কলিয়াবৰ (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Kaliabor (Lok Sabha constituency)ৰ পৰা পুনঃনিৰ্দেশিত)

কলিয়াবৰ লোকসভা সমষ্টি (ইংৰাজী: Kaliabor Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ[সম্পাদনা কৰক]

কলিয়াবৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে [1]:

  • গোলাঘাট বিধানসভা সমষ্টি
  • দেৰগাঁও বিধানসভা সমষ্টি
  • বোকাখাট বিধানসভা সমষ্টি
  • ধিঙ বিধানসভা সমষ্টি
  • বটদ্ৰবা বিধানসভা সমষ্টি
  • ৰূপহীহাট বিধানসভা সমষ্টি
  • চামগুৰি বিধানসভা সমষ্টি
  • কলিয়াবৰ বিধানসভা সমষ্টি
  • সৰুপথাৰ বিধানসভা সমষ্টি
  • খুমটাই বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল[সম্পাদনা কৰক]

ক্ৰম বৰ্ষ প্ৰাৰ্থী দল
১৯৬৭ বেদব্ৰত বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭১ বেদব্ৰত বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭ বেদব্ৰত বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮০ বিষ্ণু প্ৰসাদ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৪ ভদ্ৰেশ্বৰ তাঁতি অসম গণ পৰিষদ
১৯৯১ তৰুণ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ কেশৱ মহন্ত অসম গণ পৰিষদ
১৯৯৮ তৰুণ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৯ তৰুণ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ ২০০৪ দীপ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ ২০০৪ দীপ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২ ২০১৪ গৌৰৱ গগৈ[2] ভাৰতীয় জাতীয় কংগ্ৰেছ

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06. 
  2. "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232519/http://eciresults.nic.in/ConstituencywiseS0311.htm?ac=11। আহৰণ কৰা হৈছে: 7 জুন 2014.