নিকোচিয়া: এ ক্ৰিটিকাল বায়োগ্ৰাফি অফ জ্যাক কেৰুয়াক ( ১৯৮৩ )

বাহ্যিক সংযোগ[সম্পাদনা কৰক]