৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(National Highway 61 (India)ৰ পৰা পুনঃনিৰ্দেশিত)
Indian National Highway ৬১
৬১
ৰাষ্ট্ৰীয় ঘাইপথ ৬১

৬১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতৰ মানচিত্ৰত দেখা গৈছে
পথ তথ্য
দৈৰ্ঘ্য সাঁচ:Convert/LoffAoffDxSoff)
Major junctions
From কহিমা, নাগালেণ্ড
To জাঁজী, অসম
Location
Statesনাগালেণ্ড: 220 km (140 মাইল)
অসম: 20 km (12 মাইল)
Primary
destinations
ৱখা - মোককচাঙ
Highway system
ভাৰতীয় পথ নেটৱৰ্ক

ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found.

৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 61, চমুকৈ NH 61) হৈছে ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটো নাগালেণ্ডৰ ৰাজধানী কহিমাত আৰম্ভ হৈ অসমৰ জাঁজীত শেষ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 240 km (150 মাইল)। ইয়াৰে লাগালেণ্ডত আৰু 20 km (12 মাইল) অসমত আছে।[1]

সংযোজিত স্থানসমূহ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367। আহৰণ কৰা হৈছে: 2012-12-02. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]