মঙ্গলদৈ (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Mangaldoi (Lok Sabha constituency)ৰ পৰা পুনঃনিৰ্দেশিত)

মঙ্গলদৈ লোকসভা সমষ্টি (ইংৰাজী: Mangaldoi Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

67 নং বিধানসভাৰ সমষ্টিসমূহ মঙ্গলদৈ[সম্পাদনা কৰক]

মঙ্গলদৈ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে [1]:

  • কমলপুৰ বিধানসভা সমষ্টি
  • ৰঙিয়া বিধানসভা সমষ্টি
  • নলবাৰী বিধানসভা সমষ্টি
  • পানেৰী বিধানসভা সমষ্টি
  • কলাইগাঁও বিধানসভা সমষ্টি
  • ছিপাঝাৰ বিধানসভা সমষ্টি
  • মঙ্গলদৈ বিধানসভা সমষ্টি
  • দলগাঁও বিধানসভা সমষ্টি
  • ওদালগুৰি বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত)
  • মাজবাট বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল[সম্পাদনা কৰক]

ক্ৰম বৰ্ষ প্ৰাৰ্থী দল
১৯৬৭ হেম বৰুৱা প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
১৯৭১ ধৰণীধৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭ হীৰালাল পাটোৱাৰী জনতা দল
১৯৮৫ ছৈফুদ্দিন আহমেদ অসম গণ পৰিষদ
১৯৯১ প্ৰবীণ ডেকা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য অসম গণ পৰিষদ
১৯৯৮ মাধৱ ৰাজবংশী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৯ মাধৱ ৰাজবংশী ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৪ নাৰায়ণ চন্দ্ৰ বৰকটকী ভাৰতীয় জনতা পাৰ্টী
১০ ২০০৯ ৰমেন ডেকা ভাৰতীয় জনতা পাৰ্টী
১১ ২০১৪ ৰমেন ডেকা[2] ভাৰতীয় জনতা পাৰ্টী

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05. 
  2. "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232610/http://eciresults.nic.in/ConstituencywiseS038.htm?ac=8। আহৰণ কৰা হৈছে: 7 জুন 2014.